চহৰ: বৃহৎ আৰু স্থায়ী মানৱ বসতি

চহৰ (ইংৰাজী: City) হ'ল অপেক্ষাকৃতভাৱে ডাঙৰ আৰু স্থায়ী নিবাস। প্ৰায় একে অৰ্থ বুজোৱা নগৰ শব্দৰ পৰা চহৰক কেনেকৈ পৃথক কৰা হয়, সেই বিষয়ে ভিন্নমত আছে। অনেক চহৰৰ নিজস্ব প্ৰশাসন, ইতিহাস আৰু আইন থাকে।

চহৰ: উৎপত্তি, ভূগোল, তথ্য সংগ্ৰহ
১৯০৮ চনৰ এথেন্সৰ বন্দৰ পায়ৰিয়াছৰ মানচিত্ৰ
চহৰ: উৎপত্তি, ভূগোল, তথ্য সংগ্ৰহ
আদৰ্শ চহৰ; ৱালথাৰ চিত্ৰ যাদুঘৰৰ পৰা সংগৃহীত

সাধাৰণতে চহৰৰ নিজস্ব বিভিন্ন ব্যৱস্থা থাকে, যেনে: পয়োঃনিষ্কাশন, মাটিৰ ব্যৱহাৰ, ঘৰ, পৰিবহণ ইত্যাদি। চহৰৰ উন্নতিয়ে মানুহ আৰু ব্যৱসায়ৰ প্ৰসাৰ ঘটাত সহায় কৰে। চহৰ প্ৰায়েই গাঁওৰ দ্বাৰা পৰিবেষ্টিত থাকে। ইয়াত চাকৰিৰ সুযোগ-সুবিধাও বেছি থাকে। ক্ৰমান্নয়ে চহৰৰ আশে পাশে থকা এলেকাবোৰো চহৰৰ আওতালৈ আহে।

উৎপত্তি

চহৰ কেনেকৈ উৎপত্তি হল সেই বিষয়ে কোনো নিৰ্ধাৰিত প্ৰমাণ নাই। অনেক তত্ত্ববিদে ধাৰণা কৰে, কিছু মৌলিক প্ৰয়োজন পূৰণৰ তাগিদাতেই চহৰ জন্মলাভ কৰে।

ধাৰণা কৰা হয়, কৃষি বিপ্লৱ চহৰ সৃষ্টিৰ মূল। এই বিপ্লৱে কৃষিৰ উদ্ভাৱন কৰায়। ইয়াৰফলত মানুহ খাদ্য উৎপাদনৰ তাগিদাত স্থায়ীভাবে একস্থানত বসবাস আৰম্ভ কৰে। এই ঘন জনবসতিৰ ফলত ধীৰে ধীৰে চহৰ গঢ়ি উঠে। পল বাইৰোচৰ চহৰ আৰু অৰ্থনৈতিক উন্নতি নামৰ কিতাপৰ মতে, কৃষিৰ ফলতেই মানুহ একেলগে বসবাস কৰাৰ প্ৰয়োজন অনুভৱ কৰে আৰু এই মৌলিক প্ৰয়োজনৰ বাবেই মানুহে চহৰ গঢ়ি তোলে।

গ্ৰামীণ তত্ত্ববিদ জেন জেকবচৰ মতে, চহৰৰ উৎপত্তিয়ে কৃষিৰ আবিষ্কাৰক তৰান্বিত কৰে, অৱশ্যে তেওঁৰ এই যুক্তি অকাট্য বুলি মানি লোৱা নহয়।

ভূগোল

চহৰ: উৎপত্তি, ভূগোল, তথ্য সংগ্ৰহ 
হাৰলেমৰ মানচিত্ৰ। ১৫৫০ চনত জেৰুজালেমৰ এক চহৰৰ পৰা অনুপ্ৰাণিত। এই চহৰ দেৱাল আৰু প্ৰতিৰক্ষামূলক খালৰ দ্বাৰা ঘেৰা।

বিভিন্ন দেশত বিভিন্নভাবে চহৰক সজোৱা হয়। অধিকাংশ ক্ষেত্ৰতেই গ্ৰিড পদ্ধতিত চহৰ তৈয়াৰ কৰা হয়। হাজাৰ বছৰ আগে চীনত এই পদ্ধতি অনুসৰণ কৰা হৈছিল। আলেকজেণ্ডাৰ দ্য গ্ৰেটৰ পৰিকল্পনাবিদ ডিনোক্ৰেটছ অব ৰোডছ এই পৰিকল্পনা মতে নিৰ্মাণ কৰা হৈছিল।

তথ্য সংগ্ৰহ

বহিঃসংযোগ

Tags:

চহৰ উৎপত্তিচহৰ ভূগোলচহৰ তথ্য সংগ্ৰহচহৰ বহিঃসংযোগচহৰইংৰাজী ভাষাইতিহাস

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাহিউৱেন-চাংমাইলছ ব্ৰনছনসৌৰজগতআঙুলি সঞ্চালনশদিয়ামাছঅগ্নিগড়মাধৱদেৱঅসমৰ জাতীয় গীতমাটিঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাঅসমীয়া জাতিযোৰানামঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকামহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন, ২০০৫ম’বাইল ফোনজয়সাগৰ পুখুৰীবৈচাগুগণৰাজ্য দিৱস (ভাৰত)গোলকীয় উষ্ণতা বৃদ্ধিঅংগনবাদীঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাযৌন উদ্যোগ সম্পৰ্কে নাৰীবাদী দৃষ্টিভংগীযতীন্দ্ৰ নাথ দুৱৰাভাৰতীয় সাহিত্যচৈয়দ আব্দুল মালিকশ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰবিশ্বনাথ চাৰিআলিহৰিদেৱমাৰ্চআগ্নেয়গিৰিৱিকিমিডিয়া ফাউণ্ডেশ্যনঅসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীপুঁজিবাদইয়াণ্ডাবু সন্ধিশ্ৰী শ্ৰী আঠখেলীয়া নামঘৰভাৰতৰ ইতিহাসতৎসমশিৱসাগৰৰ শিৱদৌলব্লগস্বামী বিবেকানন্দহিন্দুত্বভাৰতৰ স্বাধীনতা আন্দোলনবসন্ত ৰোগঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকানাৰী সবলীকৰণআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰজলসিঞ্চনভাইটি (চলচ্চিত্ৰ)সাধুকথামনোমতীশিশুসন্ধিমুদ্ৰাস্ফীতিখেৰাইঋকবেদকৰতল কমল কমল দল নয়নঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগৰাষ্ট্ৰসংঘ দিৱসঘৰ শালিকাগৰু বিহুছ'ভিয়েট সংঘলভিতামনোবিজ্ঞানগৱেষণাঅসমৰ পৰম্পৰাগত সাজ-পাৰঔপনিৱেশিক অসমউদাৰনৈতিকতাবাদসমাজভাৰতীয় ৰেলঅসমৰ বয়ন শিল্পফাট বিহুসংখ্যাভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাযৌন নিৰ্যাতনঅসহযোগ আন্দোলন🡆 More