১৭ জুন: তাৰিখ

১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

১৭ জুন (ইংৰাজী: 17 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৮তম (অধিবৰ্ষত ১৬৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯৭টা দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

ঘটনাৱলী

  • ১১২৮ - কাউণ্ট পঞ্চম জিঅ’ফ্ৰেৰ ইংলেণ্ডৰ ৰজা প্ৰথম হেনৰীৰ কন্যা মাটিলডাল সৈতে বিবাহ।
  • ১৯৬৭ - চীন চৰকাৰৰ দ্বাৰা প্ৰথমটো হাইড্ৰ’জেন বোমাৰ বিস্ফোৰণ কৰা হৈছিল।
  • ১৯৯১ - ভাৰতৰ প্ৰথম উপ-প্ৰধান মন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীলৈ মৰণোত্তৰ ভাৱে ভাৰতৰত্ন প্ৰদানৰ সিদ্ধান্ত ঘোষোণা কৰা হয়।

জন্ম

মৃত্যু

  • ১৬৩১ - মমতাজ মহল, মোগল সম্ৰাট শাহ জাহানৰ বেগম।
  • ১৬৭৪ - জিজাবাঈ, মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক শিৱাজীৰ মাতৃ।
  • ১৮৬২ - লৰ্ড কেনিং, ভাৰতৰ প্ৰাক্তন গৱৰ্ণৰ জেনেৰেল।
  • ১৯২৮ - গোপবন্ধু দাস, ওড়িশাৰ জাতীয়তাবাদী নেতা।

দিৱস

  • আইচলেণ্ডৰ ৰাষ্ট্ৰীয় দিৱস।
  • আন্তঃৰাষ্ট্ৰীয় নিৰ্বনানীকৰণ আৰু খৰাঙ প্ৰতিৰোধী দিৱস

বাহ্যিক সংযোগ



Tags:

১৭ জুন ঘটনাৱলী১৭ জুন জন্ম১৭ জুন মৃত্যু১৭ জুন দিৱস১৭ জুন বাহ্যিক সংযোগ১৭ জুন

🔥 Trending searches on Wiki অসমীয়া:

বাথৌ পূজাআত্মসহায়ক গোটআৰবী ভাষাসমাজতত্ত্বমহাকাব্যসৰ্বশিক্ষা অভিযানবৰপেটা সত্ৰঋতুসমাৰ্থক শব্দঅসমত মহাত্মাঅশ্বত্থামাঅসমৰ পৰম্পৰাগত সাজ-পাৰঅংকীয়া নাটবেদব্যাসপোৱামক্কাৰামমোহন ৰায়গুকেশ ডিশৰাইঘাট দলংজোনবিল মেলাৰফিকুল হুছেইনশিক্ষাঅসমৰ বাঁহ-বেতৰ শিল্পঅৰ্জুন ভঞ্জনডুবি তাম্ৰলিপি আৰু ছীলহিন্দু ধৰ্মনলিনীবালা দেৱীব্যৱস্থাপনাঅসমৰ গামোচাপাচনইছলামখিলঞ্জীয়া লোককম্পিউটাৰ হাৰ্ডৱেৰফ্লোৰেন্স নাইটিংগেলসালোক সংশ্লেষণলখিমপুৰ জিলাইয়াত এখন অৰণ্য আছিলকাঞ্চন (উপন্যাস)ডিম্বেশ্বৰ নেওগঅপাৰেটিং চিষ্টেমঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতজোৰোণমানৱ ভূগোলতগৰসাঁথৰমণিপুৰ সংঘৰ্ষ ২০২৩পদাৰ্থ বিজ্ঞানসাত বিহুৰাধাগোবিন্দ বৰুৱাঢ়কিতাপ পঢ়াৰ আনন্দভাৰতৰ সংবিধানমৌৰ্য সাম্ৰাজ্যব্ৰজাৱলী ভাষানুৰ জাহান (মোগল সম্ৰাজ্ঞী)লক্ষ্মীনাথ বেজবৰুৱাঅসম মাধ্যমিক শিক্ষা পৰিষদলুই পেষ্ট'ৰউমাচল শিলালিপিকৃষিতিৱা জনগোষ্ঠীৰমন্যাসবাদসমীৰ তাঁতীভৌতিক সংস্কৃতিৰক্তদলখ্ৰীষ্টান ধৰ্মচ্যু-কা-ফামোৰো এটা সপোন আছেপানীতাল (বাদ্যযন্ত্ৰ)আবেগফাকুৱাবক ফুলকৃষ্ণকান্ত সন্দিকৈনৰকাসুৰ🡆 More