১ মে': তাৰিখ

১ মে' (ইংৰাজী: 1 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২১তম (অধিবৰ্ষত ১২২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

ঘটনাৰাজী

জন্ম

  • ১৮৮১ – পিয়েৰে টেইহাৰ্ড দ্য চাৰ্ডিন, ফৰাচী দাৰ্শনিক আৰু জীবাশ্মবিদ (মৃ. ১৯৫৫)
  • ১৯১৯ – মান্না দে, ভাৰতীয় সঙ্গীতশিল্পী।
  • ১৯১৩ - বলৰাজ চাহানী, হিন্দী চলচ্চিত্ৰৰ অভিনেতা। (মৃত্যু: ১৩ এপ্ৰিল, ১৯৭৩)
  • ১৯২২ - আব্দুছ ছাত্তাৰ, অসমৰ কবি, জীৱনীকাৰ, প্ৰবন্ধকাৰ, সমালোচক আৰু শিক্ষাবিদ।
  • ১৯২৩ – জোছেফ হেলাৰ, আমেৰিকান ঔপন্যাসিক (মৃ. ১৯৯৯)
  • ১৯৪২ - ৰমেশ পাঠক, ভাৰতীয় সাহিত্যিক তথা গৱেষক।
  • ১৯৫১ – গৰ্ডন গ্ৰীনিজ, ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ বেটচমেন।
  • ১৯৬০ - কমলেশ মেহতা, ভাৰতীয় টেবুল টেনিছ খেলুৱৈ তথা প্ৰশিক্ষক।
  • ১৯৬৮ - বাবুল ফুকন, অসমৰ এজন সুদক্ষ ফুটবল খেলুৱৈ আছিল। দীৰ্ঘদিন ধৰি যকৃৎ আৰু বৃক্কৰ ৰোগত আক্ৰান্ত হৈ থকাৰ পিছত ২০১৩ চনৰ ১৪ ডিচেম্বৰ তাৰিখে তেওঁ মৃত্যুবৰণ কৰে।
  • ১৯৬৮ – অলিভাৰ বিয়েৰহফ, জাৰ্মান ফুটবল খেলুৱৈ।
  • ১৯৭৩ - ডায়েনা হেইডেন, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৮৮ - অনুষ্কা শৰ্মা, হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী।
  • ১৯৯৫ - ৰাধিকা মাদান, হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী।

মৃত্যু

  • ১৯৪৫ – জোছেফ গোয়েবলচ, নাৎসি জাৰ্মানৰ প্ৰচাৰমন্ত্ৰী (জ. ১৮৯৭)
  • ১৯৯০ - উপেন্দ্ৰনাথ ব্ৰহ্ম, ভাৰতীয় ৰাজনৈতিক নেতা।
  • ১৯৯৩ - পিয়েৰ‌ বেৰেগোভোয়া, ফৰাচী প্ৰধানমন্ত্ৰী (জ. ১৯২৫)
  • ২০২১ - বিক্ৰমজিৎ কঁৱৰপাল, ভাৰতীয় অভিনেতা।

দিৱস

বাহ্যিক সংযোগ


Tags:

১ মে' ঘটনাৰাজী১ মে' জন্ম১ মে' মৃত্যু১ মে' দিৱস১ মে' বাহ্যিক সংযোগ১ মে'অধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

ভাৰত ত্যাগ আন্দোলনআলি আঃয়ে লৃগাংসন্ধিগৌতম বুদ্ধবনফুলমদন কামদেৱ দেৱালয়পাচন নলীফাকুৱাঢ়দীৰ্ঘেশ্বৰী দেৱালয়মহাদেশভাৰতীয় জাতীয় কংগ্ৰেছদোৰোণভাৰতৰ চৰকাৰী ভাষাসমূহঅসমীয়া লোকসাহিত্যহেমেন্দ্ৰ প্ৰসাদ বৰুৱাউমানন্দনিমাতী কইনাবলবৰপেটান'বেল বঁটা বিজয়ী (সাহিত্য)সদৌ অসম ছাত্ৰ সন্থাবেক্টেৰিয়াকামিনী কাঞ্চনজ্ঞানপীঠ বঁটাদীপলিনা ডেকানৰকাসুৰসৌৰজগতশব্দ (অভিধান)পদ্মাৱতী দেৱী ফুকননীসাত বিহুফলৰ তালিকাপদ্মনাথ গোহাঞি বৰুৱাপ্লাষ্টিকশংকৰদেৱ শিশু নিকেতন, ঘিলামৰাসৰ্বানন্দ সোণোৱালপ্ৰথম বিশ্বযুদ্ধকৰম পূজাঅসম আৰক্ষীমুখমৈথুনবাঙালী জাতিডাকৰ বচনবাগ্‌ধ্বনিমৃত্যুঞ্জয়চাৰি কুমাৰগুপ্ত সাম্ৰাজ্যআইজাক নিউটনৰাষ্ট্ৰসংঘঅসমৰ পুৰণি স্থাপত্যঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাঅসমীয়া ভাষা আন্দোলনহেমচন্দ্ৰ গোস্বামীআলুকৰ্কট ক্ৰান্তিফেইচবুকদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাসূৰ্যনীলপৱন বৰুৱানীতি আয়োগঅসমীয়া প্ৰতিদিনৰুক্মিণী হৰণ নাটগুৱাহাটী (লোকসভা সমষ্টি)অসমৰ লোকবাদ্যৰজনীকান্ত বৰদলৈমাৰ্চইতিহাসমৰমৰ দেউতাসংগীতজৈন ধৰ্মশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯কৃষ্ণচন্দ্ৰ নেপালী পোখৰেলবৰ্মণ ৰাজবংশকথা কবিতাভাৰতৰ স্বাধীনতা আন্দোলন🡆 More