২২ আগষ্ট: তাৰিখ

২২ আগষ্ট (ইংৰাজী: 22 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩৪তম (অধিবৰ্ষত ২৩৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

ঘটনাৱলী

  • ১৬৩৯ - ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তামিলনাডুৰ ৰাজধানী মাদ্ৰাছ (চেন্নাই) স্থাপন কৰে।
  • ১৮১৯ - আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰাৰ উদ্দেশ্যে প্ৰথম বাষ্পচালিত জাহাজ ‘‘ছাভানা’’ই যাত্ৰা আৰম্ভ কৰিছিল।
  • ১৮৫৯ - অষ্ট্ৰিয়াই ইটালিৰ ভেনিচ চহৰত বিশ্বৰ প্ৰথম চালক বিহীন বেলুন (বিমান) আক্ৰমণ চলাই।

জন্ম

  • ১৮৭৭ - আনন্দ কুমাৰস্বামী, ভাৰতীয় দাৰ্শনিক।
  • ১৯০৪ - ডেং জিয়াওপিং, চীনৰ ৰাজনেতা, আধুনিক চীনৰ নিৰ্মাতা।
  • ১৯১৯ - গিৰিজা কুমাৰ মাথুৰ, ভাৰতৰ এগৰাকী কবি আৰু নাট্যকাৰ।
  • ১৯২২ - কীৰ্তিনাথ হাজৰিকা, গোলাঘাটত জন্ম হৈছিল। সাংবাদিক, গল্পকাৰ, প্ৰবন্ধকাৰ।
  • ১৯২৪ - হৰিশংকৰ পৰসাঈ, হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ লেখক আৰু ব্যংগকাৰ।
  • ১৯২৯ - মহেন্দ্ৰ বৰা, ডিব্ৰুগড় জিলাৰ টিংখাঙত জন্ম হৈছিল। প্ৰসিদ্ধ কবি, সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
  • ১৯৫৫ - চিৰঞ্জিৱী, তেলুগু চলচ্চিত্ৰ অভিনেতা।
  • ১৯৭৩ - ক্ৰিষ্টেন ৱিগ, হলীউডৰ অভিনেত্ৰী।
  • ১৯৯০ - দেৱলিনা ভট্টাচাৰ্য, অভিনেত্ৰী, টেলিভিছনৰ 'চাথ নিভানা চাথিয়া' ধাৰবাহিকৰ গোপী বহু চৰিত্ৰৰ বাবে বিখ্য়াত, অসমৰ শিৱসাগৰত জন্ম হয়।
  • ১৯৯৫ - ডুৱা লিপা, জনপ্ৰিয় ব্ৰিটিছ গায়িকা আৰু মডেল।

মৃত্যু

  • ১৩৫৮ - ফ্ৰান্সৰ ইছাবেলা, ইংলেণ্ডৰ ৰাণী।
  • ১৪৮৫ - ৰিচাৰ্ড - তৃতীয়, ইংলেণ্ডৰ ৰজা।
  • ১৬০২ - আবুল ফজল, প্ৰসিদ্ধ মোগল ইতিহাসবিদ তথা সম্ৰাট আকবৰৰ মন্ত্ৰী। তেওঁক আততায়ীয়ে হত্যা কৰে।
  • ১৮১৮ - ৱাৰেন হেষ্টিংছ, ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল।
  • ১৯২২ - মাইকেল কলিন্স, আয়াৰলেণ্ডৰ সংগ্ৰামী নেতা, সৈনিক আৰু ৰাজনীতিবিদ।
  • ১৯৭৮ - জ'ম' কেনিয়াটা, কেনিয়াৰ জাতিৰ পিতা, প্ৰথম প্ৰধানমন্ত্ৰী।
  • ১৯৮২ - একনাথ ৰামকৃষ্ণ ৰানাদে, ভাৰতীয় সমাজকৰ্মী আৰু নেতা।
  • ২০১৪ - ইউ আৰ অনন্তমূৰ্তি, জ্ঞানপীঠ বটা বিজয়ী লেখক।

দিৱস

  • মাদ্ৰাছ দিৱস।
  • ধৰ্ম বা বিশ্বাসৰ উপৰত ভিত্তি কৰি হোৱা হিংসা কাৰ্যত চিকাৰ হোৱা সকলক স্মৰণৰ বাবে আন্তৰ্জাতিক দিৱস।
  • ৰাছিয়াৰ পতাকা দিৱস।

বাহ্যিক সংযোগ



Tags:

২২ আগষ্ট ঘটনাৱলী২২ আগষ্ট জন্ম২২ আগষ্ট মৃত্যু২২ আগষ্ট দিৱস২২ আগষ্ট বাহ্যিক সংযোগ২২ আগষ্টঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

জৈৱিক কৃষিবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনওজাপালিসোণোৱাল কছাৰীসংবিধান দিৱস (ভাৰত)আলি আঃয়ে লৃগাংভূগোলহিতেশ্বৰ বৰবৰুৱাঅসমৰ ৰাজ্যপালসকলৰ তালিকাপদাৰ্থৰ অৱস্থানাগৰিকত্বঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাসেউজ গৃহ প্ৰভাৱপঞ্চভুজবাণীকান্ত ৰচনাৱলীএহাত ডাবাতৰল পদাৰ্থগোৱালপাৰা জিলানিমাতী কইনাজনপ্ৰব্ৰজনগণতন্ত্ৰযৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান আইনগদ্যসীতাভাৰতৰ চৰকাৰী ভাষাসমূহদীপালী বৰঠাকুৰমুখমৈথুনআনন্দৰাম ঢেকিয়াল ফুকনইন্দিৰা মিৰিহোমেন বৰগোহাঞিগুৱাহাটী তেল শোধনাগাৰভ্ৰাম্যমাণ থিয়েটাৰব্ৰজাৱলী ভাষাছক্ৰেটিছঅৰুণাচল প্ৰদেশৰ উৎসৱসমূহহনুমান জয়ন্তীবুৰঞ্জী সাহিত্যঅসমৰ ৰাজ্যিক প্ৰতীকসমূহভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যকলিতা জনগোষ্ঠীইজৰাইল–পেলেষ্টাইন সংঘাতৰ ইতিহাসভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাচ'মাংকানপদুমসংখ্যানাৰীনৰকাসুৰআলুবিজ্ঞাপনতিৱা জনগোষ্ঠীগোপাল কৃষ্ণ গোখলেহেম সৰস্বতীডিব্ৰু-শদিয়া ৰেলৱেকল্প (সময়)ইজৰাইলসংস্কৃতিচিংফৌ জনগোষ্ঠীসত্যাগ্ৰহঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাশিক্ষাহৰিদেৱঅসমত দেখা চৰাইবোৰভাৰতীয় দৰ্শনযোৰহাট (লোকসভা সমষ্টি)য়পৰিয়ালমৰুভূমিইয়াণ্ডাবু সন্ধিভিটামিনঅসমীয়া ভাষা উন্নতি সাধিনী সভাশোণিত কুঁৱৰীপদ্মনাথ গোহাঞি বৰুৱাঅসমীয়া গীতি সাহিত্যকম্পিউটাৰকামাখ্যা দেৱী🡆 More