৬ এপ্ৰিল: তাৰিখ

৬ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৬তম (অধিবৰ্ষত ৯৭তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৬৯ দিন বাকী থাকে।

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪  ২৫  ২৬ ২৭
২৮ ২৯ ৩০  

উল্লেখযোগ্য ঘটনা

  • ১৫৮০ - ইংলেণ্ড, ফ্লেণ্ডাৰ্ছ আৰু উত্তৰ ফ্ৰান্সত এটা প্ৰবল ভূমিকম্প।
  • ১৮৬৯ - ছেলুলয়ডৰ পেটেণ্ট।
  • ১৯১৯ - ভাৰতত মহাত্মা গান্ধীৰ দ্বাৰা সাধাৰণ প্ৰতিবাদৰ আদেশ।
  • ১৯৬৫ - প্ৰথম ব্যৱসায়িক উপগ্ৰহ, আৰ্লি বাৰ্ডৰ উৎক্ষেপন।
  • ১৯৯৮ - পাকিস্তানৰ দ্বাৰা ভাৰতত প্ৰৱেশ সক্ষম মধ্য দূৰত্বৰ মিছাইলৰ পৰীক্ষণ।

জন্ম

  • ১৯২৮ - জেমছ ৱাটছন, ন'বেল বঁটা প্ৰাপ্ত আমেৰিকান জীৱবিজ্ঞানী।
  • ১৯৩১ - সুচিত্ৰা সেন, ভাৰত তথা পশ্চিমবঙ্গৰ অন্যতম বিখ্যাত অভিনেত্ৰী।
  • ১৯৪৯ - হৰ্ষ্ট লাডৱিগ ষ্টৰমাৰ, ন'বেল বঁটা প্ৰাপ্ত জাৰ্মান চিকিৎসক।
  • ১৯৫৬ - দিলীপ ভেংগাস্কাৰ, ভাৰতীয় ক্ৰিকেটাৰ আৰু প্ৰশিক্ষক।
  • ১৯৬৪ - ডেভিড উদাৰ্ড, আমেৰিকান লেখক।
  • ১৯৭১ - সঞ্জয় সুৰি, ভাৰতীয় অভিনেতা।
  • ১৯৯৫ - প্ৰণতি নায়ক, ভাৰতীয় জিমনাষ্ট।

মৃত্যু

দিৱস

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

৬ এপ্ৰিল উল্লেখযোগ্য ঘটনা৬ এপ্ৰিল জন্ম৬ এপ্ৰিল মৃত্যু৬ এপ্ৰিল দিৱস৬ এপ্ৰিল তথ্য সংগ্ৰহ৬ এপ্ৰিল বাহ্যিক সংযোগ৬ এপ্ৰিলঅধিবৰ্ষগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিনবছৰ

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাজ্যোতি সংগীতবাঁহী (আলোচনী)ভূমি প্ৰদূষণনাগালেণ্ডৰ সংস্কৃতিভাৰতীয় জনতা পাৰ্টিআনন্দৰাম বৰুৱানীলমণি ফুকন (কনিষ্ঠ)ছট পূজাশব্দ (অভিধান)মহাদেশপীতাম্বৰ কবিএ কে গাৰ্নিপদ (ব্যাকৰণ)ব্যৱস্থাপনাগৱেষণাশ্ৰীমন্ত শংকৰদেৱকামৰূপ ৰাজ্যপুথিভঁৰালঅসমীয়া উপন্যাসব'হাগ বিহুলক্ষ্মীনন্দন বৰাহনুমানতথ্য জনাৰ অধিকাৰ আইন, ২০০৫চোৰধৰামৌখিক পৰম্পৰালুই পেষ্ট'ৰভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাভাৰতীয় শিল্পকলাভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনচাৰ্লছ ডাৰউইনমণিপুৰঅষ্ট্ৰেলিয়াঅসমৰ পুৰণি স্থাপত্যৰংঘৰকল্পনা চাওলাযোৰহাটঅসমৰ জনগোষ্ঠীনাট্য শাস্ত্ৰজলসিঞ্চনবহনক্ষম উন্নয়নৰ লক্ষ্যআগ্নেয়গিৰিসাত বিহুকৃষ্ণবিহুৰ সাজ-পোচাক আৰু অলংকাৰবহুমূত্ৰ ৰোগচকৰি ফেঁটী বুৰঞ্জীনাগৰিকত্বব্যক্তিত্বসত্ৰজৈৱ বৈচিত্ৰ্যশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাকম্পিউটাৰঅসমীয়া সাহিত্যত মালিতাঅসমৰ মহকুমাসমূহৰ তালিকাকিতাপসত্যাগ্ৰহশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘযোগাসনকুলিকলতথ্য প্ৰযুক্তিঅসমৰ তামোল-পাণ সংস্কৃতিলক্ষ্মীনাথ বেজবৰুৱাসাপগণিতচৰিত পুথিচামগুৰি সত্ৰকেঁচুসাৰৰাধাগোবিন্দ বৰুৱাজয়মতী (১৯৩৫ চলচ্চিত্ৰ)অসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাচিকিৎসা বিজ্ঞানপাঠ্যক্ৰম🡆 More