৩১ জুলাই: তাৰিখ

৩১ জুলাই (ইংৰাজী: 31 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১২তম (অধিবৰ্ষত ২১৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৫৩টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

উল্লেখযোগ্য ঘটনাৱলী

  • ১৪৯৮ - প্ৰথম ইউৰোপীয়ান হিচাপে ক্ৰিষ্টোফাৰ কলম্বাছে পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ ত্ৰিনিদাদ আৱিষ্কাৰ কৰে।
  • ১৬৫৮ - ঔৰংজেৱ মোগল সম্ৰাট হৈছিল।
  • ১৮৬১ - ৯৩০০ মিলিমিটাৰ বৰষুণৰ বাবে চেৰাপুঞ্জীত বিশ্ব ৰেকৰ্ড হৈছিল।
  • ১৯৩৩ - পুণেৰপৰা প্ৰথম প্ৰকাশিত হয় মহাত্মা গান্ধীৰ ‘হৰিজন’ কাকত।
  • ১৯৪০ - স্বাধীনতা সংগ্ৰামী উধম সিঙক মাইকেল অ'ডায়ৰক গুলিয়াই হত্য়া কৰা বাবে ফাঁচি দিয়া হৈছিল।
  • ১৯৯২ - চেতাৰ বাদক পণ্ডিত ৰবিশংকৰে মেগচেছে বঁটা পাইছিল।
  • ২০০৪ - তুলসী দাসলৈ ২০০৪ চনৰ নাট্যসূৰ্য বঁটা।

জন্ম

  • ১৮০৩ - চুইডেন আৰু আমেৰিকাৰ বিজ্ঞানী আৰু উদ্ভাৱক জন এৰিকছন।
  • ১৮১২ - এলেন অক্টোভিয়ান হিউম, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা।
  • ১৮৮০ - মুন্সী প্ৰেমচান্দ, ভাৰতীয় হিন্দী আৰু উৰ্দু ভাষাৰ সাহিত্যিক।
  • ১৯০২ - প্ৰসিদ্ধ কাৰ্টুনিষ্ট কে শংকৰ প্লিলাইৰ জন্ম হৈছিল।
  • ১৯১২ - আমেৰিকাৰ অৰ্থনীতিবিদ মিল্টন ফ্ৰিডমেন।
  • ১৯৪৭ - মমতাজ, ভাৰতীয় বোলছবিৰ অভিনেত্ৰী।

মৃত্যু

  • ৫৪ - খ্ৰীষ্টপূৰ্ৱ - অ'ৰেলিয়া ক'ট্টা (ইংঃ Aurelia Cotta), জুলিয়াছ চিজাৰৰ মাতৃ।
  • ১৯৪০ - ছহিদ উধম সিং, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
  • ১৯৫২ - বেলা মিত্ৰ, আজাদ হিন্দ ফৌজৰ নাৰী বাহিনীৰ কমাণ্ডাৰ আছিল।
  • ১৯৭০ - ফণী শৰ্মা, অসমীয়া অভিনেতা।
  • ১৯৮০ - মহম্মদ ৰফি, ভাৰতীয় সঙ্গীত শিল্পী।
  • ২০০৪ - অজান বৰুৱা, অসমৰ চিনেমাট'গ্ৰাফাৰ তথা পৰিচালক।

দিৱস

বাহ্যিক সংযোগ



Tags:

৩১ জুলাই উল্লেখযোগ্য ঘটনাৱলী৩১ জুলাই জন্ম৩১ জুলাই মৃত্যু৩১ জুলাই দিৱস৩১ জুলাই বাহ্যিক সংযোগ৩১ জুলাইঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

মোৰো এটা সপোন আছেদুৰ্গা পূজালীলা গগৈঅসম সাহিত্য সভাডিব্ৰুগড়মুগা (ৰেচম)বাণীকান্ত কাকতিতথ্যপৰিমেয় সংখ্যাঈদ-উল-জুহাগগনাইজৰাইলপদিনাএজাৰশংকৰী সংস্কৃতিভাৰত-আৰ্য ভাষা পৰিয়ালমৌখিক পৰম্পৰামৃত্যুঞ্জয়নগাঁও জিলাঅশোক ফুলআত্মজীৱনীনতুন দিল্লীতৎসমশ্ৰী সূৰ্য পাহাৰগোলকীয় উষ্ণতা বৃদ্ধি২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনভাৰতৰ উপৰাষ্ট্ৰপতিঅসমৰ মাছ ধৰা সঁজুলিনাগালেণ্ডকুশল কোঁৱৰজোঙাল বলহুচিপাহী বিদ্ৰোহ ১৮৫৭ফাকে জনগোষ্ঠীভাৰতত মহিলাৰ ভোটাধিকাৰ আন্দোলনঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকানিৰ্মলপ্ৰভা বৰদলৈলখিমপুৰ (লোকসভা সমষ্টি)চন্দ্ৰযান-৩ফণী শৰ্মাবুলু ফিল্মমানৱ ভূগোলখৰিকাজাইবৰহমথুৰিভবেন্দ্ৰ নাথ শইকীয়াস্বাভাৱিক সংখ্যাঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগবড়ো জনগোষ্ঠীসংঘাতদিহানামকেৰুমণিকনকলতা বৰুৱায়ভাৰতীয় নাগৰিকত্ব আইনঅসম বিধানসভাওৰাং ৰাষ্ট্ৰীয় উদ্যানৰাজ্যসভাকানাই বৰশী বোৱা শিলালিপিঅসম বৈভৱ বঁটাঅসমৰ চলচ্চিত্ৰধৰিত্ৰী দিৱসলক্ষ্মীধৰ শৰ্মাসমাৰ্থক শব্দবসন্ত ঋতুখোলঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতমঙ্গলদৈ (লোকসভা সমষ্টি)সংগীতঅসমীয়া লিপিৰ বুৰঞ্জীভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যবংগ বিভাজন (১৯০৫)স্বামী বিবেকানন্দকামিনী কাঞ্চন🡆 More