২০২২

২০২২ (2022, MMXXII) হৈছে পৃথিৱীৰ সেইবোৰ সময় অঞ্চলৰ বৰ্তমান চলি থকা বছৰ যিবোৰ সময় অঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় মান সময়−০৩:০০ অথবা তাতকৈ পিছৰ। ই হৈছে গ্ৰেগৰিয়ান দিনপঞ্জীৰ শনিবাৰেৰে আৰম্ভ হোৱা এটা সাধাৰণ বছৰ, সাধাৰণ যুগৰ (CE) আৰু এন' ডমিনি (AD)ৰ ২০২২তম বছৰ, তৃতীয় সহস্ৰাব্দ আৰু একবিংশ শতিকাৰ ২২ তম বছৰ আৰু ২০২০ দশকৰ ৩য় বছৰ। অসমীয়া দিনপঞ্জী মতে ১৪২৮-২৯ ভাস্কৰাব্দ বা ১৯৪৩-৪৪ শকাব্দ।

অন্যহাতে ৰাষ্ট্ৰসংঘই ২০২২ বৰ্ষটোক International Year of Basic Sciences for Sustainable Development, International Year of Sustainable Mountain Development, আৰু the International Year of Glass হিচাপে ঘোষণা কৰিছে।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী

🔥 Trending searches on Wiki অসমীয়া:

নিকি তাম্বোলিসৌৰভ কুমাৰ চলিহামেজিহাড়গিলাবাজেটউৎসৱআহোম বিবাহ পৰম্পৰাচেৰা-বিহুশোণিতপুৰ জিলাউত্তৰ-পূব ভাৰতউইলিয়াম শ্বেইকছপীয়েৰমাজুলীঅসমীয়া ভাষা উন্নতি সাধিনী সভাৰত্নকান্ত বৰকাকতীমোৰো এটা সপোন আছেঅনিৰুদ্ধঘৰযজ্ঞপাঠ পৰিকল্পনাঅসমৰ লোকবাদ্যৰজনীকান্ত বৰদলৈকুটিল লিপিউগ্ৰতাৰা দেৱালয়এ পি জে আব্দুল কালামআজান পীৰভাৰতৰ ইতিহাসকুশল কোঁৱৰভীমৰাও ৰামজী আম্বেদকাৰশংকৰী সংস্কৃতিপাঠ্যক্ৰমঅসমীয়া ব্যাকৰণমেলেৰিয়াঅন্তৰীপ (উপন্যাস)কৃষিঅসমৰ কাঁহ শিল্পবায়ু প্ৰদূষণমিয়া খলিফাটিকেন্দ্ৰজিৎনাটকহেমকোষভূগোলবাংলাদেশৰ মুক্তিযুদ্ধঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলপ্লাষ্টিকসপ্তকাণ্ড ৰামায়ণনবীনচন্দ্ৰ বৰদলৈউমাচল শিলালিপিৰামায়ণভাৰতৰ সংসদ ভৱনবিহুঅভিধানঅব্যয় পদপাইক প্ৰথাগোপীনাথ বৰদলৈহিন্দু ধৰ্মপাঁচালীগণতন্ত্ৰউদঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকালক্ষ্মীধৰ শৰ্মাশালস্তম্ভ ৰাজবংশআঁহতনাগাৰা নামপৰিৱেশ তন্ত্ৰতোলনি বিয়াবেটুপাতস্বামী বিবেকানন্দভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহদুৰ্গা পূজাচন্দ্ৰযান-৩সংস্কৃতিবাগ্‌ধ্বনি🡆 More