জাপান: এছিয়াৰ এখন ৰাষ্ট্ৰ

জাপান (আই.পি.এ: zapan) (জাপানী: 日本 নিপ্পন) এছিয়া মহাদেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ এটা দ্বীপ ৰাষ্ট্ৰ। দেশখন এছিয়া মহাদেশৰ পূৰ্ব উপকূলৰ ওচৰৰ উত্তৰ প্ৰশান্ত মহাসাগৰত অৱস্থিত। সৰু বৰ প্ৰায় ৩,০০০ দ্বীপ লগ হৈ জাপান গঠিত। চাৰিটা প্ৰধান দ্বীপ হ’ল হনছু, হোক্কাইডো, কিয়ুছু আৰু ছিক’কু। ইয়াৰ উপৰিও জাপানত অনেক সৰু সৰু দ্বীপ আছে। জাপানীসকলে জাপানী ভাষাত তেওঁলোকৰ দেশক নিহ’ন বা নিপ্প’ন বোলে , যাৰ অৰ্থ "সূৰ্যৰ উৎস"। জাপান চীনা সাম্ৰাজ্যসমূহৰ পূৰ্বে অৱস্থিত বুলিয়েই এই নাম ৰখা হৈছিল। ইংৰাজীত জাপানক "land of the rising sun" অৰ্থাৎ "সূৰ্যোদয়ৰ দেশ"ও বোলা হয়। টকিঅ' জাপানৰ বৃহত্তম চহৰ আৰু ৰাজধানী।

জাপান
日本国
নিপ্পন-ককু বা নিহন-ককু
জাপান: এছিয়াৰ এখন ৰাষ্ট্ৰ জাপান: এছিয়াৰ এখন ৰাষ্ট্ৰ
ৰাষ্ট্ৰীয় সঙ্গীত
কিমিগায়’  (君が代)
সাম্ৰাজ্যৰ ৰাজত্ব

জাপান চৰকাৰৰ মোহৰ
  • জাপান চৰকাৰৰ মোহৰ
জাপান-ৰ অৱস্থান
জাপান-ৰ অৱস্থান
ৰাজধানীটকিঅ'
35°41′N 139°46′E / 35.683°N 139.767°E / 35.683; 139.767
বৃহত্তম নগৰ ট’কিঅ
ৰাষ্ট্ৰভাষা (সমূহ) জাপানী
চৰকাৰ সাংবিধানিক ৰাজতন্ত্ৰ
 -  সম্ৰাট Naruhito
 -  প্ৰধানমন্ত্ৰী = শ্বিঞ্জ’ও আবে
গঠন
 -  জাতীয় ভিত্তি দিন ১১ ফেব্ৰুৱাৰী, ৬৬০ খ্ৰীষ্টপূৰ্বাব্দ 
 -  মেইজি সংবিধান নৱেম্বৰ ২৯ ১৮৯০ 
 -  বৰ্তমান সংবিধান মে’ ৩ ১৯৪৭ 
 -  চেন ফ্ৰেঞ্চিস্ক’ চুক্তি এপ্ৰিল ২৮ ১৯৫২ 
 -  জলভাগ (%) ০.৮
জনসংখ্যা
 -  ২০০৭ আনুমানিক ১২,৭৪,৩৩,৪৯৪ (১০ম)
 -  ২০০৪ লোকপিয়ল ১২,৭৩,৩৩,০০২ 
 -  ঘনত্ব ৩৩৭ প্ৰতি বৰ্গকিমি (৩০তম)
 প্ৰতি বৰ্গমাইল
জিডিপি (পিপিপি) ২০০৬ আনুমানিক
 -  মুঠ $৪.২২০ ট্ৰিলিয়ন (৩য়)
 -  জনমুৰি $৩৩,১০০ (১২তম)
জিডিপি (নামমাত্ৰ) ২০০৬ আনুমানিক
 -  মুঠ $৪.৯১১ ট্ৰিলিয়ন (২য়)
 -  জনমুৰি $৩৮,৩৪১ (১৪তম)
মানৱ উন্নয়ন সূচক (২০১৪) বৃদ্ধি ০.৮৯০ (অতি উচ্চ) (১৭)
মুদ্ৰা য়েন (¥/円) (JPY)
সময় অঞ্চল জাপান মান সময় (ইউটিচি+৯)
ইণ্টাৰনেট টিএলডি .jp
কলিং ক'ড ++৮১


তথ্য সংগ্ৰহ

আৰু চাওক

বাহ্যিক সংযোগ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

শ্ৰী সূৰ্য পাহাৰকপাহৱিকিউদ্ধৃতিমহো-হো উৎসৱদ-পৰ্বতীয়াঅসমীয়া ভাষা আন্দোলনচিকিৎসা বিজ্ঞানআত্মজীৱনীব্যষ্টিবাদী অৰ্থনীতিলিঅ'নাৰ্ড' দা ভিন্সিকাল সংহতিভূমিকম্পহাড়গেইম্‌ল'ফ্টৱেবছাইটৱিকিঅসমৰ ৰাজ্যিক প্ৰতীকসমূহলখিমপুৰ (লোকসভা সমষ্টি)নন্-বাইনেৰীঅসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানটকা (বাদ্য)ধাতু আৰু অধাতুশব্দউৎসৱযতীন্দ্ৰ নাথ দুৱৰাবেটুপাতফুলগুৰি ধেৱাতেজপুৰশীতল যুদ্ধচিলাৰায়ভাৰতীয় সাহিত্যপ্ৰতিমা বৰুৱা পাণ্ডেবাঙালী জাতিঅসমীয়া উপন্যাসভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাৰামমোহন ৰায়চি এছ এছদুৰ্যোগগোলকীয় উষ্ণতা বৃদ্ধিশোণিত কুঁৱৰীমণিকুন্তলা ভট্টাচাৰ্যৰামায়ণমাজুলীএচিদ বৰষুণগগনাফকৰা যোজনাদিহানামঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাম’বাইল ফোনৰাষ্ট্ৰসংঘঅসম বিধানসভাঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকাকবিতাসত্ৰপঞ্চায়তী ৰাজজয়মতী কুঁৱৰীমনোমতীমিচিং ভাষাচন্দ্ৰপ্ৰভা শইকীয়ানীসাত বিহুযতি-চিনমাঘ বিহুসন্ধিভাৰতৰ সংৰক্ষণ ব্যৱস্থাশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাবাণীকান্ত ৰচনাৱলীআঁহতলোকবিশ্বাসপাঠ্যক্ৰমমিচিং জনগোষ্ঠীৰ সাজপাৰমালিনী থানভাৰতৰ স্বাধীনতা আন্দোলন🡆 More