পদাৰ্থ বিজ্ঞান

পদাৰ্থ বিজ্ঞান (ইংৰাজী: Physics) হৈছে প্ৰাকৃতিক বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ শাখা য'ত স্থান-কালৰ মাজেৰে পদাৰ্থ, ইয়াৰ গতি আৰু আচৰণকে ধৰি অন্যান্য সংযুক্ত ধাৰণাসমূহ; যেনে শক্তি আৰু বল ইত্যাদি বিষয়সমূহ অধ্যয়ন কৰা হয়। বুনিয়াদী বৈজ্ঞানিক অধ্যয়নৰ ক্ষেত্ৰসমূহৰ ভিতৰত পদাৰ্থ বিজ্ঞান অন্যতম আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে প্ৰকৃতিৰ পৰিঘটনাসমূহ পুংখানুপুংখভাৱে অধ্যয়ন কৰা।

পদাৰ্থ বিজ্ঞান
বিভিন্ন ভৌতিক পৰিঘটনাৰ উদাহৰণ

পদাৰ্থ বিজ্ঞান প্ৰাচীন বিদ্যায়তনিক বিষয়সমূহৰ ভিতৰত অন্যতম। সম্ভৱতঃ জ্যোতিৰ্বিজ্ঞানৰ অন্তৰ্ভুক্তিৰ ফলস্বৰূপে ই প্ৰাচীনতম বিদ্যায়তনিক বিষয় হিচাপে স্বীকৃতি লাভ কৰিছে। শেষৰ দুটা সহস্ৰাব্দলৈ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু গণিতৰ কিছুসংখ্যক শাখা প্ৰাকৃতিক দৰ্শনৰ অংশ আছিল যদিও ১৭ শতিকাৰ বৈজ্ঞানিক বিপ্লৱৰ সময়ছোৱাত এই প্ৰাকৃতিক বিজ্ঞানসমূহ সিহঁতৰ নিজস্ব অধিকাৰত একক অনুসন্ধান প্ৰয়াস হিচাপে জ্ঞাত হয়।

টোকা

তথ্যসূত্ৰ


বাহ্যিক সংযোগ

Tags:

ইংৰাজীগতিবলশক্তি

🔥 Trending searches on Wiki অসমীয়া:

জামুগুৰিহাটউত্তৰ-পূব ভাৰতয়েছে দৰজে ঠংচি২৬ এপ্ৰিলদুষ্যন্তমালিতাহাবুংভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহকমলা মিৰিসত্ৰীয়া নৃত্যব্লগশ্ৰীকৃষ্ণকীৰ্তনভৌতিক সংস্কৃতিছনেটকুলধৰ শইকীয়ামোহনদাস কৰমচান্দ গান্ধীমোৰ জীৱন সোঁৱৰণ২২ এপ্ৰিলপাঠ্যক্ৰমবিহুগীতঅৰুণাচল প্ৰদেশৰ উৎসৱসমূহব’হাগশদিয়াপুঁজিবাদঅস্বাভাৱিক মনোবিজ্ঞানঅষ্ট্ৰেলিয়াখেৰাইকুকুৰাভিটামিনহনুমান জয়ন্তীবৰাক উপত্যকাঋতুস্ৰাৱইয়াণ্ডাবু সন্ধিব'হাগ বিহুডিব্ৰু-শদিয়া ৰেলৱেজুৰী বৰা বৰগোহাঞিবিশ্ব বাণিজ্য সংস্থাৰামনাটকবড়ো ভাষাভাৰতীয় ভাষাসাম্যবাদপৰিৱেশ তন্ত্ৰঅসমৰ সাধুকথাদেৱদাসীঋণাত্মক অখণ্ড সংখ্যা২৫ এপ্ৰিলকিতাপভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাদ্বীপেন বৰুৱাপাইক প্ৰথাউপন্যাসবিৰিঞ্চি কুমাৰ বৰুৱালীলা গগৈপানীশিৱসাগৰ জিলাকোষ (জীৱবিজ্ঞান)ৰাজস্থানআইজাক নিউটনএলবাৰ্ট আইনষ্টাইননগাঁওনাৰী সবলীকৰণবিহুৰ বাদ্যযন্ত্ৰমই আৰু নেফাগদ্যউপভাষাপদিনালোক-নৃত্যঅম্বিকাগিৰি ৰায়চৌধুৰীবাণীকান্ত কাকতিঅসমীয়া ব্যাকৰণকৰতল কমল কমল দল নয়নএশিঙীয়া গঁড়অসমৰ নদীসমূহৰ তালিকাবেণুধৰ শৰ্মাকৃষ্ণ ভূঞাউৎসৱ🡆 More