খাদ্য

খাদ্য হৈছে জীৱৰ পুষ্টিত সহায়তা প্ৰদানৰ বাবে খোৱা কিছুমান পদাৰ্থ। খাদ্যত সাধাৰণত উদ্ভিদ বা প্ৰাণীজ উৎস থাকে আৰু প্ৰয়োজনীয় পুষ্টি উপাদান যেনে শৰ্কৰা, চৰ্বী, প্ৰটিন, ভিটামিন বা খনিজ লৱণ থাকে। শক্তি আহৰণ, জীৱন ধাৰণ আৰু বৃদ্ধি উদ্দীপনৰ বাবে জীৱই বা জীৱকোষে খাদ্য গ্ৰহণ কৰে।

খাদ্য
বিভিন্ন প্ৰকাৰৰ খাদ্য

ঐতিহাসিকভাৱে, মানুহে দুটা পদ্ধতিৰ মাধ্যমেৰে খাদ্য সুৰক্ষা কৰিছিল: চিকাৰ আৰু সংগ্ৰহ আৰু কৃষিকাৰ্যৰ দ্বাৰা, ফলত আধুনিক মানুহ প্ৰধানকৈ সৰ্বভক্ষী হয়। বিশ্বজুৰি মানৱ সমাজে ঔষধি, মছলা আদিকে ধৰি খাদ্যৰ বিভিন্ন প্ৰকাৰৰ কৌশল আৰু অসংখ্য ৰন্ধন প্ৰকৰণ আৱিষ্কাৰ কৰিছে।

বৰ্তমান, বিশ্বৰ ক্ৰমবৰ্ধমান জনসংখ্যাৰ বাবে প্ৰয়োজনীয় খাদ্যশক্তিৰ সিংহভাগেই খাদ্য শিল্পই সৰবৰাহ কৰে। খাদ্য সুৰক্ষা আৰু খাদ্য সংৰক্ষণ International Association for Food Protection, World Resources Institute, World Food Programme, Food and Agriculture Organization, আৰু International Food Information Councilৰ দৰে সংস্থাৰ দ্বাৰা পৰ্যবেক্ষণ কৰা হয়। এই সংস্থাবোৰে খাদ্যৰ স্থায়িত্ব, জৈৱ বৈচিত্ৰ্য, জলবায়ু পৰিবৰ্তন, পুষ্টি অৰ্থনীতি, জনসংখ্যা বৃদ্ধি, জল সৰবৰাহ আৰু উপলভ্যতাৰ দৰে বিষয়সমূহ পৰিচালনা কৰে।

খাদ্যৰ উৎস

বেছিভাগ খাদ্য উদ্ভিদৰ পৰা আহৰণ কৰা হয়। কিছুমান খাদ্য উদ্ভিদৰ পৰা পোনপতীয়াকৈ আহৰণ কৰা হয়; আনকি খাদ্য উত্স হিচাপে ব্যবহৃত প্ৰাণীসমূহেও উদ্ভিদকেই খাদ্য হিচাপে গ্ৰহণ কৰে। চিৰিয়াল শস্য হ'ল বিশ্বৰ সকলোতকৈ বেছি খাদ্য শক্তি নিহিত শস্য। সকলো প্ৰকাৰৰ শস্যৰ ভিতৰত ভুট্টা (ভুট্টা), ঘেঁহু আৰু চাউলৰ পৰা বিশ্বব্যাপী সমস্ত শস্য উত্পাদনৰ ৮৭% আহৰণ কৰা হয়। বিশ্বব্যাপী উত্পাদিত বেছিভাগ শস্য পোহনীয়া প্ৰাণীক খাবলৈ দিয়া হয়।

কিছুমান খাদ্য উদ্ভিদ বা প্ৰাণীৰ পৰা আহৰণ কৰা নহয়, যেনে কাঠফুলা। এইবিলাক বিভিন্ন ধৰণৰ ভেঁকুৰৰ পৰা আহৰণ কৰা হয়। পাওৰুটি, সুৰাজাতীয় পানীয়, পনীৰ, আচাৰ, দৈ আদি প্ৰস্তুতকৰণত ভেঁকুৰ বা বেক্টেৰিয়া ব্যৱহাৰ কৰা হয়। খাদ্যৰ সংৰক্ষণ তথা ৰূপান্তৰণৰ বাবে নিমখ, বেকিং চডা আদিৰ দৰে অজৈৱিক পদাৰ্থও ব্যৱহাৰ কৰা হয়।

তথ্য সংগ্ৰহ

Tags:

উদ্ভিদচৰ্বীজীৱপুষ্টিকাৰকপ্ৰটিনপ্ৰাণীভিটামিনলৱণশৰ্কৰা

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাহেমচন্দ্ৰ বৰুৱানৱকান্ত বৰুৱাসংগীতস্বাধীনতা দিৱস (ভাৰত)মহেন্দ্ৰ বৰাপ্ৰদূষণভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহনাটকৰুবুল মাউতভূপেন হাজৰিকাজয়মতী কুঁৱৰীহাবুংনলিনীবালা দেৱীমাঘ বিহুঅনুৰাধা শৰ্মা পূজাৰীমহাবীৰ জয়ন্তীৰমন্যাসবাদসমকামিতাসাঁচিপাতসিন্ধু সভ্যতাঅপৰিমেয় সংখ্যাঅসমীয়া উপন্যাসভাৰত ত্যাগ আন্দোলনদ্বিতীয় বিশ্বযুদ্ধডিমা হাছাও জিলাসাহিত্য অকাডেমি বঁটাঅসমৰ গামোচাঅসমৰ মহকুমাসমূহৰ তালিকাঢ়বগেজাৰী গীতবিষ্ণুপ্ৰসাদ ৰাভাকৰভাৰত-আৰ্য ভাষা পৰিয়ালঅসমীয়া প্ৰতিদিননাৰীলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানহাড়ফাকে জনগোষ্ঠীআহোম-মোগলৰ সংঘৰ্ষজয়মতী (১৯৩৫ চলচ্চিত্ৰ)বায়ু প্ৰদূষণগোপালদেৱঅসমশ্ৰী সূৰ্য পাহাৰঅসমীয়া লোক-সংস্কৃতিসৈনিক স্কুল, গোৱালপাৰাসংঘাতঅসম সাহিত্য সভাকনকলতা বৰুৱাতাল (বাদ্যযন্ত্ৰ)ঋতুসত্ৰমোৰো এটা সপোন আছেতিৱা জনগোষ্ঠীনলবাৰী নগৰতথ্য জনাৰ অধিকাৰ আইন, ২০০৫মহাভৈৰৱ মন্দিৰঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰামায়ণম’বাইল ফোনকৰ্কট ক্ৰান্তিসিজুকবিতাগান্ধীবাদহাজোঅঘৰী আত্মাৰ কাহিনীবাদুলিঅসমৰ শাক-পাচলিৰ তালিকাসন্ধ্যাৰাগ (চলচ্চিত্ৰ)বিহুগীতসিংহঅসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান🡆 More