ছেকেণ্ড

ছেকেণ্ড (s) হৈছে আন্তৰ্জাতিক একক পদ্ধতিত সময়ৰ একক। ঘণ্টাক ৬০ ৰে দুবাৰ হৰণ কৰিলে ছেকেণ্ড পোৱা যায়। এছ আইৰ মতে ছেকেণ্ডৰ সংজ্ঞা হৈছে, চিজিয়াম ১৩৩ পৰমাণুৰ নিম্নতম অৱস্থা (ground state)ৰ দুটা hyperfine স্তৰৰ মাজত হোৱা নিৰ্গমণৰ ৯১৯২৬৩১৭৭০ স্পন্দনৰ (period) সময় (the duration of 9 192 631 770 periods of the radiation corresponding to the transition between the two hyperfine levels of the ground state of the caesium 133 atom)। ছেকেণ্ডক যান্ত্ৰিক, বৈদ্যুতিক অথবা পাৰমাণৱিক ঘড়ীৰ সহায়ত জুখিব পৰা যায়।

ছেকেণ্ড
File:Clock-pendulum.gif
পেণ্ডুলাম ঘড়ীৰ দ্বাৰা প্ৰতি ছেকেণ্ড গণনা হৈ থকা অৱস্থাত
এককটোৰ তথ্য
একক পদ্ধতি আন্তৰ্জাতিক একক পদ্ধতি
কিহৰ একক সময়
সংকেত s 

এছ আই উপসৰ্গ ব্যৱহাৰ কৰি ছেকেণ্ডৰ উপাংশবোৰ গঠিত হয় যেনে মিলিছেকেণ্ড,মাইক্ৰ'ছেকেণ্ড, নেন'ছেকেণ্ড আদি। এছ আই উপসৰ্গ যদিও কিল'ছেকেণ্ড সাধাৰণতে ব্যৱহাৰ কৰা নহয়। ছেকেণ্ডক ৬০ ৰে পূৰণ কৰিলে মিনিট আৰু মিনিটক ৬০ ৰে পূৰণ কৰিলে ঘণ্টা আৰু ঘণ্টাক ২৪ ৰে পূৰণ কৰিলে দিন পোৱা যায়।

ছেণ্টিগ্ৰাম-গ্ৰাম-ছেকেণ্ড, মিটাৰ-কিল'গ্ৰাম-ছেকেণ্ড, মিটাৰ-টন-ছেকেণ্ড আৰু ফুট-পাউণ্ড-ছেকেণ্ড সকলোতে সময়ৰ একক ছেকেণ্ড।

আন্তৰ্জাতিক ছেকেণ্ড

আন্তৰ্জাতিক একক পদ্ধতি অনুসৰি, ছেকেণ্ড হৈছে চিজিয়াম ১৩৩ পৰমাণুৰ নিম্নতম অৱস্থা(ground state)ৰ দুটা hyperfine স্তৰৰ মাজত হোৱা নিৰ্গমণৰ ৯১৯২৬৩১৭৭০ স্পন্দনৰ (period) সময়("the duration of 9 192 631 770 periods of the radiation corresponding to the transition between the two hyperfine levels of the ground state of the caesium 133 atom")। ১৯৯৭ চনত CIPM ৰ অনুসৰি চিজিয়াম পৰমাণুৰ স্পন্দন(period) স্থিৰাৱস্থাত আৰু পৰম শূন্য (০ কেলভিন) ত লোৱাৰ কথা সংযোগ কৰা হয়।

অন্য এককৰ সৈতে সমতুল্যতা

১ আন্তৰ্জাতিক ছেকেণ্ডৰ সমান হৈছে-

  • 160 মিনিট
  • 13,600 ঘণ্টা
  • 186,400 দিন (IAU একক)
  • 131,557,600 জুলিয়ান বছৰ (IAU একক)

কম্পনাংকৰ একক

  • 1(1 হাৰ্টজ)
  • 1(1 becquerel)

বাহ্যিক সংযোগ

Tags:

আন্তৰ্জাতিক একক পদ্ধতি

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতীয় ৰেলকোৰআনভাৰতীয় দৰ্শনভাৰত-আৰ্য ভাষা পৰিয়ালএচিদ বৰষুণশ্ৰীনিবাস ৰামানুজনত্বৰণহাড়এংকৰ ৱাটবৃক্কৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাবিশ্বকোষশিৱসাগৰৰ শিৱদৌলওজাপালিবৰপেটা সত্ৰফ্ৰান্সঅৰুণ শৰ্মাঅসম আন্দোলনলাচিত বৰফুকনসমাজতত্ত্বৰোজানেউলধাননৰনাৰায়ণশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰঘুনাথ চৌধাৰীবৰগীতভাষাসুঁৱৰিবাঁহী (আলোচনী)ডাইনীবিদ্যাগুৱাহাটী বিশ্ববিদ্যালয়কমলাবাৰী সত্ৰভৈৰৱী মন্দিৰৰামধেনুকামাখ্যা মন্দিৰমেক্সিকোআনন্দৰাম ঢেকিয়াল ফুকনতেজীমলালোকাচাৰমহিম বৰাজল প্ৰদূষণঘিলাখেলঅসমৰ পৰম্পৰাগত খেল-ধেমালিআৰ্যভট্টবিজ্ঞাপনসমাজবাদচীনা-তিব্বতীয় ভাষাচাহেবপুৰাৰ বৰষুণকলাঅম্বিকাগিৰি ৰায়চৌধুৰীতলাতল ঘৰমিচিং জনগোষ্ঠীৰ সাজপাৰজয়মতী (১৯৩৫ চলচ্চিত্ৰ)ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মানৰ তালিকাৰমন্যাসবাদউজনি অসমপৰিশেষিকা (শৰীৰস্থান)ভীমৰাও ৰামজী আম্বেদকাৰভাৰতৰ ৰাষ্ট্ৰপতিমঘাই ওজাসৌৰজগতকিশোৰ দাসঅসমৰ বনৌষধিব্ৰিটিছ ৰাজঅ'ৰা (অপেশ্বৰী)মুদ্ৰাচ্যু-কা-ফাঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিনীলমণি ফুকন (কনিষ্ঠ)লোকসভা🡆 More