ইংৰাজী ভাষা: জাৰ্মানীয় শাখাৰ ভাষা

ইংৰাজী (English, ইংলিছ) ইণ্ডো-ইউৰোপীয় ভাষা-পৰিয়ালৰ জাৰ্মানীয় শাখাৰ পশ্চিমীয়া দলৰ এটা ভাষা। জাৰ্মান গোত্ৰ এংগল্‌চ, ছেক্সন আৰু কিছু ভাষাৰ পৰা ইংৰাজী ভাষাৰ উৎপত্তি হৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

ইংৰাজী
English ইংলিছ
থলুৱা অঞ্চল যুক্তৰাজ্যআমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, আয়াৰলেণ্ড, কানাডা, দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড আৰু অন্যান্য দেশত
(আন্তৰ্জাতিক যানবাহনতো ব্যৱহৃত)
স্থানীয় ভাষিক
মাতৃভাষী: ৩-৮,০০০,০০০
দ্বিতীয় ভাষা: ১৫০,০০০,০০০-১,০০০,০০০,০০০
ভাষা পৰিয়াল
ইণ্ডো-ইউৰোপীয়
লিখন প্ৰণালী লেটিন বৰ্ণমালা
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
আইনত, একমাত্ৰ: লাইবেৰিয়া, বহু কমনৱেলথ ৰাষ্ট্ৰ
আইনত, কেৱল নহয়: কানাডা, হংকং, আয়াৰলেণ্ড, দক্ষিণ আফ্ৰিকা, ভাৰত, ফিলিপাইন, ছিংগাপুৰ, ইউৰোপিয়ান ইউনিয়ন
কাৰ্যত, একমাত্ৰ: অষ্ট্ৰেলিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ
কাৰ্যত, একমাত্ৰ নহয়: নিউজিলেণ্ড, যুক্তৰাজ্য
ভাষা সংকেত
ISO 639-1 en
ISO 639-2 eng
ISO 639-3 eng
ইংৰাজী ভাষা: জাৰ্মানীয় শাখাৰ ভাষা
ইংৰাজী যিবোৰ দেশত বা অঙ্গৰাজ্যত ৰাষ্ট্ৰভাষা হিচাপে প্ৰচলিত সেইবোৰ গাঢ় নীলা ৰঙেৰে চিহ্নিত আনহাতে যিবোৰ দেশত বা অঙ্গৰাজ্যত ইংৰাজী ৰাষ্ট্ৰভাষা সত্ত্বেও প্ৰধানত কথিত ভাষা নহয়, সেইবোৰ পাতল নীলা ৰঙেৰে চিহ্নিত

১৫০০ চনৰ ফালে বিৰাট স্বৰধ্বনি সৰণ (Great Vowel Shift) সংঘটিত হয় আৰু আধুনিক ইংৰাজীৰ উদ্ভৱ ঘটে। উইলিয়াম শ্বেক্সপিয়েৰৰ ৰচনাসহ আধুনিক ইংৰাজী সাহিত্যৰ প্ৰায়বোৰেই এই আধুনিক ইংৰাজী ভাষাত লিখা। এথ্‌ন'লগ অনুসাৰে ইংৰাজী ভাষাৰ মাতৃভাষীৰ সংখ্যা প্ৰায় ৩৪ কোটি।[উদ্ধৃতিৰ প্ৰয়োজন] মাতৃভাষীৰ সংখ্যা অনুযায়ী ইংৰাজীৰ স্থান মেণ্ডাৰিন, হিন্দী আৰু স্পেনীয় ভাষাৰ পিছতেই। প্ৰথমে ইংলেণ্ড আৰু পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক, অৰ্থনৈতিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক প্ৰভাৱৰ কাৰণে বিশ্বৰ অন্য যিকোনো ভাষাতকৈ ইংৰাজীয়েই বেছি বিস্তাৰ লাভ কৰিছে। ইংৰাজী প্ৰায় ৫২খন দেশৰ জাতীয় বা চৰকাৰী ভাষা।

বিশ্বৰ ইণ্টাৰনেট ব্যৱহাৰকাৰী জনসংখ্যাৰ ৩৫ শতাংশই ইংৰাজীভাষী।[উদ্ধৃতিৰ প্ৰয়োজন] আধুনিক যোগাযোগ আৰু বিভিন্ন পেছাত ইংৰাজীৰ ব্যাপক ব্যৱহাৰৰ কাৰণে এইটো বৰ্তমানৰ বিশ্বৰ সবাতোকৈ বেছি অধীকৃত দ্বিতীয় ভাষা। সংস্কৃতি আৰু প্ৰযুক্তিৰ নতুন নতুন আন্তৰ্জাতিক পৰিভাষাৰ অধিকাংশই ইংৰাজী পৰা আহিছে।


তথ্য সংগ্ৰহ

গ্ৰন্থপঞ্জীত নিৰ্দেশিত গ্ৰন্থাৱলী

নিৰ্বাচিত গ্ৰন্থপঞ্জী

বহিঃসংযোগ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

উদগোৱালপৰীয়া লোকগীতদৰ্শনবাণীকান্ত কাকতিশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহজয়মতী (১৯৩৫ চলচ্চিত্ৰ)হিন্দু ধৰ্মকাল সংহতিযতীন্দ্ৰ নাথ দুৱৰামোগল সাম্ৰাজ্যকলিমামিঠু বৰুৱাশিক্ষাৰ অধিকাৰনলবাৰী নগৰৰত্নকান্ত বৰকাকতীচন্দ্ৰধৰ বৰুৱাওড়িয়া ভাষাপৰ্যটনশিশু সাহিত্যঅসমৰ পৰম্পৰাগত সাজ-পাৰঅসমৰ তামোল-পাণ সংস্কৃতিজাপিপৰিস্থিতি বিজ্ঞানগাঁও পঞ্চায়তঅসমৰ ৰাজ্যিক প্ৰতীকসমূহযৌন উদ্যোগ সম্পৰ্কে নাৰীবাদী দৃষ্টিভংগীদ্বিতীয় বিশ্বযুদ্ধসতী সাধনীযতি-চিনভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যবড়ো-কছাৰীবাঙালী জাতিমহেশ্বৰ নেওগচন্দ্ৰপ্ৰভা শইকীয়ানীমালিনী থানঅৰুণাচল প্ৰদেশসাহিত্য অকাডেমি বঁটাপৰিসংখ্যাশিৱসাগৰৱিকিউদ্ধৃতিজৈৱ বৈচিত্ৰ্যদিনবংগ বিভাজন (১৯০৫)লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানবাথৌ পূজাজীৱনীজিকিৰঅসমৰ চাহ জনগোষ্ঠীমণিপুৰঅনুবাদসাহিত্যনাগালেণ্ডগণৰাজ্য দিৱস (ভাৰত)মামণি ৰয়ছম গোস্বামীৰ উপন্যাসমাধৱদেৱভাৰতৰ ইতিহাসসাপমৌখিক ইতিহাসঅসমীয়া যুক্তাক্ষৰবিশ্ব বাণিজ্য সংস্থাভাৰতীয় ভাষাভাৰতৰ ৰাষ্ট্ৰপতিতলাতল ঘৰভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহনৰকাসুৰসিংহৰবীন্দ্ৰনাথ ঠাকুৰৰাজহুৱা ক্ষেত্ৰঅষ্ট্ৰেলিয়াঅসমৰ চলচ্চিত্ৰমেজিমনোমতী🡆 More