১৬ ছেপ্টেম্বৰ: তাৰিখ

১৬ ছেপ্টেম্বৰ (ইংৰাজী: 16 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫৯তম (অধিবৰ্ষত ২৬০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০৬টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

ঘটনাৱলী

  • ১৬১৬ - ব্ৰিটিছ ৰাষ্ট্ৰদূত টমাছ ৰো ভাৰতৰ চুৰাটত উপস্থিত হৈছিল। ইংলেণ্ডৰ ৰজা জেমছৰ দূত হিচাপে মোগল সম্ৰাট জাহাংগীৰৰ ৰাজত্ব কালত তেওঁ ভাৰতত কাৰ্যনিৰ্বাহ কৰে।
  • ১৮২১ - মেক্সিক'ৱে স্বাধীনতা লাভ কৰে।
  • ১৯৪০ - আমেৰিকাত ২১-৩৫ বছৰীয়া পুৰুষসকলক সৈন্য-বাহিনীত যোগদান কৰাটো বাধ্যতামূলক কৰা হয়।
  • ১৯৫৩ - বিশ্বৰ প্ৰথমখন চিনেমা স্কোপ ছবি দা ৰোব আমেৰিকাৰ ৰক্সি থিয়েটাৰত প্ৰদৰ্শিত হয়।
  • ১৯৭৫ - পাপুৱা-নিউগিনিয়ে স্বাধীনতা লাভ কৰে।
  • ১৯৭৮ - ইৰাণৰ টাবাছত (Tabas earthquake) ৭.৭ প্ৰাবল্যৰ ভূমিকম্প হৈছিল। প্ৰায় ২৫০০০ লোকৰ মৃত্যু হৈছিল।

জন্ম

  • ১৮৫৮ - ব'নাৰ ল' (Bonar Law), ব্ৰিটিছ প্ৰধানমন্ত্ৰী।
  • ১৮৫৯ - ইউৱান শ্বিকাই (Yuan Shikai), টাইৱান বা ৰিপাব্লিক অৱ চাইনাৰ ৰাষ্ট্ৰপতি আছিল।
  • ১৯২৩ - লি কুৱান ইঅ' (Lee Kuan Yew), চিংগাপুৰৰ প্ৰথম প্ৰধান মন্ত্ৰী, আধুনিক চিংগাপুৰৰ প্ৰতিষ্ঠাপক পিতৃ পুৰুষ।
  • ১৯৩১ - ই চি জৰ্জ সুদৰ্শন, ভাৰতীয়-আমেৰিকান তাত্ত্বিক পদাৰ্থ বিজ্ঞানী আৰু টেক্সাছ বিশ্ববিদ্যালয়ৰ অধ্যাপক।
  • ১৯৪৫ - পি চিদাম্বৰম, ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন এটৰ্ণী।

মৃত্যু

  • ১৭৩৬ - গেব্ৰিয়েল ডেনিয়েল ফাৰেনহাইট, জাৰ্মান পদাৰ্থ-বিজ্ঞানী, ফাৰেনহাইট স্কেল আৰু থাৰম'মিটাৰৰ আৱিষ্কাৰক।
  • ১৮২৪ - লুই অষ্টাদশ (Louis XVIII), ফ্ৰান্সৰ ৰজা আছিল।
  • ১৯৩২ - ৰোনাল্ড ৰছ, মেলেৰিয়া ৰোগৰ বীজাণু আৱিষ্কাৰ কৰা ভাৰতজাত ন'বেল জয়ী চিকিৎসা-বিজ্ঞানী।
  • ১৯৫৭ - ষী বাইশ্বী বা কী বাইশ্বী (Qi Baishi), চীনা চিত্ৰশিল্পী।
  • ১৯৭৭ - কেশৰবাই কেৰকাৰ, হিন্দুস্থানী শাস্ত্ৰীয় সঙ্গীত কণ্ঠশিল্পী।
  • ২০০৫ - গৰ্ডন গ'ল্ড (Gordon Gould), আমেৰিকান পদাৰ্থ বিজ্ঞানী, লেজাৰ আৱিষ্কাৰ কৰোঁতা।
  • ২০২০ - কপিলা বাৎসায়ন, ভাৰতীয় নৃত্য শিল্পী, অধ্যাপিকা আৰু সাহিত্যিক।

দিৱস

  • মেক্সিকোৰ স্বাধীনতা দিৱস।
  • পাপুৱা-নিউগিনিৰ স্বাধীনতা দিৱস।
  • আন্তঃৰাষ্ট্ৰীয় অ'জ'ন স্তৰ সংৰক্ষণ দিৱস।

বাহ্যিক সংযোগ


তথ্য সূত্ৰ

Tags:

১৬ ছেপ্টেম্বৰ ঘটনাৱলী১৬ ছেপ্টেম্বৰ জন্ম১৬ ছেপ্টেম্বৰ মৃত্যু১৬ ছেপ্টেম্বৰ দিৱস১৬ ছেপ্টেম্বৰ বাহ্যিক সংযোগ১৬ ছেপ্টেম্বৰ তথ্য সূত্ৰ১৬ ছেপ্টেম্বৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

আহোম ৰাজ্যমৌখিক পৰম্পৰানতুন শৰাইঘাট দলংনাগৰিকত্বহোমেন বৰগোহাঞিমৌলানা আব্দুল হামিদ খান ভাসানীআহোম জনগোষ্ঠীদ্বিতীয় বিশ্বযুদ্ধযোগিনী তন্ত্ৰঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিপূবেৰুণ (চলচ্চিত্ৰ)যকৃৎপৰ্যটনমালিনী থানকমলাবাৰী সত্ৰভিটামিননামঘোষাবিশ্বনাথ চাৰিআলিঅম্বুবাচীৰংচৰকাৰী ভাষা আন্দোলন (অসম)বিদ্যুৎ চক্ৰৱৰ্তীৱিকিমিডিয়া ফাউণ্ডেশ্যনমামণি ৰয়ছম গোস্বামীৰ উপন্যাসপানীবহুভাষাবাদচাকৈ-চকোৱানীলকণ্ঠী ব্ৰজঅসমৰ পৰম্পৰাগত সাজ- পাৰঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলহিমালয়কলিমাকালিচৰণ ব্ৰহ্মঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকাজীৱনীচীনদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানএহাত ডাবাবাণীকান্ত কাকতিৰবীন্দ্ৰনাথ ঠাকুৰবড়ো জনগোষ্ঠীতেজসাত বিহুমোৱামৰীয়া বিদ্ৰোহঅসমৰ লোক-সংস্কৃতি (গ্ৰন্থ)কছাৰী ৰাজ্যৰাজ্যসভাআনন্দ বৰমুদৈসংগীততাৰকাৰাজ্যতিল পিঠাআমাৰ সোনাৰ বাংলাদেউৰী ভাষাআৱাহন (আলোচনী)দুৰ্গা পূজাৰেখাঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতৱিকিপিডিয়াসংস্কৃতিকপৌ ফুলঅসমৰ নদীসমূহৰ তালিকাদ'দান থানজিষ্ণু ৰাঘৱনসম্পত্তিসত্ৰ২৪ এপ্ৰিলগোপাল কৃষ্ণ গোখলেগুৱাহাটী (লোকসভা সমষ্টি)দ্ৰৌপদী মূৰ্মুশকুন্তলা (চলচ্চিত্ৰ)ৰজনীকান্ত বৰদলৈউমানন্দজোনবিল মেলাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকা🡆 More