চুম্বক

চুম্বক (গ্ৰীকৰ পৰা μαγνήτις λίθος magnḗtis líthos, মেগনেছিয়া শিল) হৈছে এবিধ পদাৰ্থ যি চুম্বকীয় ক্ষেত্ৰ ক্ষেত্ৰ সৃষ্টি কৰিব পাৰে। এই চুম্বকীয় ক্ষেত্ৰ অদৃশ্য যদিও চুম্বকৰ এটা তাৎপৰ্যপূৰ্ণ বৈশিষ্টৰ বাবে দায়বদ্ধ, এই শক্তিৰ বাবে চুম্বকে অন্য পদাৰ্থ যেনে লো, নিকেল,ক'বাল্ট ইত্যাদি আকৰ্ষণ আৰু অন্য চুম্বকক বিকৰ্ষণ কৰিব পাৰে।

চুম্বক
এলনিক'(alnico)ৰ পৰা গঠিত এটুকুৰা "ঘোঁৰানলীয়া চুম্বক"।
চুম্বক
দণ্ড চুম্বক(bar magnet) দ্বাৰা উদ্ভাৱিত চুম্বকীয় ক্ষেত্ৰলোৰ গুড়ি আকৰ্ষিত হোৱা দেখা গৈছে।

ইতিহাস

অতীজৰ মানুহসকলে চুম্বকীয় শক্তিৰ বিষয়ে চুম্বকশিলা(lodestone)ৰপৰা শিকিছিল। চুম্বকশিলা হৈছে লোৰ আকৰ। ই প্ৰাকৃতিক ভাৱে উৎপন্ন হোৱা চুম্বক, যি লোৰ টুকুৰা আকৰ্ষণ কৰে। গ্ৰীক ভাষাত "চুম্বক"ৰ অৰ্থ হৈছে "মেগনেছিয়াৰ পৰা পোৱা শিল", পুৰণি গ্ৰীচৰ এটি ভাগ য'ত চুম্বকশিলা পোৱা গৈছিল। চুম্বকশিলা বিলাক ওলোমাই ৰাখি চুম্বকীয় কম্পাচৰ উদ্ভাৱন কৰা হৈছিল। প্ৰায় ২৫০০ বছৰ মানৰ আগতেই গ্ৰীচ, চীন আৰু ভাৰতবৰ্ষত চুম্বকৰ ব্যৱহাৰৰ চিন পোৱা গৈছে।

১২শৰপৰা ১৩শ শতিকাৰ ভিতৰত চীন, ইউৰোপ আৰু অন্য ঠাইত জাহাজৰ গতিপথ নিৰ্দেশন কৰিবলৈ চুম্বকীয় কম্পাচৰ ব্যৱহাৰ হৈছিল।

চুম্বকৰ মেৰু

চুম্বক 
এটুকুৰা চুঙা আকৃতিৰ দণ্ড চুম্বক(cylindrical bar magnet)ৰ চুম্বকীয় ক্ষেত্ৰ

আমাৰ সুবিধা অনুসৰি চুম্বকৰ দুটা মেৰু আছে বুলি ধৰা হয়: উত্তৰ মেৰু আৰু দক্ষিণ মেৰু। এই মেৰু দুটাৰ সহায়ত চুম্বকৰ দুয়োটা বিপৰীত কাষকহে বুজোৱা হয়। যদি এটুকুৰা চুম্বক ভাঙি উত্তৰ মেৰু আৰু দক্ষিণ মেৰুক পৃথক কৰিবলৈ চেষ্টা কৰা হয়, তেতিয়া আমি পুনৰ দুটুকুৰা চুম্বকহে পাম। এই দুটুকুৰা চুম্বকত দুয়োটা মেৰু থাকিব।

ব্যৱহাৰ

চুম্বক 
হাৰ্ড ডিস্কয়ে এটি পাতল চুম্বকৰ প্ৰলেপত ইয়াৰ তথ্যসমূহ সাঁচি ৰাখে
  • বৈদ্যুতিক মটৰ আৰু জেনেৰেটৰ: বৈদ্যুতিক মটৰে বিদ্যুত শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে। জেনেৰেটৰ হৈছে ইয়াৰ বিপৰীত: ই যান্ত্ৰিক শক্তিক বিদ্যুত শক্তিলৈ ৰূপান্তৰিত কৰে।
  • চিকিৎসা বিজ্ঞান: চিকিৎসালয় সমূহত "চুম্বকীয় অনুনাদ"ৰ সহায়ত আলোকছবিৰ সৃষ্টি (magnetic resonance imaging) কৰাত চুম্বকৰ ব্যৱহাৰ হয়।
  • ৰেকৰ্ডিঙ মিডিয়া: সাধাৰণ অডিঅ' কেছেট সমূহো চুম্বকৰ ফিতাৰে নিৰ্মিত। কম্পিউটাৰফ্লপি ডিস্ক(Floppy Disk) আৰু হাৰ্ড ডিস্ক(Hard Disk) সমূহে এটি পাতল চুম্বকৰ প্ৰলেপত ইয়াৰ তথ্যসমূহ সাঁচি ৰাখে।


তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

চুম্বক ইতিহাসচুম্বক ৰ মেৰুচুম্বক ব্যৱহাৰচুম্বক তথ্য সংগ্ৰহচুম্বক বাহ্যিক সংযোগচুম্বকwiktionary:líthoswiktionary:magnḗtiswiktionary:λίθοςwiktionary:μαγνήτιςচুম্বকীয় ক্ষেত্ৰলো

🔥 Trending searches on Wiki অসমীয়া:

পাটকাইৰ ইপাৰে মোৰ দেশঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদইয়' জিমামৌৰ্য সাম্ৰাজ্যনাৰীবাদগাৰো জনগোষ্ঠীভবেন্দ্ৰ নাথ শইকীয়াঅসমৰ তেল শোধনাগাৰগঙ্গা নদীভগৎ সিংঅসমীয়া গীতি সাহিত্যবৌদ্ধ ধৰ্মপানীহিন্দু ধৰ্মশ্ৰী সূৰ্য পাহাৰভটিমাপ্ৰকৃতিঅসমৰ গামোচানাগাৰা নামগাঁও পঞ্চায়তভাওনাঅসমৰ চলচ্চিত্ৰইতিহাসৰামধেনু (আলোচনী)কপাহনিউটনৰ গতিৰ সূত্ৰবকুল ফুলৰ দৰে (গ্ৰন্থ)ব্যাকৰণউইলিয়াম শ্বেইকছপীয়েৰমৰুভূমিবৰা চাউলনিৰ্বাচনী চিয়াঁহীথমাছ আলভা এডিচনৰজনীকান্ত বৰদলৈশৰাইঘাটৰ যুদ্ধফকৰা যোজনাশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯হোমেন বৰগোহাঞিদীপলিনা ডেকাঅসমৰ ইতিহাসলুৰিন জ্যোতি গগৈবগেজাৰী গীতনলিনীবালা দেৱীঅভিধানখিলঞ্জীয়া লোকমানগৰমঅসমীয়া লিপিৰ বুৰঞ্জীঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলপূৰ্ণ স্বৰাজসিন্ধু সভ্যতাশব্দ (অভিধান)চৰকাৰপ্লেটোকপৌ ফুলপ্ৰতিমা বৰুৱা পাণ্ডেশ্ৰীমদ্ভগৱতগীতামেঘালয়ৰাম মন্দিৰ, অযোধ্যাখামটি জনগোষ্ঠীবামুণী পাহাৰধাতু আৰু অধাতুঅসমৰ মহকুমাসমূহৰ তালিকাবিজ্ঞানআলাবৈৰ ৰণশদিয়াপটলআমলখিমানৱ মস্তিষ্কগোলাঘাট জিলালোকভাষাউত্তৰ-পূব ভাৰতসৌৰ শক্তিএকাদশী তিথিগমধৰ কোঁৱৰ🡆 More