২০ জুলাই: তাৰিখ

২০ জুলাই (ইংৰাজী: 20 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০১তম (অধিবৰ্ষত ২০২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬৪টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

উল্লেখযোগ্য ঘটনা

  • ১২৯৬ - আল্লাউদ্দিন খিলজীয়ে জালালউদ্দিন খিলজীক হত্য়া কৰি নিজকে দিল্লীৰ চুলতান বুলি ঘোষণা কৰে।
  • ১৯০৩ - বৃটিছে ভাৰতত ৰয়েল আৰ্মিৰ আকাৰ বৃদ্ধি কৰে।
  • ১৯০৫ - লণ্ডনত ভাৰতৰ ৰাজ্য় সচিবে প্ৰথম বঙ্গ বিভাজন অনুমোদন জনায়।
  • ১৯৬৯ - মহম্মদ হিদায়ত উল্লাহ ভাৰতৰ প্ৰথম ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হয়।
  • ১৯৬৯ - বৰাহগিৰি বেংকটগিৰি নিৰ্বাচনত বিজয়ী হৈ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল।
  • ১৯৬৯ - এপ'ল' ১১ মহাকাশ অভিযানৰ দ্বাৰা চন্দ্ৰত প্ৰথম মানুহ হিচাপে নীল আৰ্মষ্ট্ৰং (নীল এল্‌ডে'ন আৰ্মষ্ট্ৰং) আৰু বুজ এলড্ৰিন-এ ভৰি দিয়ে আৰু এই সময়ছোৱাত সহযাত্ৰী মাইকেল কলিন্স-এ মহাকাশযানৰ কক্ষতে থাকি কমাণ্ড মডিউল পৰিচালনা কৰিছিল।

জন্ম

  • ১৩০৪ - পেট্ৰাৰ্ক, ইটালীৰ কবি, পণ্ডিত।
  • ১৮১২ - মাইলছ ব্ৰনছন বা ড° মাইলছ ব্ৰনছন, আমেৰিকান ব্যেপ্টিষ্ট মিছনেৰী, অসম, ভাৰতৰ উত্তৰ-পূৰ্ব আৰু বিশেষকৈ অসমীয়া ভাষাৰ বাবে তেখেতে প্ৰভূত কাম কৰি গৈছে, তেখেতে অসমীয়া অভিধান প্ৰণয়ন কৰিছিল৷
  • ১৮৯৮ - পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ, সংস্কৃত পণ্ডিত, ভাষাতত্ত্ববিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য।
  • ১৯১৯ - এডমাণ্ড হিলাৰী, নিউজিলেণ্ডৰ এজন পৰ্বতাৰোহী আৰু অভিযাত্ৰী। তেখেতে তেনজিং নৰগেৰ লগত ২৯ মে', ১৯৫৩ চনত এভাৰেষ্ট শৃঙ্গ আৰোহণ কৰে। (মৃত্যু: ১১ জানুৱাৰী, ২০০৮)
  • ১৯৩৩ - ৰোদ্দম নৰসিম্‌হা, ভাৰতীয় মহাকাশ বিজ্ঞানী।
  • ১৯৫০ - নাছিৰুদ্দিন শ্বাহ, ভাৰতীয় ছবিজগতৰ শক্তিশালী অভিনেতা। ২০০৩ চনত তেওঁ অভিনয় আৰু অসামান্য পাৰদৰ্শিতাৰ বাবে পদ্মবিভূষণ উপাধিৰে সন্মানিত হয় আৰু একাধিক ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনেতাৰো সন্মান লাভ কৰিছিল।
  • ১৯৮০ - বিনোদ কুমাৰ, ভাৰতীয় পেৰা-এথলীট তথা ডিচকাছ থ্ৰ' খেলুৱৈ।
  • ১৯৮৯ - অৰুণিমা সিনহা, ভাৰতীয় পৰ্বতাৰোহী।

মৃত্যু

  • ১৮৬৬ - বাৰ্নহাৰ্ড ৰিমান, জাৰ্মান গণিতজ্ঞ।
  • ১৯২০ - সাৰদা দেৱী, ৰামকৃষ্ণ মঠ আৰু মিছনৰ সংঘজননী।
  • ১৯৩৭ - গুগ্লিয়েম’ মাৰ্কনি, পদাৰ্থবিদ, তথা অনাতাঁৰ (ৰেডিঅ’)ৰ উদ্ভাৱক।
  • ১৯৭২ - গীতা দত্ত, ভাৰতীয় নেপথ্য কণ্ঠশিল্পী।
  • ১৯৭৩ - ব্ৰুচ লী, চীনা সমৰ কলা শিল্পী, শিক্ষক, অভিনেতা।
  • ১৯৮২ - মীৰাবেন, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী আৰু পৰিৱেশবিদ।
  • ১৯৯১ - চিথিৰা থিৰুনাল বালাৰামা বাৰ্মা, ত্ৰ্ৰেভাঙ্কুৰৰ (ত্ৰিভাঙ্কুৰ) প্ৰাক্তন ৰজা।
  • ২০১৯ - শীলা দীক্ষিত, ভাৰতীয় ৰাজনীতিবিদ।

দিৱস

বাহ্যিক সংযোগ



Tags:

২০ জুলাই উল্লেখযোগ্য ঘটনা২০ জুলাই জন্ম২০ জুলাই মৃত্যু২০ জুলাই দিৱস২০ জুলাই বাহ্যিক সংযোগ২০ জুলাইঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

চিপকো আন্দোলনহিমন্ত বিশ্ব শৰ্মাভাৰতীয় সাহিত্যনগাঁওঅৰ্থনীতিদৰং জিলায়কাতি বিহুতেজপুৰমহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন, ২০০৫অসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাডেণ্ড্ৰ'বিয়ামবুলু ফিল্মতথ্য প্ৰযুক্তিবেটুপাতভাৰতীয় ভাষাহিন্দী ভাষাস্বাধীনতা দিৱস (ভাৰত)সম্ৰাট অশোকগুৱাহাটী বিশ্ববিদ্যালয়পৰ্যাবৃত্ত তালিকাসামাজিক উপভাষাঅযোধ্যা (পৌৰাণিক নগৰ)মানৱ শৰীৰৰমন্যাসবাদপ্ৰাক-ইতিহাসপূৰ্ণ স্বৰাজঅসমত দেখা চৰাইবোৰআকবৰচাৰি কুমাৰকনকলতা বৰুৱানিৰ্মলপ্ৰভা বৰদলৈলভিতাবিশ্বনাথ ঘাটআহোম-মোগলৰ সংঘৰ্ষৰামায়ণঅসমৰ জাতীয় গীতকাৰ্বি জনগোষ্ঠীঅৰুণাচল প্ৰদেশৰ উৎসৱসমূহহোৱাৎছএপমালতীদিহানামআধুনিকতাবাদইন্দিৰা গান্ধীনতুন দিল্লীহেম বৰুৱাশিৱসাগৰৰ শিৱদৌলনাটকবিহু নৃত্যঅসমীয়া ভাষামহাভাৰতমাৰ্ক্সবাদবাঙালী জাতিবনঘোষাআনন্দ চন্দ্ৰ আগৰৱালাআমতাল (বাদ্যযন্ত্ৰ)ব্ৰাহ্মী লিপিকাঠৰ জোখ মাপমণিৰাম দেৱানভাৰতীয় চলচ্চিত্ৰসোণালী বান্দৰকৰ্কট ক্ৰান্তিলংকামিত্ৰদেৱ মহন্তযোৰহাট জিলাঋতুশামুকমোগল সাম্ৰাজ্যঅসমৰ চাহ জনগোষ্ঠীগুৱাহাটী (লোকসভা সমষ্টি)তলাতল ঘৰশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯ধৰ্মশৰৎচন্দ্ৰ চট্টোপাধ্যায়বিয়া নামঅসীমত যাৰ হেৰাল সীমা🡆 More