৩ জুন: তাৰিখ

৩ জুন (ইংৰাজী: 3 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৪তম (অধিবৰ্ষত ১৫৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১১টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

ঘটনাৱলী

  • ১৮৪৪ - অন্তিম যোৰা উ'ক চৰাই (great auk) হত্যা কৰা হৈছিল
  • ১৯১৫ - ইংৰাজ চৰকাৰে কবিগুৰু ৰবীন্দ্ৰনাথক ‘নাইট’ উপাধি প্ৰদান কৰে।

জন্ম

  • ১৭২৩ - জিঅ'ভান্নি এণ্ট'নিঅ' স্কোপ'লি, অষ্ট্ৰিয়াৰ চিকিৎসক আৰু প্ৰকৃতিবিদ। (মৃত্যুঃ ১৭৮৮)
  • ১৯২৬ - এলেন গিঞ্চবাৰ্গ, আমেৰিকাৰ বিট আন্দোলনৰ কবি।
  • ১৯৩০ - জৰ্জ ফাৰ্নাণ্ডেজ, ভাৰতীয় শ্ৰমিক সঙ্ঘৰ সদস্য, ৰাজনীতিবিদ, সাংবাদিক আৰু কৃষিবিদ।
  • ১৯৪০ - ইন্দিৰা জয়সিংহ, ভাৰতীয় অধিবক্তা তথা মানৱ অধিকাৰ আৰু লিংগসমতা কৰ্মী।
  • ১৯৬৫ - সোণালী বসু, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, লেখক আৰু চলচ্চিত্ৰ প্ৰযোজক।
  • ১৯৮৬ - ৰাফেল নাডাল, স্পেইনৰ বিখ্য়াত টেনিছ খেলুৱৈ।
  • ১৯৯২ - মাৰিঅ' গ'টজে, জাৰ্মান ফুটবলাৰ, ২০১৪ চনৰ বিশ্বকাপ ফুটবল ফাইনেলৰ একমাত্ৰ গ'ল দাতা।
  • ২০০১ - ৰিংকু ৰাজগুৰু, ভাৰতীয় অভিনেত্ৰী।

মৃত্যু

  • ১৯২৪ - ফ্ৰান্‌জ কাফ্‌কা, জাৰ্মান ঔপন্যাসিক।
  • ১৯৬৩ - নাজিম হিকমত, তুৰ্কি কবি আৰু লেখক। (জন্ম: ১৯০২)
  • ১৯৭১ - উপেন্দ্ৰচন্দ্ৰ লেখাৰু, সাহিত্যিক, শিক্ষাবিদ, প্ৰবন্ধকাৰ আৰু অধ্যাপক আছিল।
  • ১৯৯৪ - কিশিভাই পেটেল, ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু এগৰাকী গান্ধীবাদী।
  • ২০১৬ - বিশ্ব বিখ্যাত বক্সিং খেলুৱৈ মহম্মদ আলী (মাৰ্কিন যুক্তৰাষ্ট্ৰ)। (জন্ম: ১৯৪২)
  • ২০২১ - ডঃ লক্ষ্মীনন্দন বৰা, কোভিদ-১৯ত আক্ৰান্ত হৈ পৰলোক প্ৰাপ্তি, অসমীয়া সাহিত্যিক, সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ১৯৮৮ চনত 'পাতাল ভৈৰৱী' গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ আৰু ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল।

দিৱস

বাহ্যিক সংযোগ

তথ্য সংগ্ৰহ


Tags:

৩ জুন ঘটনাৱলী৩ জুন জন্ম৩ জুন মৃত্যু৩ জুন দিৱস৩ জুন বাহ্যিক সংযোগ৩ জুন তথ্য সংগ্ৰহ৩ জুনঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

ধেমাজি জিলাঅসমৰ জাতীয় গীতবৰষুণবিশেষ্য পদসংস্কৃতিসোণোৱাল কছাৰীবুলু ফিল্মঅসমত দেখা চৰাইবোৰপ্ৰেমচন্দমোৱামৰীয়া বিদ্ৰোহশিক্ষকঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাদুৰ্গা পূজাচলচ্চিত্ৰপ্ৰাকৃতিক দুৰ্যোগৱিক্স্যনেৰীমিৰি জীয়ৰীকেলিগোলামৰুভূমিপটলবৰাইল পৰ্বতঅসম আৰক্ষীনেপালী জনগোষ্ঠীঅম্বিকাগিৰি ৰায়চৌধুৰীসোণচৈয়দ আব্দুল মালিকনীতিপালগৰু বিহুকলাখাৰঅসমীয়া সাহিত্যৰাষ্ট্ৰসংঘনিউটনৰ গতিৰ সূত্ৰপৰিসংখ্যাব্যাকৰণঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাবগেজাৰী গীতব্লগঅসমীয়া গীতি সাহিত্যকামাখ্যা মন্দিৰঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনআউনীআটী সত্ৰসূৰ্যকুমাৰ ভূঞাইয়াণ্ডাবু সন্ধিগড়গাঁওনামঘোষাডিমাছা ভাষাভাৰতীয় নাগৰিকত্ব আইনৰাজিয়া চুলতানাগণৰাজ্য দিৱস (ভাৰত)অসমৰ ইতিহাসসৌৰ শক্তিআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডউদব'হাগ বিহুঅণুবীক্ষণ যন্ত্ৰৱিকিফাট বিহুচুতীয়া ৰাজ্যভাৰতৰ নিৰ্বাচন আয়োগপৰ্যাবৃত্ত তালিকামৌৰ্য সাম্ৰাজ্যজৱাহৰলাল নেহৰুলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীমানস ৰাষ্ট্ৰীয় উদ্যানভাৰতীয় জাতীয় কংগ্ৰেছঅসমীয়া জাতিঅসমত দেখা পোৱা মাছৰ তালিকাভূমিকম্পমণিৰাম দেৱানঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকা🡆 More