ভূমধ্য সাগৰ: সাগৰ

ভূমধ্য সাগৰ (/ˌmɛdɪtəˈreɪniən/; ইটালীয়ান: Mare Mediterraneo or Mar Mediterraneo ; আৰবী: البحر الابيض المتوسط al-Baḥr al-abyaḍ al-Mutawassiṭ; সাঁচ:Lang-ell ; ফৰাচী: Mer Méditerranée ; স্পেনীছ: Mar Mediterráneo ; তুৰস্কীয়া: Akdeniz; লেটিন: Mare Nostrum ) আটলাণ্টিক মহাসাগৰৰ লগত সংযোজিত হৈ থকা এখন সাগৰ। এই সাগৰখন ভূমধ্য অঞ্চলে চাৰিওদিশৰ পৰা আৱৰি আছে। ইয়াৰ উত্তৰে দক্ষিণ ইউৰোপ ( Southern Europe) আৰু আনাট’লিয়া (Anatolia), দক্ষিণে উত্তৰ আফ্ৰিকা আৰু পূবে লেভাণ্ট (Levant)। এই সাগৰক কেতিয়াবা আটলাণ্টিক মহাসাগৰৰে এটা অংশ বুলিও ধৰা হয়। এই সাগৰৰ পাৰত অৱস্থিত দেশবোৰ হৈছে- আলবানিয়া ( Albania), আলজাৰিয়া (Algeria), ব’ছনিয়া-হাৰযেগ’ভিনা (Bosnia-Herzegovina), ক্ৰ’টিয়া (Croatia), চাইপ্ৰাছ (Cyprus),ইজিপ্ট, ফ্ৰান্স, গ্ৰীচ, ইজৰাইল, ইটালী, লেবান’ন, লিবিয়া, মাল্টা (Malta),ম’ৰ’ক্ক, ম’নাক’, ম’ণ্টেনেগ্ৰ’ (Montenegro), উত্তৰ চাইপ্ৰাছ (Northern Cyprus),পেলেষ্টাইন, শ্ল’ভানিয়া, স্পেইন, চিৰিয়া, তুৰ্কী আৰু টুনিছিয়া (Tunisia)।

ভূমধ্য সাগৰ (Mediterranean Sea)
ভূমধ্য সাগৰ: নামকৰণ, ভৌগোলিক বিৱৰণ, গুৰুত্ব
Map of the Mediterranean Sea
স্থানাংক 35°N 18°E / 35°N 18°E / 35; 18 18°E / 35°N 18°E / 35; 18
প্ৰকাৰ সাগৰ
Primary inflows Atlantic, Sea of Marmara, Nile, Ebro, Rhône, Chelif, Po
অৱবাহিকা দেশ
কালি 25,00,000 বৰ্গ কি.মি. (9,70,000 বৰ্গ মাইল)
গড় গভীৰতা 1,500 মিটাৰ (4,900 ফুট)
সৰ্বোচ্চ গভীৰতা 5,267 মিটাৰ (17,280 ফুট)
Water volume সাঁচ:Convert/km3
Residence time 80-100 years
Islands 3300+
Settlements Alexandria, Algiers, Athens, Barcelona, Beirut, İzmir, Rome, Tangier, Tel Aviv, Tripoli

নামকৰণ

ভূমধ্য সাগৰৰ ইংৰাজী নাম লেটিন শব্দ ’mediterraneus’ পৰা আহিছে যাৰ অৰ্থ হ’ল-"inland" বা "in the middle of the land" (medius, "middle" ̀ আৰুt erra, "land").

ভৌগোলিক বিৱৰণ

এই সাগৰে প্ৰায় ২। ৫ মিলিয়ন বৰ্গ কিলোমিটাৰ অধিকাৰ কৰি আছে। অৱশ্যে ভূমধ্য সাগৰৰ আটালাণ্টিক মহাসাগৰৰ সৈতে সংযোগ হোৱা অংশটো কেৱল 14 km (8.7 মাইল) বহল। এই অংশটোক’Strait of Gibraltar’ বুলি কোৱা হয়। এই অংশটোৱে ইউৰোপৰ Gibraltar আৰু স্পেইনক আফ্ৰিকাৰ ম’ৰ’ক্কোৰ পৰা পৃথক কৰে।

ভূমধ্য সাগৰৰ গড় গভীৰতা প্ৰায় 1,500 মিটাৰ (4,900 ফুট) আৰু আটাইতকৈ গভীৰ অংশটো হ’ল 5,267 মিটাৰ (17,280 ফুট) , যি Ionian Sea ৰ Calypso Deep ত অৱস্থিত।

গুৰুত্ব

ভূমধ্য সাগৰে ঐতিহাসিক কালত ভ্ৰমণকাৰী আৰু বণিজসকলৰ জলপৰিবহণৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ পাৰত অৱস্থিত দেশসমূহৰ ইতিহাসত এই সাগৰৰ স্থান অতি গুৰুত্বপূৰ্ণ।


আলোকচিত্ৰৰ ভঁৰাল

তথ্যসূত্ৰ

Tags:

ভূমধ্য সাগৰ নামকৰণভূমধ্য সাগৰ ভৌগোলিক বিৱৰণভূমধ্য সাগৰ গুৰুত্বভূমধ্য সাগৰ আলোকচিত্ৰৰ ভঁৰালভূমধ্য সাগৰ তথ্যসূত্ৰভূমধ্য সাগৰ বাহ্যিক সংযোগভূমধ্য সাগৰen:Help:IPA for Englishen:WP:IPA for Frenchআৰবী ভাষালেটিন ভাষাৱিকিপিডিয়া:IPA for Englishৱিকিপিডিয়া:IPA for Italianৱিকিপিডিয়া:IPA for Spanish

🔥 Trending searches on Wiki অসমীয়া:

ভাইটি (চলচ্চিত্ৰ)মহা মৃত্যুঞ্জয় মন্দিৰবৰা চাউলসাহিত্যৰাজনৈতিক দলকলিমাপাঠ পৰিকল্পনাইন্দ্ৰেশ্বৰ বৰঠাকুৰচিকিৎসা বিজ্ঞানশিৱসাগৰ জিলানাগৰিকত্বঅসমৰ জনগোষ্ঠীমানৰ অসম আক্ৰমণগোৱালপৰীয়া লোকগীতপদ (ব্যাকৰণ)শীতল যুদ্ধহনুমানহিমন্ত বিশ্ব শৰ্মাচুতীয়া জনগোষ্ঠীৰঙা পুলিচপৰ্যটনজুবিন গাৰ্গচন্দ্ৰপ্ৰভা শইকীয়ানীনুমলীগড় তেল শোধনাগাৰশ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকাসৌৰজগতএকচেটীয়া বজাৰভাৰতৰ নিৰ্বাচন আয়োগৰুদ্ৰেশ্বৰ দেৱালয়ৰঘুনাথ চৌধাৰীসিন্ধু সভ্যতাভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাবিজ্ঞাপনমুদ্ৰা বজাৰ১৯ এপ্ৰিলদুৰ্গা পূজাযুক্তিযতীন্দ্ৰ নাথ দুৱৰাহীৰেন ভট্টাচাৰ্যবাণীকান্ত কাকতিলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানআউনীআটী সত্ৰনাৰীৰামায়ণমাদাৰ টেৰেছাশিক্ষকমালিনী থানমৌখিক পৰম্পৰানিৰ্মলপ্ৰভা বৰদলৈগোলকীয় উষ্ণতা বৃদ্ধিভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যঅতুল চন্দ্ৰ হাজৰিকানিৰ্বাচনী চিয়াঁহীবুঢ়ী আইৰ সাধু২০ এপ্ৰিলভাতদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাওজাপালিভাৰতৰ জলবায়ুউদ্ভিদভূমি প্ৰদূষণজামুগুৰিহাটজাপিবৌদ্ধ দৰ্শনগুৱাহাটী উচ্চ ন্যায়ালয়অসমৰ জিলাসমূহনেপালী জনগোষ্ঠীব'হাগ বিহুশিৱসাগৰমুঠিখাৰুভাৰতৰ প্ৰধানমন্ত্ৰীধেমাজিভক্তি প্ৰদীপ🡆 More