ইউৰোপিয়ান ইউনিয়ন

ইউৰোপিয়ান ইউনিয়ন বা ইউৰোপিয় সংঘ (ইংৰাজী: European Union) মূলতঃ ইউৰোপ মহাদেশত অৱস্থিত ২৮খন দেশৰ এক ৰাজনৈতিক তথা অৰ্থনৈতিক সংঘ। ইয়াৰ মাটিকালি ৪,৩২৪,৭৮২ বৰ্গ কি:মি: আৰু জনসংখ্যা প্ৰায় ৫০.৮ কোটি। কেইখনমান অভ্যন্তৰীণ বহুজাতিক সংগঠন আৰু প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ চৰকাৰী পক্ষসমূহৰ পৰস্পৰ বুজাপৰাৰ মাধ্যমেৰে ইউৰোপিয়ান ইউনিয়নৰ পৰিচালনা কৰা হয়। এই বহুজাতিক সংগঠনকেইটা হৈছে: ইউৰোপিয়ান সদন, ইউৰোপিয়ান কাউঞ্চিল, কাউঞ্চিল অফ দ্য ইউৰোপিয়ান ইউনিয়ন, ইউৰোপিয়ান ইউনিয়নৰ ন্যায়িক আদালত, ইউৰোপিয়ান কেন্দ্ৰীয় বেংক আৰু ইউৰোপিয়ান ক'ৰ্ট অফ অ'ডিটৰছ। প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে সংঘৰ নাগৰিকসকলে ইউৰোপিয়ান সদনক নিৰ্বাচিত কৰে।

ইউৰোপিয়ান ইউনিয়ন
  • বুলগেৰিয়ান: Европейски съюз
    ক্ৰ'ৱেছিয়া: Europska unija
    চ্চেজ: Evropská unie
    ডানিছ: Den Europæiske Union
    ডাচ্চ: Europese Unie
    এষ্ট'নিয়ান: Euroopa Liit
    ফিনিছ: Euroopan unioni
    ফৰাচী: Union européenne
    জাৰ্মান: Europäische Union
    গ্ৰীক: Ευρωπαϊκή Ένωση
    হাংগেৰীয়ান: Európai Unió
    আইৰিছ: An tAontas Eorpach
    ইটালিয়ান: Unione europea
    লেটভিয়ান: Eiropas Savienība
    লিথুৱানিয়ান: Europos Sąjunga
    মাল্টিজ: Unjoni Ewropea
    প'লিছ: Unia Europejska
    পৰ্টুগীজ: União Europeia
    ৰোমানিয়ান: Uniunea Europeană
    শ্লোভাক: Európska únia
    শ্লোভেন: Evropska unija
    স্পেনিছ: Unión Europea
    চুইডিছ: Europeiska unionen
Circle of 12 gold stars on a blue background
নীতিবাক্য
"United in diversity"
সঙ্গীত
"Ode to Joy" (orchestral)

ইউৰোপ-ৰ অৱস্থান
ইউৰোপ-ৰ অৱস্থান
ৰাজধানীব্ৰুজেলছ (de facto)
50°51′N 4°21′E / 50.85°N 4.35°E / 50.85; 4.35
বৃহত্তম মহানগৰ লণ্ডন আৰু পেৰিছ
ৰাষ্ট্ৰভাষা (সমূহ)
ইউৰোপিয়ান ইউনিয়নৰ ভাষাসমূহ (মুঠ ২৪ টা)
    • Bulgarian
    • Croatian
    • Czech
    • Danish
    • Dutch
    • English
    • Estonian
    • Finnish
    • French
    • German
    • Greek
    • Hungarian
    • Irish
    • Italian
    • Latvian
    • Lithuanian
    • Maltese
    • Polish
    • Portuguese
    • Romanian
    • Slovak
    • Slovene
    • Spanish
    • Swedish
জাতীয়তাসূচক বিশেষণ ইউৰোপিয়ান
ধৰণ ৰাজনৈতিক তথা অৰ্থনৈতিক সংঘ
সদস্য ৰাষ্ট্ৰসমূহ
ইউৰোপিয়ান ইউনিয়নৰ সদস্য ৰাষ্ট্ৰ (মুঠ ২৮ খন)
ৰাষ্ট্ৰনেতা (বৃন্দ)
 -  ইউৰোপিয়ান কমিচনৰ সভাপতি জিন-ক্ল'ড জাংকাৰ
 -  ইউৰোপিয়ান কাউঞ্চিলৰ সভাপতি ড'নাল্ড টাস্ক
Formation
 -  ৰোমৰ সন্ধি ১ জানুৱাৰী ১৯৫৮ 
 -  Treaty of Maastricht 1 November 1993 
মাটিকালি
 -  মুঠ ৪৩,২৪,৭৮২ বৰ্গ কিমি (7tha)
সাঁচ:Convert/LoffAoffDnumberSoff বৰ্গ মাইল 
 -  জলভাগ (%) ৩.০৮ (১,৩৩,২০৩ বৰ্গ কিমি)
জনসংখ্যা
 -  2015 আনুমানিক ৫০,৮১,৯১,১১৬'"`UNIQ--ref-০০০০০০০৩-QINU`"' (৩rda)
জিডিপি (পিপিপি) 2015 আনুমানিক
 -  মুঠ $19.035 trillion (1sta)
 -  জনমুৰি $37,607 (19tha)
জিডিপি (নামমাত্ৰ) 2015 আনুমানিক
 -  মুঠ $16.449 trillion (2nda)
 -  জনমুৰি $32,498 (16tha)
জিনি সহগ? (2010) 30.4 
মানৱ উন্নয়ন সূচক (2011) 0.876 (13th / 25tha)
মুদ্ৰা
  • ইউৰো
  • আন দহবিধ
    • Lev  (BGN;   Bulgaria)
    • Kuna  (HRK;   Croatia)
    • Koruna  (CZK; Czech  Republic)
    • Krone  (DKK;   Denmark)
    • Forint  (HUF;   Hungary)
    • Złoty  (PLN;   Poland)
    • Leu  (RON;   Romania)
    • Krona  (SEK;   Sweden)
    • Pound  sterling  (GBP; United  Kingdom)
    • Pound  (GIP;   Gibraltar)
সময় অঞ্চল WET (UTC)
CET (UTC+1)
EET (UTC+2)
 -  গ্ৰীষ্মকালীন (ডিএছটি) WEST (UTC+1)
CEST (UTC+2)
EEST (ইউটিচি+3)
ইণ্টাৰনেট টিএলডি .eu
ৱেবচাইট
europa.eu

ইউনিয়নে বিশেষ আইনী ব্যৱস্থাৰ যোগেদি প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ বাবে প্ৰযোজ্য হোৱাকৈ এক অভ্যন্তৰীণ বা একক বজাৰৰ বিকাশ ঘটাইছে। স্কেনজেন এলেকাৰ ভিতৰত পাছপ'ৰ্ট নিয়ন্ত্ৰণ ব্যৱস্থাও উঠাই লোৱা হৈছে। বিভিন্ন নীতিৰ জৰিয়তে ইউনিয়নে বনুৱা, সামগ্ৰী, সেৱা আৰু মূলধনৰ অবাধ বিচৰণ বা স্থানান্তৰৰ লগতে ন্যায়িক আৰু গৃহ বিষয়ত আইন প্ৰনয়ণ তথা বেপাৰ-বাণিজ্য, কৃষি, মৎস্য পালন আৰু আঞ্চলিক উন্নয়নৰ ক্ষেত্ৰত উমৈহতীয়া নীতি গ্ৰহণ সুনিশ্চিত কৰে। ১৯৯৯ চনত সংঘৰ দেশসমূহে মুদ্ৰা সংঘ বা মানিটেৰী ইউনিয়ন গঠন কৰে আৰু ২০০২ চনৰ পৰা ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হয়। বৰ্তমান ইউৰোপিয়ান ইউনিয়নৰ ১৯খন দেশে ইউৰোৰ ব্যৱহাৰ কৰে।

ইনাৰ চিক্স অৰ্থাৎ ইউনিয়নৰ প্ৰতিষ্ঠাপক ছয়খন দেশে (বেলজিয়াম, ফ্ৰান্স, পশ্চিম জাৰ্মানী, ইটালী, লাক্সেমবাৰ্গ আৰু নেডাৰলেণ্ড) গঠন কৰা ইউৰোপিয় কয়লা আৰু তীখা সমাজ (১৯৫১) আৰু ইউৰোপিয় অৰ্থনৈতিক সমাজৰ (১৯৫৮) পৰাই ইউৰোপিয় সংঘৰ আৰম্ভণি ঘটে। মাষ্ট্ৰিচ সন্ধিৰ লগে লগে ১৯৯৩ চনত বৰ্তমানৰ নামেৰে ইউৰোপিয়ান ইউনিয়নৰ প্ৰতিষ্ঠা হয় আৰু ইউৰোপিয়ান নাগৰিকত্তৰো প্ৰৱৰ্তন কৰা হয়।

২০১২ চনত ইউৰোপিয়ান ইউনিয়নক শান্তিৰ ন'বেল বঁটা প্ৰদান কৰা হয়।

ইউৰোপিয়ান ইউনিয়ন
ইউৰোপিয়ান কমিচন

তথ্য সংগ্ৰহ

    টোকা

বাহ্যিক সংযোগ

Tags:

ইংৰাজী ভাষাইউৰোপ

🔥 Trending searches on Wiki অসমীয়া:

মহেশ্বৰ নেওগসুৱঁৰিসৌৰজগতশ্ৰীমন্ত শংকৰদেৱশিমলুঅসম চিকিৎসা মহাবিদ্যালয়অসমৰ বয়ন শিল্পমুদ্ৰাস্ফীতিদেউলবেদলক্ষ্মীনাথ বেজবৰুৱামানস ৰাষ্ট্ৰীয় উদ্যানচন্দ্ৰগুপ্ত মৌৰ্যপৰ্যটনকাৰ্ল মাৰ্ক্সসত্ৰীয়া নৃত্যঅসমৰ সাহিত্যিকসকলৰ তালিকাচুতীয়া জনগোষ্ঠীগগনাদীৰ্ঘেশ্বৰী দেৱালয়সংঘাতম'হৰ শিঙৰ পেঁপাটি এছ ইলিয়টৱিকিমিডিয়া কমন্সৰাজনীতিৰমন্যাসবাদলখিমপুৰ (লোকসভা সমষ্টি)অসমৰ নৃ-প্ৰজাতীয় গাঁথনিঅংগনবাদীভট্টদেৱনাৰী আৰু ধূম্ৰপানঅনন্ত কন্দলিখনিকৰ পুথিসেউজ গৃহ প্ৰভাৱঅসমৰ কুঁহিলা শিল্পচাণক্যভাৰতীয় ৰিজাৰ্ভ বেংকমাৰ্ক্সবাদঅম্বিকাগিৰি ৰায়চৌধুৰীদৌল গোবিন্দ মন্দিৰঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাআন্তৰ্জাতিক মান সংস্থা ৩১৬৬-১ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহমায়া (আলোচনী)ক্ৰিকেটঅসমৰ নগৰ-মহানগৰসমূহৰ তালিকাত্বৰণকাতি বিহুপয়ছনৰ অনুপাতউপনিষদভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যঅৰ্ণৱ, আস্থা আৰু JECঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলহেটুলুকাৱিকিপিডিয়াবড়ো ভাষাজালিয়ানৱালাবাগৰ হত্যাকাণ্ডঋতুপৰিৱেশ বিজ্ঞানচক্ৰধ্বজ সিংহ (নাটক)ব্যাকৰণবেক্টেৰিয়াঅসমৰ মুখা শিল্পৰূপালীমকপৌ ফুলবিশ্বব্ৰহ্মাণ্ডঅসমীয়া ভাষা আন্দোলনআহোম-মোগলৰ সংঘৰ্ষকানাই বৰশী বোৱা শিলালিপিআমেৰিকা যুক্তৰাষ্ট্ৰঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫ভৰবেগশব্দ প্ৰদূষণপৰিমেয় সংখ্যানাৰীবাদ আৰু সমতা🡆 More