১২ অক্টোবৰ: তাৰিখ

১২ অক্টোবৰ (ইংৰাজী: 12 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৮৫তম (অধিবৰ্ষত ২৮৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৮০টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ১৯৫৭ - ভাৰতৰ ৰাজহুৱা খণ্ডৰ শিল্প প্ৰতিষ্ঠান ভিলাই ইস্পিট কাৰখানাত প্ৰথম ইস্পিট উৎপাদন আৰম্ভ হয়।
  • ১৯৮৬ - মধ্য আমেৰিকাৰ প্ৰশান্ত মহাসাগৰৰ উপকূলৱৰ্তী সৰু দেশ এল ছালভাদেৰাত ভূমিকম্পৰ ফলত ১৮০০ লোকৰ মৃত্যু হয়।
  • ১৯৯০ - বিশ্বৰ কনিষ্ঠতম পৰ্বতাৰোহী ফ্ৰান্সৰ বেট্ৰাণ্ড ৰোছে এভাৰেষ্ট শৃংগ আৰোহণ কৰে।
  • ১৯৯৭ - দুৰ্লভ প্ৰজাতিৰ প্ৰাণী চিকাৰৰ অভিযোগত হিন্দী চলচ্চিত্ৰ অভিনেতা ছলমান খানক গ্লেপ্তাৰ কৰা হয়।
  • ১৯৯৮ - সুষমা স্বৰাজে দিল্লীৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে।
  • ১৯৯৯ - পাকিস্তানত সামৰিক শাসন আৰম্ভ হয়। পাৰভেজ মুছৰফৰ ক্ষমতা দখল। নৱাব শ্বৰীফ গৃহবন্দী হয়।
  • ১৯৯৯ - ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা অনুসৰি পৃথিৱীৰ জনসংখ্যা ৬০০ কোটি বুলি ঘোষণা কৰে।

জন্ম

  • ১৮৬৪ - কামিনী ৰায়, ব্ৰিটিছ শাসনৰ সময়ৰ এগৰাকী শীৰ্ষ বঙালী কবি, সমাজকৰ্মী আৰু নাৰীবাদী কৰ্মী।
  • ১৯১১ – বিজয় মাৰ্চেণ্ট, ভাৰতীয় ক্ৰিকেট খেলুৱৈ।(মৃঃ ১৯৮৭)
  • ১৯২৭ - পূৰ্ণিমা সিন্‌হা, ভাৰতীয় পদাৰ্থ বিজ্ঞানী।
  • ১৯৩১ - ডাঃ ভূমিধৰ বৰ্মন, অসমৰ এজন ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
  • ১৯৩৫ – শিৱৰাজ পাটিল, ভাৰতীয় অধিবক্তা আৰু ৰাজনীতিবিদ, ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰী।
  • ১৯৪৮ - প্ৰতিমা গৌৰী বেদী, ভাৰতীয় মডেল তথা ওদিছি নৃত্যশিল্পী।
  • ১৯৮৬ - লি ৱেনলিয়াং, চীনা চকুৰোগ বিশেষজ্ঞ।

মৃত্য

  • ১৯৬৭ - ৰাম মনোহৰ লোহিয়া, ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু সমাজবাদী নেতা।

ছুটী আৰু দিৱস

বাহ্যিক সংযোগ

তথ্য সূত্ৰ

Tags:

১২ অক্টোবৰ ঘটনাৱলী১২ অক্টোবৰ জন্ম১২ অক্টোবৰ মৃত্য১২ অক্টোবৰ ছুটী আৰু দিৱস১২ অক্টোবৰ বাহ্যিক সংযোগ১২ অক্টোবৰ তথ্য সূত্ৰ১২ অক্টোবৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

উমানন্দনামচিংবংগ বিভাজন (১৯০৫)বিজ্ঞানশামুকমেঘালয়ভক্তি ৰত্নাৱলীভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাসত্ৰশ্ৰীমদ্ভগৱতগীতাআনন্দৰাম বৰুৱাম'হৰ শিঙৰ পেঁপাপৃথিৱীনাগাৰা নামঢোলঅন্নপ্ৰাশনঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগগগনাঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাফলৰ তালিকাছুইজাৰলেণ্ডলখিমপুৰ জিলাজিৎ (অভিনেতা)মৃদুলা বৰুৱাঅসমীয়া সাহিত্যযৌন সংগমমহামায়া ধামপ্ৰদূষণৰুদ্ৰৰাম বড়দলৈযোৰানামকাঞ্চন (উপন্যাস)বৰগীতজোনবিৰি (অলংকাৰ)আহোম জনগোষ্ঠীসত্যেন্দ্ৰনাথ বসুভৌতিক সংস্কৃতিঅণুবীক্ষণ যন্ত্ৰকুমাৰীত্বউজনি অসমশিক্ষা মনোবিজ্ঞানতিয়ঁহৰ কেকড়অসম বৈভৱ বঁটাযোৰহাট জিলাপুথিভঁৰালভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাৰাজহুৱা ক্ষেত্ৰমোহনদাস কৰমচান্দ গান্ধীহেমচন্দ্ৰ বৰুৱালোকসভাঅসমৰ ইতিহাসএডল্ফ হিটলাৰমৰিয়নিমামণি ৰয়ছম গোস্বামীৰ উপন্যাসপ্ৰেমকৃষ্ণঅসমীয়া ভাষাৰ শব্দসম্ভাৰলুৰিন জ্যোতি গগৈঅসমত দেখা চৰাইবোৰপদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকামদন কামদেৱ দেৱালয়ডাকৰ বচনআহোম ভাষাঅসমৰ পৰম্পৰাগত সাজ- পাৰশিলিখাঅৰ্থনীতিশিশু সাহিত্যৰাভা জনগোষ্ঠীসৰ্বানন্দ সোণোৱালখেৰাইমৌৰ্য সাম্ৰাজ্যকলিকতাচৰাইশিশু🡆 More