২০ মাৰ্চ: তাৰিখ

২০ মাৰ্চ (ইংৰাজী: 20 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৭৯তম (অধিবৰ্ষত ৮০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮৬টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮  ২৯  ৩০
৩১  

ঘটনাবলী

  • ১৬৮৬ – কলকাতাৰ সূতানটি নামৰ গাঁৱত প্ৰথম ব্ৰিটিশ পতাকা উত্তোলন কৰা হয়।
  • ১৭৩৯ – নাদিৰ শাহে দিল্লি দখল কৰে।
  • ১৯৩৫ – ব্ৰিটিশ কাউন্সিল প্ৰতিষ্ঠিত হয়।
  • ১৯৯১ - খালেদা জিয়াবাংলাদেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে।

২০ মা

জন্ম

  • ১৮২৮ - হেনৰিক ইবছেন, নৰৱেদেশীয় নাট্যকাৰ আৰু নাট পৰিচালক।
  • ১৮৯০ - জ্ঞাননাথ বৰা, অসমীয়া ‌কবি, প্ৰবন্ধকাৰ আৰু শিক্ষাবিদ।
  • ১৯২৫ - জৰ্জ নেথালিয়েন কাৰ্জন, ব্ৰিটিশ সাম্ৰাজ্যৰ অধীন উপনিবেশ ভাৰতেৰ গভৰ্নৰ জেনাৰেল আৰু ভাইচৰয়। (জ.১৮৫৯)
  • ১৯৫০ - সাৱিত্ৰী জিন্দাল, ভাৰতীয় ব্যৱসায়ী
  • ১৯৬৬ - অলকা য়াগনিক, ভাৰতীয় নেপথ্য গায়িকা।
  • ১৯৭৭ - গায়ত্ৰী যোশী, ভাৰতীয় অভিনেত্ৰী।

মৃত্যু

  • ১৮৫৮ - অৱন্তীবাই লোধী, ৰামগড়ৰ ৰাণী তথা মুক্তি যুঁজাৰু।
  • ২০০৬ - ভৃগু কুমাৰ ফুকন, অসমৰ জাতীয়তাবাদী নেতা তথা অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী।
  • ২০১৪ - খুছৱন্ত সিং, ভাৰতীয় সাহিত্যিক, উপন্যাসিক, স্তম্ভ লেখক, সাংবাদিক আৰু ইতিহাসবিদ।

দিৱস

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ


Tags:

২০ মাৰ্চ ঘটনাবলী২০ মাৰ্চ জন্ম২০ মাৰ্চ মৃত্যু২০ মাৰ্চ দিৱস২০ মাৰ্চ তথ্য সংগ্ৰহ২০ মাৰ্চ বাহ্যিক সংযোগ২০ মাৰ্চঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ চাহ জনগোষ্ঠীটি এছ ইলিয়টশ্ৰীকৃষ্ণকীৰ্তনঅসমৰ লোকবাদ্যপ্ৰব্ৰজনকমলাকান্ত ভট্টাচাৰ্য্যযৌন সংগমচুতীয়া ৰাজ্যঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগগুণাভিৰাম বৰুৱাৰামমোহন ৰায়পোৱামক্কাজ্ঞানপীঠ বঁটাইজৰাইল–পেলেষ্টাইন সংঘাতৰ ইতিহাসমানৰ অসম আক্ৰমণদ্বীপেন বৰুৱামোৰ জীৱন সোঁৱৰণজীৱনীঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকামনোবিজ্ঞানমোৰো এটা সপোন আছেগ্ৰীক শ্ৰুতিকথাঅসমীয়া পুৰণি সাহিত্যভাৰতীয় দণ্ড বিধিকৃষ্ণকান্ত সন্দিকৈকলাশৰৎচন্দ্ৰ চট্টোপাধ্যায়ফেইচবুকবাংলাদেশৰ মুক্তিযুদ্ধআইজাক নিউটনঅশ্বক্ৰান্ত মন্দিৰঅসমৰ বনৌষধিভাৰতৰ ৰাষ্ট্ৰপতিপথৰুঘাটৰ ৰণঅসমীয়া ভাষাঅসম বিধানসভাজিকিৰভাৰতীয় নাগৰিকত্ব আইনডিব্ৰুগড় (লোকসভা সমষ্টি)কৰম পূজাঢেকীয়াখোৱা বৰনামঘৰভাৰতীয় ৰেলচৰকাৰলক্ষ্মীনাথ বেজবৰুৱাভাৰতীয় সাহিত্যভট্টদেৱৰ গদ্যশৈলীচিপাহী বিদ্ৰোহ ১৮৫৭অসমৰ ধান খেতিৰ সঁজুলিসমূহমাধৱ কন্দলিমায়ামৰা সত্ৰকেঁচা পাতৰ কঁপনিডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানবাজেটমৰাণ জনগোষ্ঠীকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলতগৰআৰ্মেনিয়ান শ্ৰুতিকথাবৌদ্ধ ধৰ্মত্ৰিভুজৰাম মন্দিৰ, অযোধ্যালিংগ বৈষম্য আৰু ভাৰতীয় নাৰীভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫সেউজ গৃহ প্ৰভাৱবসন্ত ঋতুঅসমৰ গামোচানীতি আয়োগহোলিকা দহনড়আহোম জনগোষ্ঠীকছাৰী ৰাজ্য🡆 More