মকৰা

মকৰা (ইংৰাজী: Spider) হৈছে অষ্ট পদ যুক্ত এক প্ৰকাৰৰ সন্ধিপদী প্ৰাণী। ইহতৰ কিছুমান প্ৰজাতি অতি বিষাক্ত। ইহঁত arachnidaৰ অতি বৃহৎ বৰ্গ আৰু জীৱৰ অন্য সকলো বৰ্গৰ প্ৰজাতিৰ বিচিত্ৰতাৰ ভিতৰত ইহঁতৰ স্থান সপ্তম। এণ্টাৰ্কটিকাক বাদদি পৃথিৱীৰ সকলো মহাদেশতে মকৰা পোৱা যায়, আৰু কিছু বায়বীয় আৰু সাগৰীয় উপনিৱেশক বাদদি প্ৰায় সকলো বাসস্থানতে উপলব্ধ। বিজ্ঞানীসকলে ২০০৮ চনত, মকৰাৰ প্ৰায় ৪৩,৬৭৮ টা প্ৰজাতি, আৰু ১০৯ টা পৰিয়াল চিনাক্ত কৰিছে।

মকৰা
জীৱাশ্ম কাল: Pennsylvanian - Holocene,
৩১৯–০ নিযুত বছৰ
প্ৰিকে
কেম
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
মকৰা
বিভিন্ন মকৰাৰ ছবি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Arthropoda
শ্ৰেণী: Arachnida
বৰ্গ: Araneae
Clerck, 1757
উপবৰ্গ

Mesothelae
Mygalomorphae
Araneomorphae

Diversity
১০৯ টা পৰিয়াল, ৪০,০০০তকৈ অধিক প্ৰজাতি
মকৰা
Baby spiders

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাএণ্টাৰ্কটিকাসন্ধিপদী প্ৰাণী

🔥 Trending searches on Wiki অসমীয়া:

সৰু-পকমৌটাই সংস্কৃতিৰ ৰূপৰেখাহেমচন্দ্ৰ গোস্বামীমদন কামদেৱ দেৱালয়পৰ্যাবৃত্ত তালিকাপদ্মনাথ গোহাঞি বৰুৱাউদাৰনৈতিকতাবাদকছাৰী ৰাজ্যবাৰেচহৰীয়া ভাওনা মহোৎসৱঅতুল চন্দ্ৰ হাজৰিকাঅসমৰ পৰম্পৰাগত সাজ- পাৰৰাভা ভাষাভূপেন হাজৰিকাকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানশ্ৰী শ্ৰী আঠখেলীয়া নামঘৰকামৰূপ জিলামনোবিজ্ঞানকাৰেঙৰ লিগিৰীঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহফুটবলবেটুপাতভ্ৰাম্যমাণ থিয়েটাৰহিন্দুত্বৰামায়ণহীৰেন ভট্টাচাৰ্যঅসীমত যাৰ হেৰাল সীমাহেমেন্দ্ৰ প্ৰসাদ বৰুৱাখোলফাকুৱাঅসমৰ সমস্যালক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানপাঠ্যক্ৰমতথ্য জনাৰ অধিকাৰ আইন, ২০০৫পুৰন্দৰ সিংহইছলামবহুভাষাবাদধেমাজি জিলাকৃষ্ণপৰ্যটনঅসমীয়া খাদ্যাভ্যাসসন্ধিমুদ্ৰাআৱাহন (আলোচনী)মাধৱদেৱহিন্দু ধৰ্মফাকে জনগোষ্ঠীপৰিৱেশ তন্ত্ৰনামঘোষাভাৰতীয় দৰ্শনউপন্যাসৰাজ্যসভায়েছে দৰজে ঠংচিভাৰত ৰত্নসেউজ গৃহ প্ৰভাৱসত্ৰবুঢ়ী আইৰ সাধুকাতি বিহুঅসমৰ জাতীয় গীতঅনিৰুদ্ধদেৱবাল্য বিবাহপ্ৰেমচন্দনদীশকুন্তলামামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰংঘৰআলোচনীদীৰ্ঘেশ্বৰী দেৱালয়তগৰলাচিত বৰফুকনকম্পিউটাৰমাছইণ্টাৰনেটপিঠাবৰাক উপত্যকাসমাজ🡆 More