ৰসায়ন বিজ্ঞান

ৰসায়ন বিজ্ঞান হৈছে ভৌতিক বিজ্ঞানৰ এটা শাখা য’ত পদাৰ্থৰ গুণাগুণ, ক্ৰিয়া-বিক্ৰিয়া, সংযুক্তি, পৰিৱৰ্তন, প্ৰস্তুতি পদ্ধতি আৰু পদাৰ্থবোৰৰ মাজত ঘটা মিলনৰ নিয়ম, প্ৰক্ৰিয়া আদি আলোচনা কৰা হয়। বহলকৈ ইয়াক জৈৱ ৰসায়ন, অজৈৱ ৰসায়ন আৰু ভৌত ৰসায়ন এই তিনি ভাগত ভগাব পাৰি। ৰবাৰ্ট বয়ল নামৰ বিজ্ঞানীগৰাকীয়ে ৰসায়ন বিজ্ঞানক এটা অন্য শাখা হিচাপে প্ৰতিষ্ঠা কৰাত প্ৰভুত অৰিহণা যোগায় যদিও এণ্টন লেভয়ছিয়াৰকহে আধুনিক ৰসায়নৰ পিতা বুলি অভিহিত কৰা হয়।

ৰসায়ন বিজ্ঞান

ৰসায়ন বিজ্ঞানৰ ইংৰাজী ভাষাৰ Chemistry শব্দটো গ্ৰীক শব্দ ‘Alchemy’ৰ পৰা উৎপত্তি হৈছে।

Tags:

অজৈৱ ৰসায়নজৈৱ ৰসায়নভৌত ৰসায়ন

🔥 Trending searches on Wiki অসমীয়া:

ৱিকিপিডিয়াযোৰহাট জিলাঅব্যয় পদমাৰ্চভাৰতীয় নাগৰিকত্ব আইনব্ৰাহ্মী লিপিস্বামী বিবেকানন্দপৰ্যাবৃত্ত তালিকাৰামধেনুপদ্মাৱতী দেৱী ফুকননীশদিয়াদৌল গোবিন্দ মন্দিৰভট্টদেৱঅসমৰ জাতীয় গীতআলোচনীবৈচাগুহোমেন বৰগোহাঞিমহাদেশমহাভৈৰৱ মন্দিৰঅসমীয়া গীতি সাহিত্যফুটবলগুৱাহাটী (লোকসভা সমষ্টি)কৃষিসমাৰ্থক শব্দঅসম চাহভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহউচ্চ ৰক্তচাপবিহুৰ সাজ-পোচাক আৰু অলংকাৰশৰাইঘাট দলংমাৰ্ক্সবাদবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যশ্ৰী শ্ৰী আঠখেলীয়া নামঘৰবুঢ়ী আইৰ সাধুনিৰ্মলপ্ৰভা বৰদলৈঅশোক চক্ৰভাৰতীয় ভাষাযোগেশ দাসনামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পউমাচল শিলালিপিমেঘালয়বেণুধৰ শৰ্মালক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানঅসমীয়া খবৰসমাসহিউৱেন-চাংভ্ৰাম্যমাণ থিয়েটাৰচীনা-তিব্বতীয় ভাষাজলবিদ্যুৎহিতেশ্বৰ বৰবৰুৱাশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯নাগৰিকত্বলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীমালিনী থানতামোলকিতাপবিহু নৃত্যশীতল যুদ্ধদুৰ্গা পূজানেতাই ধুবুনী ঘাটবৰপেটা (লোকসভা সমষ্টি)কছাৰী ৰাজ্যহেমচন্দ্ৰ গোস্বামীপাঠ পৰিকল্পনাপতঞ্জলিগঙ্গা নদীঅসমৰ মুখা শিল্পত্ৰিভুজনাগালেণ্ডব্ৰজাৱলী ভাষাঅংগনবাদীতৎসমজলসিঞ্চনভাৰতীয় চলচ্চিত্ৰচৰ্যাপদহেমাংগ কুমাৰ দত্ত🡆 More