১ জুলাই: তাৰিখ

১ জুলাই (ইংৰাজী: 1 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮২তম (অধিবৰ্ষত ১৮৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮৩টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ১৯০৮ - আন্তৰ্জাতিক বিপদ সংকেত এছ অ'এছ (SOS বা সংকেত · · · — — — · · · ) আৰম্ভ হয়। এছ অ'এছ (SOS) ৰ অৰ্থ হ'ল -চেভ্ আৱাৰ চিপ্ বা চেভ্ আৱাৰ চ'ল্
  • ১৯৫৫ - ইম্পেৰিয়েল বেঙ্ক অৱ ইণ্ডিয়াৰ নাম ষ্টেট বেঙ্ক অৱ ইণ্ডিয়া কৰা হৈছিল।
  • ১৯৭৯ - চ'নিয়ে (Sony) ৱাক্-মেন (Walkman) উদ্ভাৱন কৰে।
  • ১৯৮৩ - দৰং জিলা গঠন হয়।
  • ১৯৮৩ - কৰিমগঞ্জ জিলা গঠন হয়।

জন্ম

মৃত্যু

  • ১৮৬০ - চাৰ্লছ গুডইয়েৰ, মাৰ্কিন ৰসায়ন বিজ্ঞানী, ৰবৰৰ ভল্কেনাইজেছন্ প্ৰক্ৰিয়াৰ আৱিষ্কাৰক।
  • ১৮৬২ - ড॰ বিধান চন্দ্ৰ ৰয়: ভাৰতীয় চিকিৎসক তথা ৰাজনীতিক। (জন্ম: ১৮৮২)
  • ১৯৬২ - পুৰুষোত্তম দাস টেণ্ডন: ভাৰতীয় স্বাধীনতা যুঁজাৰু, ৰাজনীতিক। (জন্ম: ১৮৮২)
  • ২০০৪ - মাৰ্লন ব্ৰেণ্ড', হ'লিউডৰ অভিনেতা, দি গড্ ফাদাৰ কথাছবিৰ বাবে প্ৰখ্য়াত।

দিৱস

বাহ্যিক সংযোগ



Tags:

১ জুলাই ঘটনাৱলী১ জুলাই জন্ম১ জুলাই মৃত্যু১ জুলাই দিৱস১ জুলাই বাহ্যিক সংযোগ১ জুলাইঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

ফুটবলনৱ-বৈষ্ণৱ ধৰ্মঢুলীয়া ভাওনাৰবীন্দ্ৰনাথ ঠাকুৰমাঘ বিহুআহোম জনগোষ্ঠীচ'মাংকানইন্দিৰা গান্ধীলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানপিঠাইংৰাজী ভাষাহিন্দুত্বগৱেষণাঅংকীয়া নাটফাকুৱাজ্বৰকুলধৰ শইকীয়াপ্ৰাক-ইতিহাসঋতুজয়সাগৰ পুখুৰীৰোমাণ্টিক কবিতাকথা কবিতাঘৰচিৰিকাকলাকদমডাকৰ বচনচৰ্যাপদঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাভ্ৰাম্যমাণ থিয়েটাৰমুখমৈথুনজলসিঞ্চনৰম্বাছমধ্যাহ্ন ভোজন আঁচনিকেশৱ মহন্তঅসমীয়া লোকসাহিত্যলভিতাপূৰ্ণ স্বৰাজমানচিত্ৰঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকালক্ষ্মীধৰ শৰ্মাউত্তৰ গুৱাহাটীগৌতম বুদ্ধঅংগনবাদীনাগালেণ্ডবিষুৱ ৰেখানীলমণি ফুকন (কনিষ্ঠ)ব’হাগশিশুদুৰ্যোগপৰিৱেশ বিজ্ঞাননাগৰিকত্ব (সংশোধনী) আইন, ২০১৯অনাভেদী যৌনক্ৰিয়াচৰিত পুথিবসন্ত ৰোগমাটিমানৱ ভূগোলগণতন্ত্ৰহিন্দু ধৰ্মদুষ্যন্তভাষাভূমি প্ৰদূষণগণিতআলেকজেণ্ডাৰ গ্ৰাহাম বে'লফাট বিহুলোকসভাৰ অধ্যক্ষওৰাং ৰাষ্ট্ৰীয় উদ্যানয়অসমৰ মন্ত্ৰ-সাহিত্যবিত্তীয় ব্যৱস্থাজুৰি দত্তপৰ্যাবৃত্ত তালিকাদ্বীপেন বৰুৱাউদাৰনৈতিকতাবাদ🡆 More