জীৱবিদ্যা গণ

গণ( genus /ˈnəs/ plural: genera) হৈছে, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনপৰিয়ালৰ তলত আৰু প্ৰজাতিৰ ওপৰত অৱস্থান কৰা এক বিশেষ বৰ্গীয় স্থান। জীৱৰ দ্বৈৰাশিক নামকৰণত, প্ৰতিটো প্ৰজাতিৰ বৈজ্ঞানিক নামটোৰ প্ৰথম পদটো প্ৰজাতিটোৰ গণৰ নামটোৱেই পূৰণ কৰে; যেনে - Pongo pygmaeus আৰু Pongo abelii হ'ল, Pongo (ওৰাংওটাং) নামৰ গণটোৰ অন্তৰ্গত দুটা প্ৰজাতি।

জীৱবিদ্যা গণ
জীৱজগতৰ বৰ্গীকৰণ তালিকা; গণ, পৰিয়াল আৰু প্ৰজাতিৰ মাজত অৱস্থান কৰে।

ইতিহাস

ফৰাচী উদ্ভিদবিজ্ঞানী জোসেফ পিটন ডি ট্যুৰনিফোৰ্ট (১৬৫৬–১৭০৮)ক, "গণৰ আধুনিক ধাৰণাৰ প্ৰতিষ্ঠাতা" বুলি কোৱা হয়।

গণবাচক নাম

গণৰ বৈজ্ঞানিক নামটোক, গণবাচক নাম বুলিও কোৱা। জীৱৰ বৈজ্ঞানিক নামকৰণত গণবাচক নামে নিৰ্ণায়ক ভূমিকা পালন কৰে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

জীৱবিদ্যা গণ ইতিহাসজীৱবিদ্যা গণ গণবাচক নামজীৱবিদ্যা গণ তথ্য সংগ্ৰহজীৱবিদ্যা গণ বাহ্যিক সংযোগজীৱবিদ্যা গণ

🔥 Trending searches on Wiki অসমীয়া:

নিমাতী কইনাবেদকুশল কোঁৱৰহীৰেন ভট্টাচাৰ্য২০২৪মোৰ জীৱন সোঁৱৰণগৰু বিহুদিহানামগোৱালপৰীয়া লোকগীতজৈৱিক কৃষিপদুমভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যএ কে গাৰ্নিকোচ ৰাজবংশীঅসমত দেখা চৰাইবোৰগণৰাজ্য দিৱস (ভাৰত)নলবাৰী জিলামহাদেশৰুবুল মাউতভাৰতীয় শিল্পকলাপাটকাইৰ ইপাৰে মোৰ দেশএহাত ডাবাবৃত্তঅসমীয়া ভাষাকাৰ্বি ভাষাৰাসায়নিক মৌলঅংকগৱেষণাঅনুৰাধা শৰ্মা পূজাৰীচিপাহী বিদ্ৰোহ ১৮৫৭শিক্ষাউমানন্দশৰাইঘাট দলংবহুমূত্ৰ ৰোগপদ্মনাথ গোহাঞি বৰুৱাঅসমৰ লোকবাদ্যসদৌ অসম ছাত্ৰ সন্থাজাতনামঅসমৰ লোকগীত২৭ এপ্ৰিলজুবিন গাৰ্গৰংঘৰভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাভাওনাআৰবী ভাষাবৰপেটা (লোকসভা সমষ্টি)মৰাণ জনগোষ্ঠীছনেটঅসমৰ পুৰণি স্থাপত্যৰক্তদলশোণিতপুৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাশৰাইঘাটৰ যুদ্ধঅভিধানগোৱালপাৰীয়া উপভাষাডিব্ৰুগড় বিশ্ববিদ্যালয়সাঁথৰসমাজবাদনাটকঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাকম্পিউটাৰযৌন সংগমআহোম-মোগলৰ সংঘৰ্ষচৰাইদেউ জিলাঅসমীয়া লোক-সংস্কৃতিকবিতাজাভাঅন্নপ্ৰাশনমহেশ্বৰ নেওগডিমাছা জনগোষ্ঠীঅসমীয়া ভাষা উন্নতি সাধিনী সভাশিৱসাগৰৰ শিৱদৌলপৰিয়ালবিপৰীতাৰ্থক শব্দমৌলিক সংখ্যাশব্দ (অভিধান)🡆 More