লেটিন ভাষা: ইটালিক শাখাৰ ইণ্ডো-ইউৰোপীয় ভাষা

লেটিন ভাষা (Latin: lingua latīna) ইন্দো-ইউৰোপীয় ভাষাৰ অন্তৰ্গত ইটালীক শাখাৰ এক শাস্ত্ৰীয় ভাষা। লেটিন বৰ্ণমালা ইষ্ট্ৰোস্কেন আৰু গ্ৰীক বৰ্ণমালাৰ পৰা উদ্ভৱ হৈছে।

লেটিন ভাষা
lingua latīna
লেটিন ভাষা: তথ্য উৎস, বাহ্যিক সংযোগ
ইটালীৰ ৰোমৰ ক'ল'ছিয়ামত লেটিন লিপি
থলুৱা অঞ্চল
  • লেটিয়াম
  • ৰোমান সম্ৰাজ্য / গণতন্ত্ৰ / সম্ৰাজ্য
    • প্ৰাক আধুনিক ইউৰোপ
  • ছিলিছিয়াৰ আৰ্মেনিয়ান সম্ৰাজ্য (সংযোগী ভাষা)
  • লেটিন ভাষা: তথ্য উৎস, বাহ্যিক সংযোগ ভেটিকান চিটি
জাতীয়তা লেটিন
যুগ খ্ৰীষ্টীয় ষষ্ঠৰ পৰা নৱম খ্ৰীষ্টাব্দৰ সময়ছোৱাত বিৰূপ লেটিন পিছলৈ ৰোমাঞ্চ ভাষালৈ বিকশিত হৈছিল; বিশুদ্ধ ভাষা মধ্য ইউৰোপ আৰু কেথলিক দেশ সমূহৰ বিদ্বান লেখনি আৰু কেথলিক গীৰ্জা সমূহৰ পৱিত্ৰ ভাষাৰূপে ব্যৱহাৰ হৈছিল
ভাষা পৰিয়াল
ইণ্ডো-ইউৰোপীয় ভাষা
  • ইটালীক
    • লেটিন' ফালিস্কান ভাষা
      • লেটিন ভাষা
লিখন প্ৰণালী লেটিন বৰ্ণমালা 
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
লেটিন ভাষা: তথ্য উৎস, বাহ্যিক সংযোগ হলি চি
নিয়মাধীন হয়
  • প্ৰাচীন: ব্যাকৰণ আৰু অলংকাৰশাস্ত্ৰৰ ৰোমান স্কুল
  • বৰ্তমান: পন্তিফিকেল একাডেমী অফ লেটিন
ভাষা সংকেত
ISO 639-1 la
ISO 639-2 lat
ISO 639-3 lat
গ্লোটোলগ impe1234
lati1261
লিংগোৱাস্ফেয়াৰ 51-AAB-aa to 51-AAB-ac
লেটিন ভাষা: তথ্য উৎস, বাহ্যিক সংযোগ
১১৭ খ্ৰীষ্টাব্দৰ ৰোমান সম্ৰাজ্য আৰু লেটিন ভাষী সকলে শাসন কৰা অঞ্চল (ৰঙা)। সম্ৰাজ্যৰ ভিতৰত লেটিনৰ বাহিৰেও আন বহুতো ভাষাৰ প্ৰচলন আছিল।
লেটিন ভাষা: তথ্য উৎস, বাহ্যিক সংযোগ
ৰোমাঞ্চ ভাষাৰ বিস্তৃতি, আধুনিক লেটিনৰ উত্তৰপুৰুষ

লেটিন প্ৰথমতে ৰোম আৰু আৰু ইয়াৰ আশে-পাশে লেটিয়াম নামেৰে প্ৰচলিত আছিল। ৰোমান গণতন্ত্ৰৰ শক্তি বিস্তাৰৰ লগে লগে ই এক প্ৰভাৱশালী ভাষালৈ পৰিনীত হয়। প্ৰথমে ই ইটালী আৰু পিছলৈ গোটেই ৰোমান সাম্ৰাজ্যত বিয়পি পৰে। বিৰূপীত লেটিন ভাষা ৰোমাঞ্চ ভাষালৈ বিকশিত হয়। সেই সমূহ হ'ল ইটালীয়ান ভাষা, পৰ্তুগীজ ভাষা, স্পেনীছ ভাষা, ফৰাচী ভাষা, আৰু ৰোমানিয়ান ভাষা। লেটিন, গ্ৰীক আৰু ফ্ৰেন্স ভাষাৰ বহু শব্দয়ে ইংৰাজী শব্দসম্ভাৰ টনকিয়াল কৰিছে। তাৰে ভিতৰত লেটিন আৰু গ্ৰীক শব্দ মূল সমূহ ইংৰাজী ভাষাত সূত্ৰ, জীৱবিজ্ঞান, বিজ্ঞান, ঔষধ আৰু আইনী বিষয়ত ব্যৱহাৰ হয়।

৭৫ খ্ৰীষ্টপূৰ্বত ৰোমান গণতন্ত্ৰয়ে পুৰণি লেটিনক বিধিসন্মতভাবে শাস্ত্ৰীয়কৰণ কৰে। বৰ্তমান লেটিন বিশ্বৰ বহুতো শৈক্ষিক প্ৰতিষ্ঠানত প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ মাধ্যমিক স্তৰত শিকোৱা হয়। ই ৰোমান কেথলিক গীৰ্জা সমূহ আৰু হলি চিৰ চৰকাৰী ভাষা।

তথ্য উৎস

বাহ্যিক সংযোগ

ভাষা সঁজুলি

শিক্ষা

ব্যাকৰণ আৰু অধ্যয়ন

ফনেটিক

লেটিন ভাষাৰ বাতৰিকাকত

লেটিন ভাষাৰ অনলাইন সমাজ

Tags:

লেটিন ভাষা তথ্য উৎসলেটিন ভাষা বাহ্যিক সংযোগলেটিন ভাষাভাৰত-ইউৰোপীয় ভাষা পৰিয়াল

🔥 Trending searches on Wiki অসমীয়া:

ভাৰত-আৰ্য ভাষা পৰিয়ালকলিতা জনগোষ্ঠীশৰাইঘাটৰ যুদ্ধবৰহমথুৰিমেঘালয়ৰঙিয়া (বিধানসভা সমষ্টি)পঞ্চায়তী ৰাজচ্যু-কা-ফাখগেন গগৈহাঁচতিআহোম ৰাজবংশদৰিদ্ৰতাতিলমাজুলীঅব্যয় পদহীৰেন গোহাঁইচেলেংমৃণাল কলিতাকণী যুঁজচিৰ চেনেহী মোৰ ভাষা জননীগান্ধীবাদলাচিত বৰফুকনমনটুইটাৰকড়ি খেলসম্পাদনাহিমাংশু প্ৰসাদ দাসসংযুক্ত মুক্তি বাহিনী, অসমফকৰা যোজনাযাদৱ পায়েংগুণমালানৰেন্দ্ৰ মোদীভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যজানমণি (২০১১ চলচ্চিত্ৰ)বিশেষ্য পদবাথৌ পূজাকুকুৰা যুঁজহেটুলুকাবিদ্যুৎ চক্ৰৱৰ্তীস্থিতি শক্তিঅসমীয়া গালি-গালাজযোৰহাটমুদ্ৰাআনন্দৰাম বৰুৱামোৰো এটা সপোন আছেসূৰ্যকুমাৰ ভূঞাবুৰঞ্জীশিলকৰতল কমল কমল দল নয়নঅৰুণাচল প্ৰদেশব'হাগ বিহুঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাদৰং জিলাকামৰূপ ৰাজ্যসাহিত্যকাঞ্চনৱিকিপিডিয়াৰ তালিকাজীৱন বাটৰ লগৰীবৰগীতজণ্ডিছআমৰলি টোপআবেগলক্ষ্মীনাথ বেজবৰুৱামদন কামদেৱ দেৱালয়মোৱামৰীয়া বিদ্ৰোহনামঘোষাকাৰ্বি জনগোষ্ঠীবছৰভাৰতৰ স্বাধীনতা আন্দোলনবঙালী চলচ্চিত্ৰ🡆 More