তুষাৰ

মৰুভূমি

তুষাৰ
তুষাৰ
তুষাৰৰ মাজেৰে ৰেল চলাৰ দৃশ্য
ভৌতিক ধৰ্ম
ঘনত্ব (ρ) ০.১–০.৮ গ্ৰা/চেমি
যান্ত্ৰিক ধৰ্ম
Tensile strength (σt) 1.5–3.5 kPa
Compressive strength (σc) 3–7 MPa
তাপীয় ধৰ্ম
গলনাংক (Tm) ০ °ছে
Thermal conductivity (k) ঘণত্ব ০.১ ৰ পৰা ০.৫ গ্ৰা/চেমি 0.05–0.7 W/(K·m)
বৈদ্যুতিক ধৰ্ম
Dielectric constant (εr) শুকান তুষাৰৰ ঘণত্ব ০.১ ৰ পৰা ০.৯ গ্ৰা/চেমি 1–3.2
তুষাৰৰ ভৌতিক লক্ষণসমূহ স্থান, কাল, পাত্ৰভেদে পৃথক হোৱা পৰিলক্ষিত হয়।
তুষাৰ
জাৰ্মানীৰ তুষাৰপাতৰ ফলত গছৰ ওপৰত পৰা তুষাৰৰ স্তৰ।

হল বৰষুণৰ কঠিন ৰূপ যি পৃথিৱীৰ বায়ুমণ্ডলত ক্ষুদ্ৰ ক্ষুদ্ৰ স্ফটিক আকাৰে বিৰাজ কৰে। ই প্ৰকৃতপক্ষে পানীৰ কঠিন ৰূপ বা বৰফ। শীতকালত যেতিয়া তাপমাত্ৰা শূন্য ডিগ্ৰী ছেলছিয়াছৰ তললৈ নামি যায় তেতিয়া মেঘৰ পৰা তুষাৰ পতিত হয়, ইয়াকে তুষাৰপাত বোলে। মেঘৰ পৰা নিঃসৰিত পানী বায়ুমণ্ডলৰ উপৰৰ স্তৰৰ নিম্ন তাপমাত্ৰাত গোট মাৰি বৰফত পৰিণত হয় আৰু প়থিৱীপৃষ্ঠলৈ তুষাৰ হিচাপে নামি আহে।

প্ৰধান তুষাৰ পতিত অঞ্চলসমূহ হৈছে মেৰু অঞ্চল, উত্তৰ গোলাৰ্ধৰ উচ্চ অৰ্ধাংশ আৰু পৰ্যাপ্ত আৰ্দ্ৰতা আৰু নিম্ন উষ্ণতা বিশিষ্ট পৃথিৱীৰ পাৰ্বত্য অঞ্চলসমূহ। এণ্টাৰ্কটিকাৰ পৰা সুদুৰত অৱস্থিত দক্ষিণ গোলাৰ্ধৰ কেৱল পাৰ্বত্য অঞ্চলতহে প্ৰাথমিকভাৱে তুষাৰপাত দেখা পোৱা যায়।

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যনামদাঙৰ শিলৰ সাঁকোপুৰন্দৰ সিংহসৰ্বশিক্ষা অভিযানভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাতোলনি বিয়াহয়গ্ৰীৱ মাধৱ মন্দিৰকাঠনিবাৰী ঘাটকল্পনা চাওলানীলমণি ফুকন (কনিষ্ঠ)ৱৰ্ল্ড ৱাইড ৱেবঅসমীয়া সাহিত্যত মালিতাআজান পীৰৰফিকুল হুছেইনভেঁকুৰশচীন তেণ্ডুলকাৰকপৌ ফুলএহাত ডাবামাটিকোচ ৰাজবংশীভাৰত-চীন যুদ্ধইউনিক’ডঅসমৰ বনৌষধিশ্ৰীমন্ত শংকৰদেৱশিক্ষাৰ অধিকাৰ২২ এপ্ৰিলমুখমৈথুনৰাতি বিহুতথ্যমনোমতীহেমকোষএডাম স্মিথএ কে গাৰ্নিজুবিন গাৰ্গস্বাভাৱিক সংখ্যাগুকেশ ডিভাইটি (চলচ্চিত্ৰ)গৰীয়সীশামুকগগনাফলসমাজকুমাৰীত্বমহামায়া ধামধেমাজি জিলাকামৰূপ জিলায়পলাশীৰ যুদ্ধৰাসায়নিক মৌলবিহুগীতদিহানামএলুমিনিয়ামসমীৰ তাঁতীমানুহজিকিৰচি++সাহিত্য অকাডেমি বঁটাপৰিৱেশ বিজ্ঞানহাজোবিহু নৃত্যসত্যনাথ বৰামহাভাৰতকেশৱ মহন্তডুবি তাম্ৰলিপি আৰু ছীলভগদত্তমহাসাগৰদৰং জিলাঅসমীয়া গীতি সাহিত্যনামঘৰআউনীআটী সত্ৰঅসমৰ চাহ জনগোষ্ঠীপদুমৱিকিলিংগ (জৈৱিক)ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালদশাৱতাৰ🡆 More