মাৰ্চ

মাৰ্চ গ্ৰেগৰীয় কেলেণ্ডাৰ অনুসাৰি বছৰৰ তৃতীয় মাহ। এই মাহত মুঠ ৩১ দিন থাকে।

১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০
৩১  

নামকৰণ

মাৰ্চ শব্দটি প্ৰাচীন ৰোমান শব্দৰ পৰা আহিছে। ৰোমান বৰ্ষপজ্ঞিকাত মাৰ্চ আছিল প্ৰথম মাহ। ৰোমানসকলৰ যুদ্ধ দেৱতা মাৰিটাচৰ পৰা মাৰচ শব্দটোৰ আৰ্বিভাৱ হয়। মাৰচৰ পৰাই আধুনিক মাৰ্চ শব্দটো আহিছে।

দিৱস

  • বীমা দিৱস : ১ মাৰ্চ
  • পতাকা দিৱস : ২ মাৰ্চ
  • বিশ্ব বন্যপ্ৰাণী দিৱস : ৩ মাৰ্চ
  • আন্তৰ্জাতিক নাৰী দিৱস : ৮ মাৰ্চ
  • আন্তৰ্জাতিক গণিত দিৱস : ১৪ মাৰ্চ
  • আন্তৰ্জাতিক সুখ দিৱস : ২০ মাৰ্চ
  • বিশ্ব কবিতা দিৱস : ২১ মাৰ্চ
  • বিশ্ব জল দিৱস : ২২ মাৰ্চ

তথ্যসূত্ৰ

বাহ্যিক সংযোগ


Tags:

মাৰ্চ নামকৰণমাৰ্চ দিৱসমাৰ্চ তথ্যসূত্ৰমাৰ্চ বাহ্যিক সংযোগমাৰ্চমাহ

🔥 Trending searches on Wiki অসমীয়া:

অসম আন্দোলনপিঠাভাৰতৰ জিলাসমূহৰ তালিকাকৃষ্ণব'হাগ বিহুহিন্দু ধৰ্মলীলা গগৈভাৰতীয় ভাষাডিম্পু বৰুৱা২১ এপ্ৰিলৰংঘৰমিচিং ভাষামহাভাৰতআলোচনীমৌলিক সংখ্যাৰামায়ণলক্ষ্মীনাথ বেজবৰুৱাসুন্দৰীদিয়া সত্ৰজেং বিহুঅসমীয়া গালি-গালাজএ পি জে আব্দুল কালামসুৱঁৰিবৰপেটা (লোকসভা সমষ্টি)ভট্টদেৱচুটিগল্পগড়গাঁওঅসমীয়া জাতিৰুদ্ৰৰাম বড়দলৈশিক্ষা মনোবিজ্ঞানবকুল ফুলৰ দৰে (গ্ৰন্থ)ঈয়াৰুইঙ্গমৱিকিমিডিয়া ফাউণ্ডেশ্যনশদিয়াঅনুবাদপূৰবী বৰমুদৈহস্তীবিদ্যাৰ্ণৱগৌৰৱ গগৈইয়াণ্ডাবু সন্ধিপাণিনিশিশু সাহিত্যঅশোকাষ্টমীকপৌ ফুলসমাজবাদষ্টিফেন হকিংসংবিধান দিৱস (ভাৰত)ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাঅপেস্বৰী সবাহশিৱসাগৰৰ শিৱদৌলচৰক পূজাওজাপালিমৃগনাভি (চলচ্চিত্ৰ)হিমবাহটিকেন্দ্ৰজিৎস্বামী বিবেকানন্দকেৰুমণিমেকুৰীমাজুলীৰ মৃৎ শিল্পঅনুৰাধা শৰ্মা পূজাৰীফাট বিহুইছলামদাঁতভৌতিক সংস্কৃতিসপ্তকাণ্ড ৰামায়ণপ্ৰাকৃতিক দুৰ্যোগমুদ্ৰাযৌন সংগমজুবলী বৰুৱাপ্ৰান্তিকপ্ৰহ্লাদৰামমোহন ৰায়আনন্দৰাম বৰুৱাঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাসালোক সংশ্লেষণউদ্ভিদদল-হৰিণাএৰিষ্ট'টলবুঢ়ী আইৰ সাধু🡆 More