২৫ ছেপ্টেম্বৰ: তাৰিখ

২৫ ছেপ্টেম্বৰ (ইংৰাজী: 25 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬৮তম (অধিবৰ্ষত ২৬৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৯৭টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

ঘটনাৱলী

  • ১৩৯৬ - ডানয়ুব নদীৰ পাৰত নিক'প'লিছ যুদ্ধ (Battle of Nicopolis) সংঘটিত হয়।
  • ১৪৯৩ - ক্ৰিষ্টোফাৰ কলম্বাছে দ্বিতীয় সমূদ্ৰ যাত্ৰা আৰম্ভ কৰে।
  • ১৫২৪ - পৰ্তুগালৰ ৰাজপ্ৰতিনিধি ৰূপে বিশিষ্ট নৌ অভিযাত্ৰী ভাস্কো দা গামা তৃতীয় তথা অন্তিম বাৰৰ বাবে ভাৰতত উপস্থিত হয়।
  • ১৯৬৯ - ইছলামী সহযোগিতা সংস্থা (Organisation of Islamic Cooperation) প্ৰতিষ্ঠা হয়।

জন্ম

  • ১৮৬৬ - টমাছ হাণ্ট মৰ্গান, আমেৰিকান জীৱ বিজ্ঞানী, ১৯৩৩ চনত তেখেতে চিকিৎসা বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল।
  • ১৮৯৭ - ৱিলিয়াম ফকনাৰ, আমেৰিকান উপন্যাসিক।
  • ১৯১৬ - দীনদয়াল উপাধ্যায়, এজন ভাৰতীয় ৰাজনীতিক আৰু বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্বসূৰী ভাৰতীয় জন সংঘৰ এজন গুৰুত্বপূৰ্ণ নেতা আছিল। (জঃ ১১ ফ্ৰেব্ৰুৱাৰী, ১৯৬৮)
  • ১৯২০ - সতীশ ধৱন, ভাৰতীয় গণিতজ্ঞ, অভিযন্তা আৰু মহাকাশ বিজ্ঞানী।
  • ১৯৬৮ - ৱিল স্মিথ, হলীউডৰ অভিনেতা।
  • ১৯৬৯ - কেথেৰিন জেটা জ'নছ (Catherine Zeta-Jones), ইংৰাজ অভিনেত্ৰী।

মৃত্যু

  • ১৯৭০ - এৰিক মাৰিয়া ৰেমাৰ্ক, প্ৰথম বিশ্বযুদ্ধৰ সৈনিক তথা খ্যাতনামা লেখক, ছুইজাৰলেণ্ডত মৃত্যু হয়।
  • ২০০৬ - চ'ফিয়া মুৰাট'ভা (Sofia Muratova), অলিম্পিকত ৮টা সোণৰ পদক পোৱা ৰাছিয়ান মহিলা জিমনাষ্টিক খেলুৱৈ।
  • ২০১১ - ৱাংগাৰী মাথাই (Wangari Maathai), কেনিয়াৰ পৰিৱেশ আৰু সমাজকৰ্মী। শান্তিৰ ন'বেল বঁটা পোৱা প্ৰথম আফ্ৰিকান মহিলা।
  • ২০২০ - এছ. পি. বালসুব্ৰমনিয়ম, ভাৰতীয় সংগীত শিল্পী।
  • ২০২১ - কমলা ভাচিন, ভাৰতীয় প্ৰগতিশীল নাৰীবাদী কৰ্মী, কবি, লেখক আৰু সমাজ বিজ্ঞানী।

দিৱস

  • ৰাষ্ট্ৰীয় যুৱ দিৱস (নাউৰু)।
  • সশস্ত্ৰ বাহিনী দিৱস (মোজাম্বিক)

বাহ্যিক সংযোগ


তথ্য় সূত্ৰ

Tags:

২৫ ছেপ্টেম্বৰ ঘটনাৱলী২৫ ছেপ্টেম্বৰ জন্ম২৫ ছেপ্টেম্বৰ মৃত্যু২৫ ছেপ্টেম্বৰ দিৱস২৫ ছেপ্টেম্বৰ বাহ্যিক সংযোগ২৫ ছেপ্টেম্বৰ তথ্য় সূত্ৰ২৫ ছেপ্টেম্বৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

নিমাতী কইনাশ্ৰীকৃষ্ণকীৰ্তনঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাবন্দে মাতৰম্‌স্বৰাজউমানন্দৱিকিহিমালয়মোৰো এটা সপোন আছেউমাচল শিলালিপিশকুন্তলা (চলচ্চিত্ৰ)অসমীয়া সাহিত্যৰ অৰুণোদয় যুগশিৱগৱেষণামৌৰ্য সাম্ৰাজ্যহেপাটাইটিছ বিচৰ্যাপদভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাজোৰোণঅসম আৰক্ষীবৃহস্পতি গ্ৰহঅসম সাহিত্য সভাযোৰহাট জিলাপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰক্ৰিষ্টোফাৰ কলম্বাছঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহমুদ্ৰাস্ফীতিভাষাবিজ্ঞানধৰ্মলভিতাভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকানীতি আয়োগপিম্পৰা গুচোৱাগোৱালপাৰানিৰোদ চৌধুৰীবৰষুণশৰাইঘাটৰ যুদ্ধপ্লেটোসংবিধান দিৱস (ভাৰত)ৰুবুল মাউতঅন্নপ্ৰাশনপ্ৰণৱজ্যোতি ডেকাগুপ্ত সাম্ৰাজ্যপ্ৰাক-ইতিহাসচাৰ্লছ ডাৰউইনএছিয়াজুইকৃষ্ণঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাভাৰতৰ জাতীয় পতাকাউত্তৰ গুৱাহাটীঅণুবীক্ষণ যন্ত্ৰৰাষ্ট্ৰসংঘ দিৱসমিঠু বৰুৱাভাৰত ৰত্নশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাঅসমৰ ধান খেতিৰ সঁজুলিসমূহমিচিং জনগোষ্ঠীগোলাঘাট জিলাবুৰঞ্জী সাহিত্যপৰিয়ালঅসমীয়া বান্দৰহিন্দুত্বঅশোক স্তম্ভঅষ্ট্ৰেলিয়াঅসমৰ কাঁহ শিল্পস্বামী বিবেকানন্দবৃত্তমাছপ্ৰাচীন গ্ৰীচঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫ভাস্কৰাব্দ🡆 More