য়াহু!

য়াহু! এক ৱে'ব সেৱা প্ৰদানকাৰী। ইয়াৰ মুখ্য কাৰ্যালয় কেলিফ'ৰ্নিয়াৰ চানীভেইলত অৱস্থিত। ই অ'থ ইন্‌ক'ৰ্প'ৰেচনৰ জৰিয়তে ভেৰিজ'ন কমিউনিকেচন্‌ছৰ মালিকানাধীন। মূল য়াহু! কোম্পানীটো জেৰী য়াং আৰু ডেভিদ ফিল'ই ১৯৯৪ চনত খুলিছিল আৰু ১৯৯৫ চনৰ ২ মাৰ্চত কাম আৰম্ভ হৈছিল। ১৯৯০ দশকৰ প্ৰাথমিক ইণ্টাৰনেট যুগত য়াহুৱে এক অগ্ৰণী ভূমিকা পালন কৰিছিল।

য়াহু! (Yahoo!)
Wiki অসমীয়াWikipedia logo soft2i
ইউ আৰ এল yahoo.com
প্ৰকাৰ ৱে'ব প'ৰ্টেল
পঞ্জীয়ন বৈকল্পিক
ভাষা es-us
স্বত্বাধিকাৰী ভেৰিজ'ন
প্ৰতিস্থাপক
  • জেৰী য়াং
  • ডেভিড ফিল'
স্থাপিত জানুৱাৰী ১৯৯৪; ৩০ বছৰ  আগতে (1994-01)
কৰ্মক্ষেত্ৰ Worldwide
কৰ্মচাৰীৰ সংখ্যা 8,600 (March 2017)
ৰাজহ $5.17 billion
এলেক্সা স্থান steady 6 (Global, January 2018)
বৰ্তমান স্থিতি সক্ৰিয়

য়াহু ৱে'ব প'ৰ্টেল, চাৰ্ছ ইঞ্জিন আৰু আন সেৱা যেনে য়াহু! ডিৰেক্টৰী, য়াহু! মেইল, য়াহু! নিউজ, য়াহু! ফাইনান্স, য়াহু! গ্ৰুপ্‌ছ, য়াহু! এন্সাৰ্ছ, বিজ্ঞাপন, অনলাইন মেপিং, ভিডিঅ' শ্বেয়াৰিং আৰু ইয়াৰ ছ'ছিয়েল মিডিয়া ৱে'বছাইটৰ বাবে জনাজাত আছিল। এটা সময়ত ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় ছাইটসমূহৰ এটা আছিল। তৃতীয় পক্ষৰ ৱে'ব এনালাইটিক ছাইট এলেক্সা আৰু ছিমিলাৰৱে'বৰ মতে প্ৰতি মাহে ৭০০ কোটিতকৈও অধিক পৃষ্ঠা দৰ্শনেৰে ২০১৬ চনত য়াহু! বিশ্বৰ সকলোতকৈ বেছি পঢ়া বাতৰি আৰু মিডিয়া ৱে'বছাইট আৰু ষষ্ঠ জনপ্ৰিয় ৱে'বছাইট আছিল।

২০০০ চনমানৰ পৰা য়াহু!ৰ জনপ্ৰিয়তা হ্ৰাস পাবলৈ ধৰে। ২০১৭ চনত ভেৰিজ'ন কমিউনিকেচন্‌ছে য়াহুৰ বেছিভাগ ইণ্টাৰনে'ট ব্যৱসায় ৪৪৮ কোটি ডলাৰত কিনি লয়। আলিবাবা গোট আৰু যাহু! জাপানৰ নিকিনা অংশ য়াহুৰ উত্তৰসূৰী কোম্পানী Altaba-ৰ হাতলৈ যায়।

তথ্যসূত্ৰ

Tags:

ইণ্টাৰনেট

🔥 Trending searches on Wiki অসমীয়া:

গুৱাহাটী উচ্চ ন্যায়ালয়বৰহমথুৰিপদুমশেৱালি ফুলহিমন্ত বিশ্ব শৰ্মামিচিং ভাষাঅসমীয়া উপন্যাসআনন্দৰাম বৰুৱামলয়া গোস্বামীনৈৰাজ্যবাদভাৰত ত্যাগ আন্দোলনশৰাইঘাটৰ যুদ্ধবংগ বিভাজন (১৯০৫)মল্লিকা ফুলপাঁচালীওৰাং ৰাষ্ট্ৰীয় উদ্যানসিন্ধু সভ্যতাঅসমৰ শাক-পাচলিৰ তালিকাজীৱনৰ বাটতঅসমীয়া লোক-সংস্কৃতিদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানচুটিগল্পমানস ৰাষ্ট্ৰীয় উদ্যানবনঘোষাকলীয়াভোমোৰা সেতুবিহুৰ বাদ্যযন্ত্ৰৰাজ্যসভাভাষাহাবুংআহোম ৰাজ্যসাঁচিপাতহস্তমৈথুনপ্ৰেমচন্দগুগলশিৱসাগৰ জিলাদেওপাহাৰকাগজজয়সাগৰ পুখুৰীকীৰ্তন-ঘোষাগাৰো জনগোষ্ঠীহিউৱেন-চাংমহাবীৰশিৱসাগৰজীৱনীপথৰুঘাটৰ ৰণসাঁথৰতথ্য জনাৰ অধিকাৰ আইন, ২০০৫পৰিৱেশ তন্ত্ৰঅসমৰ কাঁহ শিল্পৰুদ্ৰেশ্বৰ দেৱালয়ৰঙিয়া (বিধানসভা সমষ্টি)ভৌগোলিক স্বীকৃতিসুশোভন সোনু ৰায়আঙঠি পিন্ধোৱাম'হৰ শিঙৰ পেঁপামিচিং জনগোষ্ঠীৰ সাজপাৰজয়মতী (১৯৩৫ চলচ্চিত্ৰ)অসমীয়া ভাষা আন্দোলনভাস্কৰাব্দহোমেন বৰগোহাঞিপৰিয়ালমিৰি জীয়ৰীমহাভৈৰৱ মন্দিৰমোগল সাম্ৰাজ্যব’হাগবেদবৰদৈচিলাসতী সাধনীচিপাহী বিদ্ৰোহ ১৮৫৭শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰাৱণশ্ৰীমন্ত শংকৰদেৱনগাঁও জিলাপাৰিপাৰ্শ্বিক সংঘাতবিষ্ণু🡆 More