১৩ জুন: তাৰিখ

১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

১৩ জুন (ইংৰাজী: 13 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৪তম (অধিবৰ্ষত ১৬৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০১টা দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -

ঘটনাৱলী

  • ১২৯০ - জালালুদ্দিন খলিজিয়ে দিল্লী দখল কৰিছিল আৰু ইয়াৰ ফলত দাস বংশৰ ৰাজত্বৰ সূচনা হৈছিল।
  • ১৭৫৭ - ৰবাৰ্ট ক্লাইভে চিৰাজউদ্দৌলাৰ বিৰুদ্ধে মুৰ্চিদাবাদ অভিমুখে যুদ্ধ অভিযান আৰম্ভ কৰিছিল।
  • ১৯০০ - চীনত বক্সাৰ বিদ্ৰোহ আৰম্ভ হৈছিল।
  • ১৯৮৩ - আমেৰিকাৰ মহাকাশযান ‘‘পায়’নিয়াৰ—১০’’এ সৌৰ জগত পাৰ হৈ অচিন জীৱৰ সন্ধানত বৰ্হিবিশ্বলৈ যাত্ৰা কৰিছিল।

জন্ম

মৃত্যু

  • ১৯৮৩ - ফণীন্দ্ৰ চন্দ্ৰ দত্ত, ভাৰতীয় ৰসায়ন বিজ্ঞানী।
  • ২০১২ - মেহদী হাছান, পাকিস্তানৰ গজল গায়ক।
  • ২০২১ - নিৰ্মল চাইনী, ভাৰতীয় ভলীবল খেলুৱৈ তথা ভাৰতৰ মহিলা ৰাষ্ট্ৰীয় ভলীবল দলৰ অধিনায়ক।

দিৱস

বাহ্যিক সংযোগ



Tags:

১৩ জুন ঘটনাৱলী১৩ জুন জন্ম১৩ জুন মৃত্যু১৩ জুন দিৱস১৩ জুন বাহ্যিক সংযোগ১৩ জুন

🔥 Trending searches on Wiki অসমীয়া:

মিডিয়াৱিকিশক্তিপাইক প্ৰথাম'হৰ শিঙৰ পেঁপামাৰ্চঅসমীয়া ভাষাহিমালয়পলাশীৰ যুদ্ধঅসমৰ ৰাজ্যিক প্ৰতীকসমূহবিশ্ব বেংকগঙ্গা নদীমাধৱদেৱসূৰ্য (দেৱতা)যোগাত্মক বিপৰীত সংখ্যাকমলাবাৰী সত্ৰঅসমীয়া ভাষাৰ শব্দসম্ভাৰবিয়া নামডিমাছা জনগোষ্ঠীকলিতা জনগোষ্ঠীপ্ৰথম বিশ্বযুদ্ধলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানপৰ্যাবৃত্ত তালিকাভাৰতৰ স্বাধীনতা আন্দোলনএশিঙীয়া গঁড়মায়া সীতাদীপলিনা ডেকাঅস্বাভাৱিক মনোবিজ্ঞাননামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পমাৰ্ক্সবাদবৃক্ষনৰকাসুৰব'হাগ বিহুনাটকগণতন্ত্ৰশাল গছশ্ৰী শ্ৰী বটদ্ৰৱা থানইজৰাইল–পেলেষ্টাইন সংঘাতৰ ইতিহাসঅনুবাদহনুমানদেৱকান্ত বৰুৱাব্লগঅসমৰ লোকবাদ্যআহোম ভাষাঢুলীয়া ভাওনাদোৰোণমাটিঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনমামণি ৰয়ছম গোস্বামীৰ উপন্যাসএচিদ বৰষুণমাদাৰ টেৰেছাৰমন্যাসবাদদিনঘনত্বসিংহৰামঅসমীয়া পুৰণি সাহিত্যঊৰুমৈথুনপদ্মনাথ গোহাঞি বৰুৱাঅসমভগ্নাংশ (গণিত)সূৰ্যগোলাঘাট জিলাহেমচন্দ্ৰ বৰুৱাঅসমীয়া জাতিভট্টদেৱভাৰতীয় জনতা পাৰ্টিৰুক্মিণী হৰণ নাটদেউৰী জনগোষ্ঠীব্ৰাহ্মী লিপিজুবিন গাৰ্গহোৱাৎছএপঅসমৰ মন্ত্ৰ-সাহিত্যইতিহাস🡆 More