ধঁপাত

ধঁপাত (ইংৰাজী: Tobacco) হৈছে ধঁপাত গছৰ পাত সংৰক্ষণ কৰি তৈয়াৰ কৰা এক প্ৰকাৰৰ দ্ৰব্য। ধঁপাত গছৰ আদি নিবাস উত্তৰ আৰু দক্ষিণ আমেৰিকা। ধঁপাত গছৰ শুকান পাতক ধঁপাত বোলা হয়। ধঁপাত গছ ১২-১৮ ইঞ্চি ওখ হয়। ধঁপাত এবিধ নিচাজাতীয় পদাৰ্থ। ধঁপাত চিগাৰেট, বিড়ি, চুৰট, হোকা, আদি বিভিন্ন পদ্ধতিৰ দ্বাৰা ধুমপান কৰা হয়। ধুমপানৰ উপৰিও ধঁপাত বিভিন্ন প্ৰকাৰে সেৱন কৰা হয়, যেনে চোবাই (জৰ্দা, ছাদা, হিচাপে পান বা তামোলৰ লগত খোৱা হয়), ওঠৰ ফাঁকত গুঁজি (যেনে খৈনি), বা নাকত ভৰাই (নসি)।

ধঁপাত
ধঁপাত খেতি

ধঁপাতৰ মূল নিচাজাতীয় উপাদান হৈছে নিক'টিন। নিক'টিন এক প্ৰকাৰৰ স্নায়ুবিষ (নিউৰ'টক্সিন), যি এক ধৰণৰ এচিটাইলক'লিন সংগ্ৰাহকৰ ওপৰত কাৰ্য কৰে। কিন্তু ধঁপাতৰ ধোৱাত নিক'টিনৰ বাদেও নানা কেঞ্চাৰসৃষ্টিকাৰী পদাৰ্থ থাকে, যেনে বেঞ্জ'পাইৰিণ ইত্যাদি বহুচক্ৰী এৰ'মেটিক যৌগ। ধঁপাত অত্যন্ত বিষাক্ত পদাৰ্থ, এটা চিগাৰেটত যিমানখিনি ধঁপাত থাকে, সেইখিনি যদি প্ৰত্যক্ষভাৱে শৰীৰত প্ৰৱেশ কৰে, তেন্তে দ্ৰুত মৃত্যু অনিবাৰ্য। ধুমপানৰ ফলত ধীৰে ধীৰে আয়ু কমি আহি থাকে। কেৱল কেঞ্চাৰৰ প্ৰৱণতাই নহয়, ইয়াক হৃদৰোগৰ কাৰক বুলি গণ্য কৰা হয়।

নামকৰণ

ধঁপাতৰ ইংৰাজী ‘Tobacco’ শব্দটো স্পেনিছ "tabaco" শব্দৰ পৰা আহৰণ কৰা হৈছে। ইয়াক, ১৪১০ চনলৈকে এক ধৰণৰ স্পেনিছ আৰু ইটালিয়ান শব্দ ঔষধি উদ্ভিদ বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

ইংৰাজী ভাষাউত্তৰ আমেৰিকাতামোলদক্ষিণ আমেৰিকা

🔥 Trending searches on Wiki অসমীয়া:

আৰ্নেষ্ট ৰাডাৰফ'ৰ্ডসত্ৰঅৰূপা পটংগীয়া কলিতাআই সবাহউদ্ভিদমনঅতুল চন্দ্ৰ হাজৰিকামৌলিক সংখ্যাদেওপাহাৰসাঁথৰবিশেষ্য পদজোনাকী (আলোচনী)পতঞ্জলিৰ যোগসূত্ৰনাৰীতাঁতশাললোকবিশ্বাসব্যক্তিত্বখোলতথ্য জনাৰ অধিকাৰ আইন, ২০০৫চন্দ্ৰকুমাৰ আগৰৱালামহাভৈৰৱ মন্দিৰপ্লেটোডিমাছা জনগোষ্ঠীসংক্ৰমণহীৰেন ভট্টাচাৰ্যঅসমৰ বাঁহ-বেতৰ শিল্পঅন্নপ্ৰাশনবেদইংলেণ্ডপদাৰ্থ বিজ্ঞানগণতন্ত্ৰধ্বনিতত্ত্বৰাষ্ট্ৰসংঘভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকামাটিৰ হিচাপচুটিগল্পভাৰতকলপুৰুষোত্তম দাসমালিনী থানব্ৰহ্মপুত্ৰ উপত্যকাদ্বীপেন বৰুৱাৰামায়ণমানৰ অসম আক্ৰমণঅভ্যাসকবিতাকামৰূপ ৰাজ্যবেটুপাতমহামায়া ধামঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতপাইক প্ৰথাপায়ু সংগমলিংগভিত্তিক অধ্যয়নআমেৰিকা যুক্তৰাষ্ট্ৰজ্যোতিপ্ৰসাদ আগৰৱালাপাঠ পৰিকল্পনাআবেগভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাপাৰিপাৰ্শ্বিক সংঘাতজীৱনৰ বাটতসংঘাতমৃত্যুস্বামী বিবেকানন্দঢ়বিষ্ণুকৌটিল্যৰ অৰ্থশাস্ত্ৰলোকসভাৰ অধ্যক্ষকাছঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলনিমাতী কইনাঅসমত দেখা চৰাইবোৰফুলগুৰি ধেৱাহেপাটাইটিছ বি🡆 More