কৃষ্ণ সাগৰ

কৃষ্ণ সাগৰ পশ্চিম এছিয়া আৰু দক্ষিণ-পূব ইউৰোপোৰ মাজত অৱস্থিত এখন সাগৰ। এই সাগৰৰ সীমাত ইউৰোপ, এনাট’লিয়া (Anatolia) আৰু ক’কেছাছ (Caucasus) অৱস্থিত। এই সাগৰ ভূমধ্যৰ মাজেৰে গৈ আটলাণ্টিক মহাসাগৰত মিলিত হৈছেগৈ। Bosphorus Strait-এ এই সাগৰল Sea of Marmara ৰ সৈতে আৰু Strait of the Dardanelles-এ Aegean Sea-ৰ সৈতে সংযোগ কৰিছে। এই সাগৰেই পূব ইউৰোপ আৰু পশ্চি এছিয়াক পৃথক কৰে। কৃষ্ণ সাগৰক Sea of Azov ৰ সৈতে Strait of Kerch-এ সংযোগ কৰিছে।

কৃষ্ণ সাগৰ
কৃষ্ণ সাগৰ
স্থানাংক 44°N 35°E / 44°N 35°E / 44; 35 35°E / 44°N 35°E / 44; 35
প্ৰকাৰ সাগৰ
Primary inflows Danube, Dnieper, Rioni, Southern Bug, Kızılırmak, Dniester
জলপ্ৰৱাহ Bosphorus
অৱবাহিকা দেশ Bulgaria, Romania, Ukraine, Russia, Georgia, Turkey
সৰ্বোচ্চ দৈৰ্ঘ্য 1,175 km (730 মাইল)
কালি 4,36,402 বৰ্গ কি.মি. (1,68,500 বৰ্গ মাইল)
গড় গভীৰতা 1,253 মিটাৰ (4,111 ফুট)
সৰ্বোচ্চ গভীৰতা 2,212 মিটাৰ (7,257 ফুট)
Water volume সাঁচ:Convert/km3
Islands 10+

কৃষ্ণ সাগৰৰ মুঠ কালি 4,36,400 বৰ্গ কি.মি. (4.364×1011 বৰ্গ মিটাৰ) সৰ্বোচ্চ গভীৰতা 2,212 মিটাৰ (7,257 ফুট), আৰু আয়তন সাঁচ:Convert/km3। কৃষ্ণ সাগৰে পূবা-পশ্চিমাকৈ এক বিশেষ অৱনমন (elliptical depression) সৃষ্টি কৰে। এই অৱনমন বুলগেৰিয়া, জৰ্জিয়া, ৰোমানিয়া, ৰাছিয়া, তুৰ্কী আৰু ইউক্ৰেইনৰ মাজত অৱস্থিত। ইয়াৰ দক্ষিণে প’ণ্টিক পৰ্বতমালা (Pontic Mountains) আৰু পূবে ক’কেছাছ পৰ্বতমালা (Caucasus Mountains) আছে। ইয়াৰ পূবা-পশ্চিমাকৈ সৰ্বোচ্চ প্ৰস্থ হৈছে 1,175 km (730 মাইল)।

কৃষ্ণ সাগৰৰ পাৰৰ প্ৰখ্যাত মহানগৰসমূহ হৈছে Batumi, Burgas, Constanța, Giresun, Hopa, Istanbul, Kerch, Mangalia, Năvodari, Novorossiysk, Odessa, Ordu, Poti, Rize, Sinop, Samsun, Sevastopol, Sochi, Sozopol, Sukhumi, Trabzon, Varna, Yalta আৰু Zonguldak।

আলোকচিত্ৰৰ ভঁৰাল

কাষৰীয়া অঞ্চলসমূহ

Most populous urban areas along the Black Sea coastline

স্থান মহানগৰ দেশ Region/County জনসংখ্যা
1 ইষ্টানবুল তুৰ্কী Istanbul 14,324,240
2 ওডেছা (Odessa) ইউক্ৰেইন Odessa 1,003,705
3 ছামছুন(Samsun) তুৰ্কী Samsun 535,401
4 ভাৰ্না (Varna) Bulgaria Varna 474,076
5 শেভাষ্ট’প’ল (Sevastopol) Crimea national-level municipality on the Crimean Peninsula 379,200
6 Sochi ৰাছিয়া Krasnodar Krai 343,334
7 Trabzon তুৰ্কী Trabzon 305,231
8 Constanța ৰোমানিয়া Constanța 283,872
9 Novorossiysk ৰাছিয়া Krasnodar Krai 241,952
10 Burgas বুলগেৰিয়া Burgas 223,902
11 Batumi জৰ্জিয়া Adjara 190,405

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

কৃষ্ণ সাগৰ আলোকচিত্ৰৰ ভঁৰালকৃষ্ণ সাগৰ কাষৰীয়া অঞ্চলসমূহকৃষ্ণ সাগৰ তথ্যসূত্ৰকৃষ্ণ সাগৰ লগতে চাওককৃষ্ণ সাগৰ বাহ্যিক সংযোগকৃষ্ণ সাগৰ

🔥 Trending searches on Wiki অসমীয়া:

জাতনামধানবাইখো পূজাৰোমাণ্টিক কবিতাঢুলীয়া ভাওনাঅসমৰ ৰেচম শিল্পহেমকোষসাহিত্যমোৰ জীৱন সোঁৱৰণব্ৰহ্মপুত্ৰ উপত্যকাৰমন্যাসবাদগান্ধীবাদভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাদিল্লীবন্দে মাতৰম্‌ভাৰতৰ ৰাষ্ট্ৰপতিকাঠৰ জোখ মাপঋতুগদ্যমুদ্ৰাস্ফীতিকাৰেঙৰ লিগিৰীকৰ্কট ক্ৰান্তিঅষ্ট্ৰেলিয়ালোকসভাব্ৰাহ্মী লিপিমৌ-মাখিঅসমৰ জনগোষ্ঠীভাৰতীয় ৰিজাৰ্ভ বেংকচৰিত পুথিএলবাৰ্ট আইনষ্টাইনঊৰুমৈথুনপুঁজিবাদভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগপ্ৰথম বিশ্বযুদ্ধআন্তৰ্জাতিক শ্ৰমিক দিৱসকৌটিল্যৰ অৰ্থশাস্ত্ৰহিন্দুত্বনৱকান্ত বৰুৱাভাৰতৰ উপৰাষ্ট্ৰপতিইন্দ্ৰকানাই বৰশী বোৱা শিলালিপিকদমলিংগ স্তম্ভনসতী সাধনীবিষ্ণুপ্ৰসাদ ৰাভাঅসমীয়া জাতিজ্বৰপ্ৰাক-ইতিহাসনীলমণি ফুকন (কনিষ্ঠ)লীলা গগৈকৃষ্ণকান্ত সন্দিকৈশালস্তম্ভ ৰাজবংশৰজনীকান্ত বৰদলৈআজান পীৰউদ্যোগদুষ্যন্তপৰিৱেশ তন্ত্ৰপুথিভঁৰালসোণস্বদেশী আন্দোলনভঠেলিঅসমসীতাঅসীমত যাৰ হেৰাল সীমাদোৰোণএশিঙীয়া গঁড়সমাসকৰবায়ু প্ৰদূষণঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকাআনন্দ চন্দ্ৰ বৰুৱামাইলছ ব্ৰনছনশিৱসাগৰ জিলা🡆 More