ভূমধ্য সাগৰ: সাগৰ

ভূমধ্য সাগৰ (/ˌmɛdɪtəˈreɪniən/; ইটালীয়ান: Mare Mediterraneo or Mar Mediterraneo ; আৰবী: البحر الابيض المتوسط al-Baḥr al-abyaḍ al-Mutawassiṭ; সাঁচ:Lang-ell ; ফৰাচী: Mer Méditerranée ; স্পেনীছ: Mar Mediterráneo ; তুৰস্কীয়া: Akdeniz; লেটিন: Mare Nostrum ) আটলাণ্টিক মহাসাগৰৰ লগত সংযোজিত হৈ থকা এখন সাগৰ। এই সাগৰখন ভূমধ্য অঞ্চলে চাৰিওদিশৰ পৰা আৱৰি আছে। ইয়াৰ উত্তৰে দক্ষিণ ইউৰোপ ( Southern Europe) আৰু আনাট’লিয়া (Anatolia), দক্ষিণে উত্তৰ আফ্ৰিকা আৰু পূবে লেভাণ্ট (Levant)। এই সাগৰক কেতিয়াবা আটলাণ্টিক মহাসাগৰৰে এটা অংশ বুলিও ধৰা হয়। এই সাগৰৰ পাৰত অৱস্থিত দেশবোৰ হৈছে- আলবানিয়া ( Albania), আলজাৰিয়া (Algeria), ব’ছনিয়া-হাৰযেগ’ভিনা (Bosnia-Herzegovina), ক্ৰ’টিয়া (Croatia), চাইপ্ৰাছ (Cyprus),ইজিপ্ট, ফ্ৰান্স, গ্ৰীচ, ইজৰাইল, ইটালী, লেবান’ন, লিবিয়া, মাল্টা (Malta),ম’ৰ’ক্ক, ম’নাক’, ম’ণ্টেনেগ্ৰ’ (Montenegro), উত্তৰ চাইপ্ৰাছ (Northern Cyprus),পেলেষ্টাইন, শ্ল’ভানিয়া, স্পেইন, চিৰিয়া, তুৰ্কী আৰু টুনিছিয়া (Tunisia)।

ভূমধ্য সাগৰ (Mediterranean Sea)
ভূমধ্য সাগৰ: নামকৰণ, ভৌগোলিক বিৱৰণ, গুৰুত্ব
Map of the Mediterranean Sea
স্থানাংক 35°N 18°E / 35°N 18°E / 35; 18 18°E / 35°N 18°E / 35; 18
প্ৰকাৰ সাগৰ
Primary inflows Atlantic, Sea of Marmara, Nile, Ebro, Rhône, Chelif, Po
অৱবাহিকা দেশ
কালি 25,00,000 বৰ্গ কি.মি. (9,70,000 বৰ্গ মাইল)
গড় গভীৰতা 1,500 মিটাৰ (4,900 ফুট)
সৰ্বোচ্চ গভীৰতা 5,267 মিটাৰ (17,280 ফুট)
Water volume সাঁচ:Convert/km3
Residence time 80-100 years
Islands 3300+
Settlements Alexandria, Algiers, Athens, Barcelona, Beirut, İzmir, Rome, Tangier, Tel Aviv, Tripoli

নামকৰণ

ভূমধ্য সাগৰৰ ইংৰাজী নাম লেটিন শব্দ ’mediterraneus’ পৰা আহিছে যাৰ অৰ্থ হ’ল-"inland" বা "in the middle of the land" (medius, "middle" ̀ আৰুt erra, "land").

ভৌগোলিক বিৱৰণ

এই সাগৰে প্ৰায় ২। ৫ মিলিয়ন বৰ্গ কিলোমিটাৰ অধিকাৰ কৰি আছে। অৱশ্যে ভূমধ্য সাগৰৰ আটালাণ্টিক মহাসাগৰৰ সৈতে সংযোগ হোৱা অংশটো কেৱল 14 km (8.7 মাইল) বহল। এই অংশটোক’Strait of Gibraltar’ বুলি কোৱা হয়। এই অংশটোৱে ইউৰোপৰ Gibraltar আৰু স্পেইনক আফ্ৰিকাৰ ম’ৰ’ক্কোৰ পৰা পৃথক কৰে।

ভূমধ্য সাগৰৰ গড় গভীৰতা প্ৰায় 1,500 মিটাৰ (4,900 ফুট) আৰু আটাইতকৈ গভীৰ অংশটো হ’ল 5,267 মিটাৰ (17,280 ফুট) , যি Ionian Sea ৰ Calypso Deep ত অৱস্থিত।

গুৰুত্ব

ভূমধ্য সাগৰে ঐতিহাসিক কালত ভ্ৰমণকাৰী আৰু বণিজসকলৰ জলপৰিবহণৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ পাৰত অৱস্থিত দেশসমূহৰ ইতিহাসত এই সাগৰৰ স্থান অতি গুৰুত্বপূৰ্ণ।


আলোকচিত্ৰৰ ভঁৰাল

তথ্যসূত্ৰ

Tags:

ভূমধ্য সাগৰ নামকৰণভূমধ্য সাগৰ ভৌগোলিক বিৱৰণভূমধ্য সাগৰ গুৰুত্বভূমধ্য সাগৰ আলোকচিত্ৰৰ ভঁৰালভূমধ্য সাগৰ তথ্যসূত্ৰভূমধ্য সাগৰ বাহ্যিক সংযোগভূমধ্য সাগৰen:Help:IPA for Englishen:WP:IPA for Frenchআৰবী ভাষালেটিন ভাষাৱিকিপিডিয়া:IPA for Englishৱিকিপিডিয়া:IPA for Italianৱিকিপিডিয়া:IPA for Spanish

🔥 Trending searches on Wiki অসমীয়া:

ভট্টদেৱবৰপেটাবিষ্ণুৰাম মেধিৰমন্যাসবাদহৰিদত্তহৰি-হৰ যুদ্ধনিৰ্মলপ্ৰভা বৰদলৈসিংহকিতাপ পঢ়াৰ আনন্দপৰিমেয় সংখ্যাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাকুচিয়া মাছহৰপ্পাবহুমূত্ৰ ৰোগভাৰতসাধুকথাশকুন্তলা (চলচ্চিত্ৰ)সালোক সংশ্লেষণকলাহীৰেন ভট্টাচাৰ্যভীমৰাও ৰামজী আম্বেদকাৰজোনাকী (আলোচনী)মহেন্দ্ৰ বৰাপ্ৰাকৃতিক দুৰ্যোগযোৰহাটকালিয়দমন নাটতেজবৰপেটা সত্ৰকেঁচুসাৰতুলাপাতকাঞ্চন (উপন্যাস)চীনা-তিব্বতীয় ভাষাহেম বৰুৱাবৌদ্ধ ধৰ্মসমাৰ্থক শব্দমুগা (ৰেচম)কাঠনিবাৰী ঘাটজামুগুৰিহাটড়মহাভাৰতমৌখিক লোকসাহিত্যবিষ্ণুপ্ৰসাদ ৰাভাচকলংমৌলিক সংখ্যাচৈয়দ আব্দুল মালিকশাল গছঅসমীয়া যুক্তাক্ষৰমৰাণ জনগোষ্ঠীফকৰা যোজনাব’হাগচকৰি ফেঁটী বুৰঞ্জীকেঁচুদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰবাংলাদেশঅসম সাহিত্য সভাকাৰেঙৰ লিগিৰীবতৰকৃষ্ণৰাভা জনগোষ্ঠীমিৰি জীয়ৰীৰাসায়নিক মৌলগামখাৰুমামণি ৰয়ছম গোস্বামীৰ উপন্যাসবহুভাষাবাদমাৰ্চফুলগুৰি ধেৱাভূগোললিংগ বৈষম্য আৰু ভাৰতীয় নাৰীওজাপালিফলৰ তালিকামৌখিক পৰম্পৰাবিশেষ্য পদমণিপুৰ সংঘৰ্ষ ২০২৩শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ🡆 More