২৭ জুন: তাৰিখ

২৭ জুন (ইংৰাজী: 27 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৮তম (অধিবৰ্ষত ১৭৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮৭টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

ঘটনাৱলী

  • ১৯৬৭ - পৃথিৱীৰ প্ৰথম এটিএম (অটোমেটেড টেলাৰ মেচিন) স্থাপন কৰা হয় ইংলেণ্ডৰ এনফিল্ড চহৰত।

জন্ম

  • ১৮৩৮ - বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়, উনিশ শতিকাৰ বাঙালী সাহিত্যিক আৰু সাংবাদিক। (অথবা ২৬ জুনত জন্ম, মৃত্যু: ৮ এপ্ৰিল, ১৮৯৪)
  • ১৮৮০ - হেলেন কেলাৰ এগৰাকী আমেৰিকান লিখক, ৰাজনৈতিক কৰ্মী তথা উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী।
  • ১৯১৯ - অমলা শংকৰ, ভাৰতীয় নৃত্যশিল্পী।
  • ১৯২০ - আইদেউ সন্দিকৈ, অসমীয়া অভিনেত্ৰী। (মৃত্যু: ২০০২)
  • ১৯৩৯ - ৰাহুলদেৱ বৰ্মন, ভাৰতীয় সুৰকাৰ, সঙ্গীতশিল্পী। (মৃত্যু: ৪ জানুৱাৰী, ১৯৯৪)
  • ১৯৬৪ - পি. টি. উষা, ভাৰতৰ এথলেটিক, দৌৰ ৰাণী।
  • ১৯৮০ - কেভিন পিটাৰচন, দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰা ইংলেণ্ডৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।
  • ১৯৮৩ - ডেল ষ্টেইন, দক্ষিণ আফ্ৰিকাৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।

মৃত্যু

  • ১৮২৯ - জেমচ্ স্মিথছন, ইংৰাজ বিজ্ঞানী আৰু দাৰ্শনিক।
  • ১৮৩৯ - ৰণজিত সিং, শিখ ৰজা।
  • ১৯৯৮ - সুমতী মোৰাৰজী, ভাৰতীয় ব্যৱসায়ী।

ছুটি আৰু অন্যান্য

  • হেলেন কেলাৰ দিৱস (আমেৰিকা যুক্তৰাষ্ট্ৰ)
  • স্বাধীনতা দিৱস (জিবুতি)

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ


Tags:

২৭ জুন ঘটনাৱলী২৭ জুন জন্ম২৭ জুন মৃত্যু২৭ জুন ছুটি আৰু অন্যান্য২৭ জুন তথ্য সংগ্ৰহ২৭ জুন বাহ্যিক সংযোগ২৭ জুনঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

ৰাতি বিহুৰুক্মিণী হৰণ নাটচৰাইঅসম আৰক্ষীজাপানঅসমৰ জাতীয় গীতনিঃসঙ্গতাগুৱাহাটী বিশ্ববিদ্যালয়সদৌ অসম ছাত্ৰ সন্থাবৰষা ৰাণী বিষয়াকাৰেংঘৰৰঘুনাথ চৌধাৰীঅসমৰ পুৰণি স্থাপত্যচিপাহী বিদ্ৰোহ ১৮৫৭ইয়' জিমাসাহিত্যমেখেলা চাদৰআত্মজীৱনীগান্ধীবাদকীৰ্তন ঘোষা সংকলনকৰ্ণ (মহাভাৰত)চাদৰভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাহাঁচতিকৰবী ফুলঅসমীয়া ব্যাকৰণশামুককাল সংহতিজাতি লাউজল প্ৰদূষণঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাম’বাইল ফোনকটন বিশ্ববিদ্যালয়সংস্কৃতিচাহেবপুৰাৰ বৰষুণভাৰতৰ নিৰ্বাচন আয়োগপ্ৰাকৃতিক দুৰ্যোগভৌতিক সংস্কৃতিচিন্ময় বাৰ্মাভূপেন হাজৰিকামহভৈৰৱী মন্দিৰকাঞ্চনস্বাভাৱিক সংখ্যাবিদ্যুৎ চক্ৰৱৰ্তীঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাহেমচন্দ্ৰ গোস্বামীবায়ু প্ৰদূষণঅসমৰ জিলাসমূহভাৰতত মহিলাৰ ৰাজনৈতিক অংশগ্ৰহণকড়ি খেলবুটইৰানপ্ৰণৱজ্যোতি ডেকালিঅ'নেল মেছিআনন্দৰাম ঢেকিয়াল ফুকনবকুল ফুলৰ দৰে (গ্ৰন্থ)পাৰ চৰাইদীপলিনা ডেকাঅম্বিকাগিৰি ৰায়চৌধুৰীইংৰাজী ভাষাজাতনামঅন্নপ্ৰাশনমৈৰামৰা দৌলমাটিৰ হিচাপকথা-ভাগৱতআধুনিকতাবাদকাৰ্বি জনগোষ্ঠীবিবাহপৰিৱেশ তন্ত্ৰদীৰ্ঘেশ্বৰী দেৱালয়🡆 More