ফেইচবুক: ছ'চিয়েল নেটৱৰ্কিং ছাইট

ফেইচবুক (ইংৰাজী: Facebook) এক চচিয়েল নেটৱৰ্কিং সেৱা আৰু ৱেবচাইট। ইয়াক ফেইচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে ২০০৪ চনত ইণ্টাৰনেটৰ জৰিয়তে প্ৰচলন কৰিছিল। জুলাই ২০১৩ৰ তথ্য অনুসৰি ১.১৫ বিলিয়নৰো (১১৫ কোটি) অধিক ব্যৱহাৰকাৰীয়ে সক্ৰিয়ভাৱে ফেইচবুক ব্যৱহাৰ কৰে। ইয়াক ব্যৱহাৰ কৰিবলৈ সদস্যভুক্ত হোৱা প্ৰয়োজন, ৱেবচাইটটোত এটা বিনামূলীয়া একাউণ্ট খুলি ল'ব লাগে। সদস্য সকলে ইয়াত নিজৰ প্ৰফাইলত নিজৰ নাম-ঠিকনা, শিক্ষাগত অৰ্হতা, চাকৰি বা পেচা আদি (ঐচ্ছিকভাবে) প্ৰকাশ কৰাৰ উপৰিও 'ন'টচ' (ফেইচবুকৰ সীমিত সুবিধা থকা ব্যক্তিগত 'ব্লগ'), তড়িৎ যোগাযোগ বা মেচেজিং, যুটীয়াভাৱে ব্যৱহাৰ কৰিব পৰা আলোচনা সমাজ বা ফেইচবুক গ্ৰুপ, ফটো প্ৰকাশ বা ষ্ট'ৰ কৰিব পৰা আদি বিভিন্ন (বিনামূলীয়া) সেৱা লাভ কৰে। শেহতীয়াকৈ ইয়াত 'ফেইচবুক পেজ' বুলি গ্ৰুপৰ নিচিনাই সা-সুবিধা থকা বিনামূলীয়া ৱেবচাইট সেৱা, প্ৰগ্ৰেমাৰ সকলে প্ৰগ্ৰেমিঙৰ সহায়ত ইয়াৰ সেৱাসমূহ যেনে লগ-ইন, 'টিকাৰ', 'ৱাল' আদি সুবিধাক ব্যৱহাৰ কৰিব পৰাকৈ ইয়াৰ 'গ্ৰাফ' 'এ পি আই' (API = Application Programming Interface) আদি সংযোগ কৰা হৈছে। আমেৰিকাৰ কিছুমান বিশ্ববিদ্যালয়ত নবাগত সকলে ইজনে সিজনক চিনি পোৱাত সহায় হ'বলৈ 'ফেইচবুক' বুলি এটা নিজা ইণ্টাৰনেট ডাইৰেক্টৰী চাৰ্ভিছ (ৱেবচাইট) ব্যৱহাৰ কৰি তেওঁলোকৰ বিতং তথ্য প্ৰকাশ কৰাৰ ব্যৱস্থা কৰে। ইয়াৰ পৰাই ফেইচবুক নামটো লোৱা হৈছে।

ফেইচবুক, ইনকৰ্পৰেটেড
প্ৰকাৰ ব্যক্তিগত (planning IPO)
প্ৰতিষ্ঠা কেম্ব্ৰিডজ, মেছাচুচেৎছ, আমেৰিকা (২০০৪ (2004))
প্ৰতিষ্ঠাপক
মূখ্য কাৰ্যালয় পাউলো আল্টো, কেলিফোৰ্ণিয়া, আমেৰিকা,
বৰ্তমান মেনলো পাৰ্ক, কেলিফোৰ্ণিয়া, আমেৰিকালৈ স্থানান্তৰিত কৰা হৈছে
কৰ্মৰ এলেকা বিশ্বজুৰি
উল্লেখযোগ্য ব্যক্তি
  • মাৰ্ক যুকাৰবাৰ্গ (CEO)
  • ক্ৰিচ কক্স (VP of Product)
  • চেৰ্লি চেণ্ডবাৰ্গ (COO)
  • ডোনাল্ড ই গ্ৰাহাম (Chairman)
ৰাজহ বৃদ্ধি US$ ৫৫.৮৩৮ বিলিয়ন (২০১৮)
Operating আয় বৃদ্ধি US$ 24.913 বিলিয়ন (২০১৮)
মুঠ আয় বৃদ্ধি US$ 22.111 বিলিয়ন (২০১৮)
Total assets বৃদ্ধি US$ 97.334 বিলিয়ন (২০১৮)
Total equity বৃদ্ধি US$ 84.127 বিলিয়ন (২০১৮)
কৰ্মচাৰী ৩৯,৬৫১ (জুন ৩০, ২০১৯)
ৱেবছাইট www.facebook.com
IPv6 সেৱা www.v6.facebook.com
এলেক্সা তালিকাত স্থান steady ৩ (February 2019)
ৱেবছাইটৰ প্ৰকাৰ চচিয়েল নেটৱৰ্কিং সেৱা
বিজ্ঞাপন Banner ads, referral marketing, casual games
পঞ্জীকৰণ প্ৰয়োজনীয়
ব্যৱহাৰকাৰী ৮ কোটি (চেপ্টেম্বৰ ২০১১ত সক্ৰিয়)
উপলব্ধ ভাষা বহুভাষিক
প্ৰচলন হয় ৪ ফেব্ৰুৱাৰী, ২০০৪
বৰ্তমানৰ স্থিতি সক্ৰিয়

ফেইচবুকৰ স্থাপন কৰ্তা হৈছে মাৰ্ক জুকাৰবাৰ্গ আৰু তেওঁৰ সহপাঠী এডুৱাৰ্ড’ চাভেৰিন, ডাষ্টিন মস্কভাইট আৰু ক্ৰিছ হিউজেছ।

ইতিহাস

ফেইচবুক: ইতিহাস, ভাষা, তথ্যসূত্ৰ 
ফেইচবুকৰ আৰম্ভণিৰ সময়ত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ তেওঁৰ কোঠাত সহ-প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গ

ভাষা

ফেচবুক ১১২টা ভাষাত উপলব্ধ। ভাষাবিলাকৰ হ'ল - আফ্ৰিকান, আলবেনিয়ান, আমহাৰিক, আৰবী, আৰ্মেনিয়ান, অসমীয়া, আজাৰবাইজানী, বাস্ক, বেলাৰুছিয়ান, বাংলা, বছনিয়ান, ব্ৰেটন, বুলগেৰিয়ান, বাৰ্মিজ, কাটালান, চেবুয়ানো, কৰ্চিকান, ক্ৰ'ৱেচিয়ান, চেক, ডেনিছ, ডাচ, ডাচ (বেলজিয়াম), ইংৰাজী (ইউ কে ), ইংৰাজী (আমেৰিকা), ইংৰাজী (উলটি), এস্পেৰেণ্টো, ইষ্টোনিয়ান, ফেৰ’ইজ, ফিলিপাইনছ, ফিনিছ, ফৰাচী (কানাডা), ফৰাচী (ফ্ৰান্স), ফ্ৰিজিয়ান, ফুলা, গালিচিয়ান, জৰ্জিয়ান, জাৰ্মান, গ্ৰীক, গুয়াৰানি, গুজৰাটী, হাইটিিয়ান ক্ৰিয়েল, হাউছা, হিব্ৰু, হিন্দী, হাংগেৰিয়ান, আইচলেণ্ডিক, ইণ্ডোনেছিয়ান, আইৰিছ, ইতালীয়, জাপানী, জাপানী (কানছাই), জাভানিজ, কানাডা, কাজাখ, খ্মেৰ, কিনিয়াৰৱাণ্ডা, কোৰিয়ান, কুৰ্মানী (কুৰ্মানজী), কিৰ্গিজ, লাও, লাটভিয়ান, লিথুৱেনিয়ান, মেচিডোনিয়ান, মালাগাছি, মালয়, মালয়ালম, মাল্টীজ, মাৰাঠী, মংগোলীয়, নেপালী, নৰৱেজিয়ান (bokmal), নৰৱেজিয়ান (nynorsk), ওডিয়া, পাষ্টো, পাৰ্চী, পোলিছ, পৰ্তুগীজ (ব্ৰাজিল), পৰ্তুগীজ (পৰ্তুগাল), পাঞ্জাবী, ৰোমানিয়ান, ৰাছিয়ান, সার্ডিনিয়ান, সার্বিয়ান, শোনা, চিলেসিয়ান, সৰলীকৃত চীনা (চীন), সিংহলা, শ্লোভাক, স্লোভেনিয়ান, সোমালি, সোৰানি কুর্দি, স্পেনিছ, স্পেনিছ (স্পেন), শ্বাহিলি, চুইডিছ, চিৰিয়াক, তাজিক, তামাজিট, তামিল, টাটাৰ, তেলেগু, টেটুন, থাই, পৰম্পৰাগত চীনা (হংকং), পৰম্পৰাগত চীনা (টাইৱান), তুৰ্কী, ইউক্ৰেইনীয়, উৰ্দু, উজবেক, ভিয়েটনামী, ৱেলছ আৰু জাজা

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

ফেইচবুক ইতিহাসফেইচবুক ভাষাফেইচবুক তথ্যসূত্ৰফেইচবুক বাহ্যিক সংযোগফেইচবুক

🔥 Trending searches on Wiki অসমীয়া:

জুবিন গাৰ্গব্ৰিটিছ ৰাজবিয়া নামঢেকীয়াখোৱা বৰনামঘৰঅসমৰ জিলাসমূহঅসম আন্দোলনভেঁকুৰপ্ৰব্ৰজনঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাবহনক্ষম উন্নয়নৰ লক্ষ্যমানৱ উন্নয়ন সূচকভেকুলীঅংকীয়া নাটপ্ৰেমচন্দশংকৰী সংস্কৃতিসত্যনাথ বৰাঅসমীয়া ভাষা আন্দোলনগোলকীয় উষ্ণতা বৃদ্ধিকাৰ্ল মাৰ্ক্সপদাৰ্থ বিজ্ঞানঅৰুণাচল প্ৰদেশহাঁপানিৱিকিমিডিয়া ফাউণ্ডেশ্যনৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘআন্তৰ্জাতিক মান সংস্থা ৩১৬৬-১জয়মতী (২০০৬ চলচ্চিত্ৰ)ৰুবুল মাউতমোৱামৰীয়া বিদ্ৰোহঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিএকচেটীয়া বজাৰকুচিয়া মাছঋতুআগ্নেয়গিৰিভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাজ্ঞানপীঠ বঁটাআধুনিকতাবাদলং ৱাক টু ফ্ৰীডমঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাআইনামঅসমীয়া যুক্তাক্ষৰনামচিংখনিকৰ পুথিবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনঅসমীয়া লোকসাহিত্যতৰুণ গগৈশব্দ প্ৰদূষণকলাজন গণ মনশিশুৰ খেল-ধেমালিঅণুবীক্ষণ যন্ত্ৰচৰাইআত্মসহায়ক গোটভাৰতীয় নাগৰিকত্ব আইনকোৰআননাগৰিকত্ব (সংশোধনী) আইন, ২০১৯পৰ্বতজাপানৰ নাৰীনেলছন মেণ্ডেলাখাজুৰাহোবিল্বেশ্বৰ দেৱালয়ডিব্ৰুগড়ভালুকপুংগদ্যসাগৰউদাৰনৈতিকতাবাদৰছী টনা খেললতাকটা ৰণগণতন্ত্ৰহেমকোষ🡆 More