চাদ

চাদ (ফৰাচী: Tchad; আৰবী ভাষ: تشاد), চৰকাৰী নাম চাদ প্ৰজাতন্ত্ৰ, মধ্য আফ্ৰিকাৰ এখন স্থলবেষ্টিত ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে লিবিয়া, পূবে চুদান, দক্ষিণে মধ্য আফ্ৰিকান প্ৰজাতন্ত্ৰ, দক্ষিণ-পশ্চিমে কেমেৰুন আৰু নাইজেৰিয়া, আৰু পশ্চিমে নাইজাৰ। সমূদ্ৰৰ পৰা দূৰত অৱস্থিত আৰু মৰু জলবায়ুৰ কাৰণে চাদক আফ্ৰিকাৰ মৃত হৃদয় বোলা হয়।

চাদ প্ৰজাতন্ত্ৰ
جمهورية تشاد
জুম্‌হুৰিয়াত্‌ চাদ্‌
République du Tchad
ৰেপ্যুব্লিক্‌ দু চাদ্‌
চাদ চাদ
নীতিবাক্য
"Unité, Travail, Progrès"  ফৰাছী
"ঐক্য, কৰ্ম, প্ৰগতি"
ৰাষ্ট্ৰীয় সঙ্গীত
  • লা চাদিয়েন  (Assamese)
  • نشيد تشاد الوطني  (Arabic)
  • (ইংৰাজী: "The Chadian Hymn")

চাদ-ৰ অৱস্থান
চাদ-ৰ অৱস্থান
ৰাজধানীএনজামেনা
12°06′N 15°02′E / 12.1°N 15.033°E / 12.1; 15.033
বৃহত্তম নগৰ ৰাজধানী
ৰাষ্ট্ৰভাষা (সমূহ) ফৰাচী , আৰবী
জাতীয়তাসূচক বিশেষণ চাদীয়
চৰকাৰ প্ৰজাতন্ত্ৰ
 -  ৰাষ্ট্ৰপতি ইদ্ৰিছ দেবি
 -  প্ৰধানমন্ত্ৰী দেলৱা কাচিৰে কুমাকোয়ে
স্বাধীনতা ফ্ৰান্সৰ পৰা 
 -  তাৰিখ ১১ আগষ্ট , ১৯৬০ 
 -  জলভাগ (%) ১.৯
জনসংখ্যা
 -  ২০০৯ আনুমানিক ১,১২,০৬,০০০'"`UNIQ--ref-০০০০০০০০-QINU`"' (৭৫তম)
 -  ১৯৯৩ লোকপিয়ল ৬২,৭৯,৯২১ 
 -  ঘনত্ব ৮.৭ প্ৰতি বৰ্গকিমি (২১২তম)
২২.৬ প্ৰতি বৰ্গমাইল
জিডিপি (পিপিপি) ২০০৯ আনুমানিক
 -  মুঠ ১৬.৬৯৫ বিলিয়ন (১২৮তম)
 -  জনমুৰি ১,৬৭৪ ডলাৰ (১৬৩তম)
মানৱ উন্নয়ন সূচক (২০০৭) বৃদ্ধি ০.৩৮৮ (নিম্ন) (১৭০তম)
মুদ্ৰা মধ্য আফ্ৰিকান চিএফএ ফ্ৰাংক (এক্সএএফ)
সময় অঞ্চল পশ্চিম আফ্ৰিকা মান সময় (ইউটিচি+১)
 -  গ্ৰীষ্মকালীন (ডিএছটি) পৰ্যবেক্ষণ কৰা হোৱা নাই (ইউটিচি+১)
ইণ্টাৰনেট টিএলডি .টিডি
কলিং ক'ড +২৩৫

চাদক তিনটা ভৌগোলিক অঞ্চলত ভাগ কৰা যায়: উত্তৰৰ চাহাৰা মৰুভূমি অঞ্চল, মধ্যভাগৰ ঊষৰ চাহেলীয় বেষ্টনী, আৰু দক্ষিণৰ অপেক্ষাকৃত উৰ্বৰ চুদানীয় চাভানা তৃণভূমি অঞ্চল। চাদ হ্ৰদ দেশখনৰ বৃহত্তম আৰু আফ্ৰিকাৰ দ্বিতীয় বৃহত্তম জলাশয়। এই হ্ৰদেৰ নামেৰে দেশখনৰ চাদ নামকৰণ কৰা হৈছে। চাহাৰা অঞ্চলত অৱস্থিত তিবেস্তি পৰ্বতমালাৰ এমি কৌচি চাদৰ সৰ্বোচ্চ পৰ্বতশৃংগ। ৰাজধানী এনজামেনা দেশখনৰ বৃহত্তম চহৰ। চাদত ২০০ কৈ বেছি ধৰণৰ জাতিগত আৰু ভাষাভিত্তিক গোষ্ঠীয়ে বাস কৰে। ফৰাচী আৰু আৰবী ইয়াৰ চৰকাৰী ভাষা। ইছলাম ধৰ্ম সবাতোকৈ বেছি প্ৰচলিত ধৰ্ম।

ইতিহাস

Tags:

নাইজেৰিয়া

🔥 Trending searches on Wiki অসমীয়া:

যৌন সংগমঅসমৰ ৰাজ্যপালসকলৰ তালিকাডিম্পু বৰুৱাচুতীয়া জনগোষ্ঠীএচিদ বৰষুণগোলকীয় উষ্ণতা বৃদ্ধিআজান পীৰফৰাচী বিপ্লৱভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানব্ৰহ্মপুত্ৰ নদশীতল যুদ্ধঅণুবীক্ষণ যন্ত্ৰমোৰ জীৱন সোঁৱৰণঅসম গণ পৰিষদসমাজবাদৱিকিমিডিয়া কমন্সইলোৰা গুহাসমূহনাৰী আৰু ধূম্ৰপানশ্ৰী শ্ৰী বটদ্ৰৱা থানশ্ৰী সূৰ্য পাহাৰগণতন্ত্ৰবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনশোণিতপুৰ জিলাঅসমীয়া সাহিত্যত মালিতাসুৱঁৰিগোলকীকৰণৰামবিজ্ঞাপনশব্দ প্ৰদূষণজেং বিহুকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলদিহানামজুবিন গাৰ্গআত্মজীৱনীবিশ্বকোষব্ৰিটিছ ৰাজকামৰূপ ৰাজ্যটি এছ ইলিয়টঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাতৎসমকাৰেঙৰ লিগিৰীৰামায়ণপঞ্চায়তী ৰাজতাপগতি বিজ্ঞানহীৰেন ভট্টাচাৰ্যপ্ৰেমচন্দযোৰহাটবৃক্কবৰ্ষা উচগাওকাৰকুচিয়া মাছনামেৰি ৰাষ্ট্ৰীয় উদ্যানলক্ষ্মীনন্দন বৰাডিমাছা জনগোষ্ঠীফণী শৰ্মাৱিকিপিডিয়াৰ তালিকাসংবিধান দিৱস (ভাৰত)বিৰিঞ্চি কুমাৰ বৰুৱাতাম্ৰেশ্বৰী মন্দিৰবেক্টেৰিয়াশংকৰী সংস্কৃতিমৌখিক পৰম্পৰাবসন্ত ঋতুকাৰ্বি জনগোষ্ঠীহিন্দু ধৰ্মৰমন্যাসবাদগৌৰৱ গগৈদীৰ্ঘেশ্বৰী দেৱালয়কৃষিগান্ধীবাদমিচিং জনগোষ্ঠীবড়োলেণ্ডশৰৎচন্দ্ৰ গোস্বামীচ'ত🡆 More