গুগল ট্ৰান্সলেট

গুগল ট্ৰান্সলেট হৈছে এটা ভাষাৰ পৰা আন এটা ভাষালৈ লিখনি ভাঙনি কৰিবলৈ গুগলে সজা এবিধ বিনামূলীয়া বহুভাষিক যান্ত্ৰিক ভাঙনি সেৱা। ই এণ্ড্ৰইড আৰু আই.অ’.এছ.ত মোবাইল এপ আৰু ৱেব আন্তঃপৃষ্ঠ হিচাপে আছে। মে',২০২২ লৈকে গুগল ট্ৰান্সলেটত ১৩৩ টা ভাষা সংযোগ কৰা হৈছে।

গুগল ট্ৰান্সলেট
গুগল ট্ৰান্সলেট soft2i
ইউ আৰ এল translate.google.com
বাণিজ্যক হয়
প্ৰকাৰ সাংখ্যিক আৰু নিউৰেল যান্ত্ৰিক অনুবাদ
পঞ্জীয়ন ঐচ্ছিক
ভাষা ১৩৩টা ভাষা, তলত চাওক es-us
পঞ্জীকৃত সদস্য নিতৌ ৫০০ মিলিয়নতকৈ বেছি মানুহ
স্বত্বাধিকাৰী গুগল
মুকলি ২৮ এপ্ৰিল ২০০৬; ১৭ বছৰ আগত (2006-04-28) (পৰিসাংখ্যিক যান্ত্ৰিক অনুবাদ হিচাপে)
১৫ নৱেম্বৰ ২০১৬; ৭ বছৰ আগত (2016-11-15) (নিউৰেল যান্ত্ৰিক অনুবাদ হিচাপে)
বৰ্তমান স্থিতি সক্ৰিয়

ভাষা

তলত দিয়া ভাষাবিলাক গুগল ট্ৰান্সলেটত বৰ্তমান উপলব্ধ।

  1. আফ্ৰিকান ভাষা
  2. আলবেনিয়ান
  3. আমহাৰিক
  4. আৰবী
  5. আৰ্মেনিয়ান
  6. অসমীয়া
  7. আইমাৰা
  8. আজাৰবাইজানী
  9. বংবাৰা
  10. বাস্ক
  11. বেলাৰুছিয়ান
  12. বাংলা
  13. ভোজপুৰী
  14. বছনিয়ান
  15. বুলগেৰিয়ান
  16. কেটালান
  17. চেবুয়ানো
  18. চেৱা
  19. চীনা(সৰলীকৃত)
  20. চীনা (পৰম্পৰাগত)
  21. কৰ্চিকান
  22. ক্ৰ'ৱেচিয়ান
  23. চেক
  24. ডেনিছ
  25. দিভেহি
  26. ডোগৰী
  27. ডাচ্চ
  28. ইংৰাজী
  29. এস্পেৰাণ্টো
  30. ইষ্টোনিয়ান
  31. ৱে
  32. ফিলিপাইন
  33. ফিনিছ
  34. ফৰাচী
  35. ফ্ৰিজিয়ান
  36. গেলিচিয়ান
  37. জৰ্জিয়ান
  38. জাৰ্মান
  39. গ্ৰীক
  40. গুৱাৰানী
  41. গুজৰাটী
  42. হাইটিয়ান ক্ৰিয়েল
  43. হাউছা
  44. হাৱাইয়ান
  45. হিব্ৰু
  46. হিন্দী
  47. হ্মং
  48. হাংগেৰিয়ান
  49. আইচলেণ্ডিক
  50. ইগবো
  51. ইলোকানো
  52. ইণ্ডোনেছিয়ান
  53. আইৰিছ
  54. ইটালীয়
  55. জাপানী
  56. জাভানিজ
  57. কন্নড়
  58. কাজাখ
  59. খামেৰ
  60. কিনিয়াৰৱাণ্ডা
  61. কোংকণী
  62. কোৰিয়ান
  63. ক্ৰিযো
  64. কুৰ্দি (কুৰমানজী)
  65. কুৰ্দি (সোৰাণী)
  66. কিৰ্গিজ
  67. লাও
  68. লেটিন
  69. লাটভিয়ান
  70. লিংগালা
  71. লিথুৱেনিয়ান
  72. লুগাণ্ডা
  73. লাক্সেমবাৰ্গীয়
  74. মেচিডোনিয়ান
  75. মৈথিলী
  76. মালাগাচী
  77. মালয়
  78. মালয়ালম
  79. মাল্টীজ
  80. মাওৰী
  81. মাৰাঠী
  82. মেইটেইলন (মণিপুৰী)
  83. মিজো
  84. মংগোলীয়
  85. ম্যানমাৰ (বাৰ্মিজ)
  86. নেপালী
  87. নৰৱেজিয়ান
  88. ওড়িয়া
  89. ওৰোমো'
  90. পষ্টো
  91. পাৰ্চী
  92. পোলিশ
  93. পৰ্তুগীজ
  94. পঞ্জাৱী
  95. কেঁচুৱা
  96. ৰোমানিয়ান
  97. ৰাছিয়ান
  98. সামোয়ান
  99. সংস্কৃত
  100. স্কটছ গেইলিক
  101. সেপেডী
  102. ছাৰ্বিয়ান
  103. শোনা
  104. সিন্ধী
  105. সিংহলী
  106. শ্লোভাক
  107. স্লোভেনিয়ান
  108. ছোমালি
  109. সোথো
  110. স্পেনিছ
  111. চুণ্ডানীজ
  112. শ্বাহিলী
  113. ছুইডিছ
  114. তাজিক
  115. তামিল
  116. টাটাৰ
  117. তেলেগু
  118. থাই
  119. টিগৰিন্যা
  120. চংগা
  121. তুৰ্কী
  122. তুৰ্কমেন
  123. ত্বি
  124. ইউক্ৰেইনিয়ান
  125. উৰ্দু
  126. য়োঘোৰ
  127. উজবেক
  128. ভিয়েটনামী
  129. ৱেলছ
  130. ঝোছা
  131. য়িদ্দিছ
  132. য়োৰুবা
  133. জুলু

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

w:en:Mobile appw:en:iosw:en:web appএণ্ড্ৰইডগুগল

🔥 Trending searches on Wiki অসমীয়া:

বিহুজেতুকামই আৰু নেফাভাৰত-আৰ্য ভাষা পৰিয়ালআকবৰআমৰলি টোপসত্যনাথ বৰামহিম বৰাঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলসাত বিহুভাৰতীয় সাহিত্যভ্ৰমণ সাহিত্যকামাখ্যা মন্দিৰকাৰেংঘৰবিষুৱ ৰেখাব্ৰজাৱলী ভাষামৃণাল ঠাকুৰগৰু বিহুচাহেবপুৰাৰ বৰষুণঁ (চন্দ্ৰবিন্দু)জয় দৌলকোচ ৰাজবংশীমৃগনাভি (চলচ্চিত্ৰ)লেটিন ভাষাবিশেষ্য পদকামৰূপীয়া ঢুলীয়াহীৰেন গোহাঁইকানাই বৰশী বোৱা শিলালিপিইয়াণ্ডাবু সন্ধিমৌৰ্য সাম্ৰাজ্যবগেজাৰী গীতসিংহসাঁচিগছৱিকিপিডিয়াঢ়কিংখাপআত্মজীৱনীদলগত কামপাচন তন্ত্ৰঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাপানীঅণুবীক্ষণ যন্ত্ৰৰাসোৎসৱটঙালিকুঁহিয়াৰদ্ৰৌপদীতেজপুৰশ্ৰীমন্ত শংকৰদেৱশ্ৰী শ্ৰী বটদ্ৰৱা থানমিচিং জনগোষ্ঠীৰ সাজপাৰসূৰ্যকুমাৰ ভূঞাদুৰ্যোগৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানহেম বৰুৱানিমাতী কইনাচৈয়দ আব্দুল মালিকনেপালঅসমৰ পিতল শিল্পছাইমন কমিশ্যনবৃত্তভাৰতত মহিলাৰ ভোটাধিকাৰ আন্দোলনমুগা (ৰেচম)কালিদাসকাৰ্বি জনগোষ্ঠীঅনুৰাধা শৰ্মা পূজাৰীধুবুৰী জিলাশব্দনাটকঅসমীয়া জাতিএকলব্যচৰাইনাস্তিকতা🡆 More