হস্তমৈথুন

হস্তমৈথুন হৈছে এক যৌন কাৰ্য, যি হয় ফ'ৰপ্লে বা প্ৰৱেশহীন যৌন সম্ভোগ হিচাপে কৰা হয়, য'ত যৌন আনন্দ, যৌন উত্তেজনাৰ বাবে উদ্দীপনা সৃষ্টি কৰিবলৈ এজন ব্যক্তিয়ে নিজে বা আন এজন ব্যক্তিৰ দ্বাৰা পুৰুষ লিঙ্গ বা অণ্ডকোষত হস্তচালিত ভাৱে উত্তেজনা সৃষ্টি কৰে। ইয়াৰ পৰিণতি ৰাগমোচন বা বীৰ্য্য স্খলন হ'ব পাৰে।

হস্তমৈথুন
এহাল সমকামী দম্পতীৰ মাজত হস্তমৈথুনৰ দৃশ্য

একোটা হস্তমৈথুন প্ৰক্ৰিয়া উভয় অংশগ্ৰহণকাৰীৰ বাবে যৌন উত্তেজক হ'ব পাৰে তথা ই একক ভাৱে নিজৰ শৰীৰৰ সৈতে সমাপন কৰা অন্তৰংগ যৌন কাৰ্য। কোনো ব্যক্তিয়ে তেওঁৰ পুৰুষ সঙ্গীৰ সৈতে হস্তমৈথুনত লিপ্ত হয় যাতে প্ৰৱেশহীন যৌন ক্ৰিয়াৰ পৰা বিৰত থাকিব পাৰি। সাধাৰণতে লিঙ্গ প্ৰৱেশ মূলক যৌন ক্ৰিয়াৰ দ্বাৰা হ'ব পৰা বিভিন্ন অসুবিধা সমূহ যেনে যৌন ৰোগৰ সংক্ৰমণ (এছটিআই), গৰ্ভধাৰণ ইত্যাদিৰ পৰা আঁতৰি থাকিবলৈ হস্তমৈথুন এক ফলপ্ৰসূ যৌন ক্ৰিয়া। কোনো কোনো লোকে নিজৰ কুমাৰীত্ব ৰক্ষাৰ বাবেও এই ধৰণৰ অপ্ৰৱেশমূলক যৌন কাৰ্যত লিপ্ত হয়।

ব্যৱসায় ভিত্তিত কিছুমান মাছাজ পাৰ্লাৰত নাৰী কৰ্মীৰ দ্বাৰা পুৰুষ গ্ৰহকক আৰাম তথা আনন্দ দিবৰ হেতু তেওঁলোকৰ যৌনাংগৰ মালিচ কৰি দিয়াৰ সেৱা আগবঢ়োৱা হয়। এই প্ৰক্ৰিয়া যৌন উত্তেজক হোৱা বাবে এটা সময়ত পুৰুষজনে বীৰ্যপাত কৰে, ইয়াক ইংৰাজী পৰিভাষাত "happy ending" বা সুখী সমাপ্তি বুলি কোৱা হয়। সাধাৰণতে এই কাৰ্যত পুৰুষ বা মহিলা উভয় কৰ্মী জড়িত হ'ব পাৰে। নিউইয়ৰ্ক চহৰৰ দৰে কিছুমান চহৰত এনে সুবিধা থকা পাৰ্লাৰ সমূহত এই সেৱাৰ বাবদ গ্ৰাহকে ৪০ ডলাৰ পৰ্যন্ত অতিৰিক্ত মূল্য পৰিশোধ কৰিব লাগে। অৱশ্যে এই কাৰ্যত পুৰুষ গ্ৰাহকৰ দ্বাৰা মহিলা কৰ্মীক স্পৰ্শ কৰিব নোৱাৰৰ নিয়ম বন্ধা থাকে।

বৰ্হি সংযোগ

তথ্যসূত্ৰ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

চৰক পূজাইণ্ডোনেছিয়াআল্লাহদীৰ্ঘেশ্বৰী দেৱালয়আন্তৰ্জাতিক শ্ৰমিক দিৱসবিহুগীতভবেন্দ্ৰ নাথ শইকীয়াৰবীন্দ্ৰনাথ ঠাকুৰৰাষ্ট্ৰসংঘসমোচ্চাৰিত শব্দবাঁহীভাৰতীয় জনতা পাৰ্টিমানৰ অসম আক্ৰমণতথ্য জনাৰ অধিকাৰ আইন, ২০০৫অপেস্বৰী সবাহবিহুৰ খাদ্যভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাবহল ব্যাকৰণভগ্নাংশ (গণিত)কপৌ ফুলঅসমৰ পুৰণি স্থাপত্যভাৰতত মহিলাৰ ভোটাধিকাৰ আন্দোলনঅসমৰ জিলাসমূহভাৰতৰ প্ৰধানমন্ত্ৰীমণিৰাম দেৱানবিহু নৃত্যলোক-সংগীতকেৰুমণিঢোলবিৰিগোলকীকৰণবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনইছলামনবীনচন্দ্ৰ বৰদলৈনাঙলপাণিনিজণ্ডিছসুতুলীযুক্তৰাজ্যকামাখ্যা মন্দিৰআহোম ৰাজবংশস্বাস্থ্যস্বদেশী আন্দোলনবেটুপাতযোৰহাট জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাঅসমৰ পৰম্পৰাগত সাজ- পাৰপ্ৰাচীৰ পত্ৰিকাতৰুণ ৰাম ফুকনযোৰানামমানৱ উন্নয়ন সূচকঅসম বিধানসভাকৰঅসমৰ বিভিন্ন বঁটা আৰু পুৰস্কাৰবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যশিৱসাগৰ জিলাপ্ৰান্তিকৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাগদ্যমনোমতী (চলচ্চিত্ৰ)মাজুলীঅসমীয়া বৰ্ণমালাশিৱউদাৰনৈতিকতাবাদহেমচন্দ্ৰ বৰুৱাবৰষুণমনোবিজ্ঞানভঠেলিপৰ্যটনঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাপাচন তন্ত্ৰমেজিমাটিভাৰতীয় নাগৰিকত্ব আইনমোৰো এটা সপোন আছে🡆 More