২১ জুন: তাৰিখ

২১ জুন (ইংৰাজী: 21 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭২তম (অধিবৰ্ষত ১৭৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯৩টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

ঘটনাৱলী

  • ১৯৪৮ - ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী কৰ্ণধাৰ সদস্য চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীদেৱে স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিল।
  • ১৯৪৮ - পিটাৰ গল্ডমাৰ্কৰ দ্বাৰা সৰ্বপ্ৰথম লং প্লেয়িং ৰেকৰ্ড প্ৰস্তুত কৰা হৈছিল।
  • ১৯৭৭ - জ্যোতিবসু পশ্চিমবংগৰ মুখ্য মন্ত্ৰী হয়। চনৰ পৰা একেৰাহে ২১ বছৰ কাল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি বিশ্ব অভিলেখ গঢ়িছিল।
  • ১৯৯১ - মনমোহন সিঙক বিত্তমন্ত্ৰী হিচাবে কেবিনেটত নবনিৰ্বাচিত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাৱে মকৰল কৰে।
  • ২০০৬ - প্লুট'ৰ ন-আৱিষ্কৃত চেটেলাইটকেইটাক নিক্স আৰু হাইড্ৰা নাম দিয়া হয়।
  • ২০১৪ - উত্তৰ গোলাৰ্ধৰ সকলোতকৈ দীঘল দিন। অসমৰ আকাশত সূৰ্য আছিল মুঠ ১৩ ঘণ্টা ৩৫ মিনিট।

জন্ম

  • ১৯৮১ - এডৱাৰ্ড জোচেফ স্ন'ডেন, আমেৰিকাৰ কম্পিউটাৰ বিশেষজ্ঞ, আমেৰিকাৰ চোৰাংচোৱা সংস্থা চি.আই.এ. আৰু এন.এচ.এ.ৰ প্ৰাক্তন কৰ্মী।
  • ১৯৩২ - নিগাৰ চুলতানা, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৫৩ - বেনাজিৰ ভুট্টো, পাকিস্তানী ৰাজনীতিবিদ।
  • ১৯৮২ - ৰাজকুমাৰ উইলিয়াম, গ্ৰেট বৃটেনৰ ৰাজকুমাৰ, ডিউক অব কেমব্ৰিজ।
  • ১৯৯১ - তাছি আৰু নুংচি মালিক, সপ্তশৃঙ্গ আৰোহণ কৰা আৰু উত্তৰ আৰু দক্ষিণ মেৰুত উপস্থিত হৈ দুঃসাহসী গ্ৰেণ্ড শ্লেম আৰু থ্ৰী পোলচ চেলেঞ্জ সম্পূৰ্ণ কৰা প্ৰথম ভাৰতীয় যমজ ভগ্নী।

মৃত্যু

  • ১৮৫২ - ফ্ৰেড্ৰিক ফ্ৰ'বেল, জাৰ্মান ধৰ্মযাজক আৰু কিণ্ডাদাৰগাৰ্টেন স্কুল ব্যৱস্থাৰ উদ্ভাৱক। (জঃ ২১/০৪/১৭৮২)
  • ১৯৫৭ - যোহানেচ্ ষ্টাৰ্ক, বিখ্যাত জাৰ্মান পদাৰ্থবিজ্ঞানী। (জঃ ১৫/০৪/১৮৭৪)
  • ১৯৯৯ - পৰাগধৰ চলিহা, অসমীয়া শিক্ষাবিদ, ৰাজনীতিবিদ, অভিনেতা আৰু সংগীতজ্ঞ।
  • ২০২০ - শীলা বৰঠাকুৰ, ভাৰতীয় সমাজসেৱী আৰু লেখিকা।
  • ২০২২ - ৰবীন বৰুৱা, অসমীয়া কাৰ্টুনিষ্ট আৰু চিত্ৰশিল্পী।

দিৱস

Tags:

২১ জুন ঘটনাৱলী২১ জুন জন্ম২১ জুন মৃত্যু২১ জুন দিৱস২১ জুনঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

বড়ো ভাষাজোনাকী (আলোচনী)বিশ্ব সাহিত্য কেন্দ্ৰমৈৰামৰা দৌলঅসমীয়া গীতি সাহিত্যনামঘৰভেঁকুৰভূমিকম্পভাৰতৰ সংসদ ভৱনজয়মতী কুঁৱৰীবকুলঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদশোণিতপুৰ জিলাভাৰতৰ ৰাষ্ট্ৰপতিভাৰতীয় নাগৰিকত্ব আইনচ'জুনসত্যনাথ বৰাঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাবহনক্ষম উন্নয়নৰ লক্ষ্যশিৱসপ্তকাণ্ড ৰামায়ণশ্ৰী শ্ৰী বটদ্ৰৱা থানইতিহাসআহোম ভাষাকাউণ্টি কিউলেনঢেঁকীঅসমৰ ইতিহাসহোলোঙাপাৰ গিবন অভয়াৰণ্যভানুমতীসতী সাধনীঅসমৰ ধান খেতিৰ সঁজুলিসমূহভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাজয়মতী (১৯৩৫ চলচ্চিত্ৰ)ফাকে জনগোষ্ঠীকলসমাজবাদইজৰাইল২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকাকোষ (জীৱবিজ্ঞান)পূৰবী বৰমুদৈমহেন্দ্ৰ বৰাপৃথিৱীভূমি প্ৰদূষণমেলেৰিয়ালক্ষ্মীনাথ বেজবৰুৱাকালিদাসবড়ো জনগোষ্ঠীআঙঠি পিন্ধোৱাগোলকীকৰণভাৰতীয় জনতা পাৰ্টিৰমন্যাসবাদতেজপুৰ (লোকসভা সমষ্টি)নৈৰাজ্যবাদআহোম জনগোষ্ঠীশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘমহাভৈৰৱ মন্দিৰঅৰূপা পটংগীয়া কলিতাৰাজহুৱা ক্ষেত্ৰঋকবেদগুণাভিৰাম বৰুৱাবেটুপাতপুৰুষোত্তম দাসবেণুধৰ শৰ্মাপিঠাশ্ৰী শ্ৰী আঠখেলীয়া নামঘৰজৱাহৰলাল নেহৰুঅসহযোগ আন্দোলনধৰ্মৰাম মন্দিৰ, অযোধ্যাদশাৱতাৰগুৱাহাটী বিশ্ববিদ্যালয়সৰস্বতী পূজা🡆 More