অষ্ট্ৰিয়া

অষ্ট্ৰিয়া, আনুষ্ঠানিকভাৱে অষ্ট্ৰিয়া গণৰাজ্য মধ্য ইউৰোপৰ এখন ৰাষ্ট্ৰ। এই দেশত প্ৰায় ৮.৫ মিলিয়ন লোকে বাস কৰে। স্থলবেষ্টিত এই দেশৰ উত্তৰে জাৰ্মানী আৰু চেক প্ৰজাতন্ত্ৰ, পূবে স্লোভাকিয়া আৰু হাঙ্গেৰি, দক্ষিণে স্লোভেনিয়া আৰু ইটালী, আৰু পশ্চিমে ছুইজাৰলেণ্ড আৰু লিছটেন্‌ষ্টাইন আছে। অষ্ট্ৰিয়া মূলত আল্পছ পৰ্বতমালাৰ উপৰত অৱস্থিত। দেশখনৰ তিনি-চতুৰ্থাংশ এলেকাই পৰ্বতময়।

অষ্ট্ৰিয়া গণৰাজ্য
Republik Österreich  (German)
অষ্ট্ৰিয়া অষ্ট্ৰিয়া
ৰাষ্ট্ৰীয় সঙ্গীত
  • Land der Berge, Land am Strome  (German)
  • Land of Mountains, Land by the River

অষ্ট্ৰিয়া-ৰ অৱস্থান
অষ্ট্ৰিয়া-ৰ অৱস্থান
 অষ্ট্ৰিয়াৰ অৱস্থান  (ডাঠ সেউজীয়া)

– ইউৰোপৰ মেপত  (সেউজীয়া & ডাঠ ধূসৰ)
– ইউৰোপীয় সংঘৰ মেপত  (সেউজীয়া)  —  [Legend]

ৰাজধানী
(আৰু বৃহত্তম নগৰ)
ভিয়েনা
48°12′N 16°21′E / 48.2°N 16.35°E / 48.2; 16.35
ৰাষ্ট্ৰভাষা (সমূহ) জাৰ্মান [a]
জনগোষ্ঠীসমূহ (২০১২)
  • ৮১.১% অষ্ট্ৰিয়ান
  • ২.৭% জাৰ্মান
  • ২.২% তুৰ্কী
  • ১৪% অন্যান্য / বিশেষীকৰণ নকৰা
জাতীয়তাসূচক বিশেষণ অষ্ট্ৰিয়ান
মাটিকালি
 -  মুঠ ৮৩,৮৭৯ বৰ্গ কিমি (115th)
৩২,৩৮৫.৮৬ বৰ্গ মাইল 
 -  জলভাগ (%) ১.৭ (১,৪২৬ বৰ্গ কিমি)
জনসংখ্যা
 -  2015 আনুমানিক ৮৬,০২,১১২'"`UNIQ--ref-০০০০০০০১-QINU`"' (৯৪th)
জিডিপি (পিপিপি) 2015 আনুমানিক
 -  মুঠ $402.420 billion 
 -  জনমুৰি $47,031 
জিডিপি (নামমাত্ৰ) 2015 আনুমানিক
 -  মুঠ $380.555 billion 
 -  জনমুৰি $44,475 
জিনি সহগ? (2011) 26.3 
মানৱ উন্নয়ন সূচক (2013) 0.881 (21st)
মুদ্ৰা Euro (€)[b] (EUR)
সময় অঞ্চল CET (ইউটিচি+01)
 -  গ্ৰীষ্মকালীন (ডিএছটি) CEST (ইউটিচি+02)
গাড়ী চলোৱা হয় right
ইণ্টাৰনেট টিএলডি .at[c]
কলিং ক'ড ++43

অষ্ট্ৰিয়া এখন সংসদীয় গণতন্ত্ৰ। ইয়াত ৯খন ফেডাৰেল ৰাজ্য আছে। এইখন ইউৰোপৰ ৬খন ৰাষ্ট্ৰ মাজৰ অন্যতম যাৰ স্থায়ীভাবে নিৰপেক্ষতা ঘোষণা কৰা হৈছে। অষ্ট্ৰিয়াত ১৯৫৫ চনৰ পৰাই জাতিসংঘৰ আৰু ১৯৯৫ চনৰ পৰাই ইউৰোপীয় ইউনিয়নৰ সদস্য হিচাপে আছে।

অষ্ট্ৰিয়া অতীতত হাবছবুৰ্গ ৰাজাসকলৰ অধীনস্থ এখন বিস্তৃত শক্তিশালী সাম্ৰাজ্যৰ প্ৰাণকেন্দ্ৰ আছিল। ভিয়েনা সেই সাম্ৰাজ্যৰ ৰাজকীয় ৰাজধানী আছিল। ভিয়েনা বৰ্তমানেও অষ্ট্ৰিয়াৰ ৰাজধানী আৰু বিশ্বৰ অন্যতম প্ৰধান চহৰ হিচাপে গণ্য কৰা হয়। ইয়াৰ ৰাজকীয় ৰূপ, অসাধাৰণ বাৰোক স্থাপত্য, সঙ্গীত আৰু নাট্যকলা জগৎ বিখ্যাত।

নামাকৰণ

জাৰ্মান নাম অষ্টেৰেইকৰ অৰ্থ পূবৰ সাম্ৰাজ্য।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

চৰক সংহিতাপৰ্যাবৃত্ত তালিকাগৌড়ীয় বৈষ্ণৱবাদবড়ো জনগোষ্ঠীলাচিত বৰফুকনবিহুগীতজালিয়ানৱালাবাগৰ হত্যাকাণ্ডজয়মতী কুঁৱৰী (নাটক)লুকা-ভাকুবৰষুণগুড ফ্ৰাইডেপৰিয়ালনামেৰি ৰাষ্ট্ৰীয় উদ্যানপশ্চিম বঙ্গদীৰ্ঘেশ্বৰী দেৱালয়অসমত দেখা চৰাইবোৰআমবিজ্ঞানপদ (ব্যাকৰণ)অসমৰ জাতীয় গীততথ্যসাঁচিপাতঅস্বাভাৱিক মনোবিজ্ঞানচুতীয়া জনগোষ্ঠীনামচিংভাৰতৰ প্ৰধানমন্ত্ৰীঅৰুণোদয় আঁচনিঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫জৈন ধৰ্মমনসাআইনামপ্ৰাকৃতিক সম্পদডিমাছা জনগোষ্ঠীঅ'ৰা (অপেশ্বৰী)পাঁচালীবিয়া নামজ্ঞানপীঠ বঁটাপাঠ পৰিকল্পনাপ্ৰথম বিশ্বযুদ্ধগোৱালপাৰীয়া উপভাষাভালুকপুংলোকচিকিৎসামহেন্দ্ৰ সিং ধোনিঅসমৰ বাঁহ-বেতৰ শিল্পবংগ বিভাজন (১৯০৫)সংস্কৃত ভাষাউপেন্দ্ৰনাথ ব্ৰহ্মমুহাম্মাদনাৰীবাদঅসমীয়া কবিতাভাৰতৰ শাস্ত্ৰীয় নৃত্যফুলভৰবেগগৰু বিহুমনোবিজ্ঞানমুদ্ৰাস্ফীতিতামজাৰাপৰিৱেশ বিজ্ঞানভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাবৰপেটা (লোকসভা সমষ্টি)হেটুলুকাভবেন্দ্ৰ নাথ শইকীয়ামিডিয়াৱিকিউদাৰনৈতিকতাবাদআন্তৰ্জাতিক নাৰী দিৱসঅসমীয়া অভিনেতা অভিনেত্ৰীসকলৰ তালিকাৰাজ্যসভাস্বাধীনতা দিৱস (ভাৰত)গৰীয়সীতোলনি বিয়াভাৰতীয় ৰিজাৰ্ভ বেংকমঘাই ওজা🡆 More