৫ ফেব্ৰুৱাৰী: তাৰিখ

৫ ফেব্ৰুৱাৰী (ইংৰাজী: 5 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৬ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৯টা দিন (অধিবৰ্ষত ৩৩০টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯

ঘটনাৱলী

  • ১৯৩৭ - চাৰ্লি চেপলিন অভিনীত প্ৰথম সবাক চলচ্চিত্ৰ মডাৰ্ন টাইমছ মুক্তি লাভ কৰে।

জন্ম

  • ১৯১৪ - উইলিয়াম এছ বাৰ’জ, আমেৰিকাৰ বিট আন্দোলনৰ চুটিগল্পকাৰ আৰু ঔপন্যাসিক।
  • ১৯৩২ - শংখ ঘোষ, ভাৰতীয় কবি আৰু সমালোচক।
  • ১৯৭৬ - অভিষেক বচ্চন, ভাৰতীয় অভিনেতা।
  • ১৯৮৫ - ক্ৰিষ্টিয়ানো ৰোণাল্ডো, পৰ্তুগালৰ পেছাদাৰী ফুটবল খেলুৱৈ।
  • ১৯৯০ - ভুৱনেশ্বৰ কুমাৰ, ভাৰতীয় ক্ৰিকেট খেলুৱৈ।
  • ১৯৯২ - নেইমাৰ, ব্ৰাজিলৰ পেছাদাৰী ফুটবল খেলুৱৈ।

মৃত্যু

দিৱস

  • সংবিধান দিৱস (মেক্সিকো)।
  • একতা দিৱস (বুৰুন্দি)।

বাহ্যিক সংযোগ

Tags:

৫ ফেব্ৰুৱাৰী ঘটনাৱলী৫ ফেব্ৰুৱাৰী জন্ম৫ ফেব্ৰুৱাৰী মৃত্যু৫ ফেব্ৰুৱাৰী দিৱস৫ ফেব্ৰুৱাৰী বাহ্যিক সংযোগ৫ ফেব্ৰুৱাৰীঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিনবছৰ

🔥 Trending searches on Wiki অসমীয়া:

অসম বৈভৱ বঁটাসৰ্বপল্লী ৰাধাকৃষ্ণণবিপৰীতাৰ্থক শব্দসৌৰজগতকেতেকী ফুলকলঅৰুণোদইআহোম ভাষামৌলানা আব্দুল হামিদ খান ভাসানীআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডৰাজহুৱা ক্ষেত্ৰবৈচাগুলেছবিয়ানগোৱালপাৰা জিলাদিহানামমনোমতীভাৰতৰ নিৰ্বাচন আয়োগঅসমৰ ৰাজ্যিক প্ৰতীকসমূহনীলমণি ফুকন (কনিষ্ঠ)ৰাভা জনগোষ্ঠীঠেঙ্গাল কছাৰী জনগোষ্ঠীশকুন্তলালোকবিশ্বাসহুঁচৰিশেৱালি ফুলবিহুৰ বাদ্যযন্ত্ৰৰাজনৈতিক দলপ্ৰাঞ্জল শইকীয়াঅসমীয়া উপন্যাসঅসমত দেখা পোৱা মাছৰ তালিকাশালস্তম্ভ ৰাজবংশপদ (ব্যাকৰণ)জ্যোতিপ্ৰসাদ আগৰৱালাজোঙাল বলহুহাই নান্নাতথ্যচীনভাৰতীয় দৰ্শনঅনুৰাধা শৰ্মা পূজাৰীমহেশ্বৰ নেওগসিংহডিমাছা জনগোষ্ঠীআবেগভাৰতীয় নাগৰিকত্ব আইনহোলোঙাপাৰ গিবন অভয়াৰণ্যস্বাভাৱিক সংখ্যাবৰ্মণ ৰাজবংশমানৱ উন্নয়ন সূচকসংক্ৰমণমানচিত্ৰঈদ-উল-জুহাঅৰ্জুন ভঞ্জনলোকাচাৰমোৱামৰীয়া বিদ্ৰোহনেপালী জনগোষ্ঠীজোনাকী (আলোচনী)উত্তৰ গুৱাহাটীঅসমীয়া সাহিত্যভাৰতৰ জাতীয় পতাকাঢ়ৰঘুনাথ চৌধাৰীনামঘৰতাঁতশালঅসমৰ চাহ জনগোষ্ঠীকোষ (জীৱবিজ্ঞান)ৰামধেনুশ্ৰী শ্ৰী বটদ্ৰৱা থানযুগ্ম সংখ্যাপাইক প্ৰথাসাপপৰিমেয় সংখ্যাভীমৰাও ৰামজী আম্বেদকাৰবাগ্‌ধ্বনি🡆 More