নিউম'নিয়া

নিউম'নিয়া (ইংৰাজী: Pneumonia) হৈছে একপ্ৰকাৰৰ অস্বাস্থ্যকৰ শাৰীৰিক অৱস্থা। প্ৰাথমিকভাৱে হাঁওফাঁওৰ আনুবীক্ষণিক বায়ুকোষবোৰৰ ক্ষতিসাধনৰ ফলত নিউম'নিয়া হয়। ভাইৰাছ বা বেক্টেৰিয়া আৰু অন্য কিছুমান বীজাণুৰ সংক্ৰমণ, কিছুমান দৰৱ, আৰু অন্য কিছুমান ৰোগৰ ফলত উদ্ভৱহোৱা পৰিস্থিতিৰ বাবে নিউম'নিয়া দেখা দিয়ে। নিউম'নিয়াৰ সাধাৰণ লক্ষণবোৰ হৈছে, কাহ, বুকু বিষ, জ্বৰ আৰু শ্বাস-প্ৰশ্বাসৰ কঠিনতা। ৰঞ্জন ৰশ্মি আৰু খেকাৰ পৰীক্ষাৰ দ্বাৰা ৰোগ নিৰ্ণয় কৰা হয়। কিছুমান নিউম'নিয়াৰ বাবে প্ৰতিষেধক ছিটাও উপলব্ধ। ৰোগৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসা পদ্ধতিও ভিন্ন হয়। বেক্টেৰিয়াজনিত নিউম'নিয়াৰ বাবে বেক্টেৰিয়া প্ৰতিৰোধী ঔষধ ব্যৱহাৰ কৰা হয়। সমগ্ৰ বিশ্বত প্ৰতি বছৰে প্ৰায় ৪৫০ নিযুত লোক (জনসংখ্যাৰ ৭%) নিউম'নিয়াত আক্ৰান্ত হয় আৰু প্ৰায় ৪ নিযুত লোকৰ মৃত্যু হয়।

নিউম'নিয়া
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল
A black and white X-ray picture showing a triangular white area on the left side. A circle highlights the area.
এখন বুকুৰ এক্স-ৰেত নিউম'নিয়াৰ লক্ষণ দেখা গৈছে
আই.চি.ডি.-10 J12, J13, J14, J15, J16, J17, J18, P23
আই.চি.ডি.-9 480-486, 770.0
ডিজিজেছ ডে'টাবে'ছ 10166
মেডলাইন প্লাছ 000145
ইমেডিচিন topic list
MeSH D011014

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

বৰ্গীকৰণ
বাহ্যিক সমল

Tags:

ইংৰাজী ভাষাঔষধবেক্টেৰিয়াভাইৰাছহাঁওফাঁওৰঞ্জন ৰশ্মি

🔥 Trending searches on Wiki অসমীয়া:

কৰতল কমল কমল দল নয়নকাৰেংঘৰইজৰাইলঅসমৰ ৱেবছাইটসমূহৰ তালিকাইয়াত এখন অৰণ্য আছিলভাৰতকাতি বিহুছক্ৰেটিছপুৰাণঅসমৰ ৰাজ্যিক প্ৰতীকসমূহবাগ্‌ধ্বনিপদাৰ্থ বিজ্ঞানআন্তৰ্জাতিক মাতৃভাষা দিৱসডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰহাড়গিলাপথেৰ পাঁচালীঅসমৰ তামোল-পাণ সংস্কৃতিঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাওৰাং ৰাষ্ট্ৰীয় উদ্যানঅসমীয়া কবিতাভাৰতৰ উপৰাষ্ট্ৰপতিভঠেলিগৰু বিহুপ্ৰাঞ্জল শইকীয়াহেপাটাইটিছ বিদীপলিনা ডেকাপৰিসংখ্যাঢোলবিৰিকনকলতা বৰুৱাবঙালী ভাষাভাওনাবুঢ়ী আইৰ সাধুনাঙলএচিদ বৰষুণশিক্ষা মনোবিজ্ঞানদেওহাঁহবেণুধৰ শৰ্মাবাঁহদৌল গোবিন্দ মন্দিৰমিচিং ভাষাপৰিয়ালবিষুৱ ৰেখাঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাতবলামানচিত্ৰশালস্তম্ভ ৰাজবংশকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানমল্লিকা ফুলসৌৰ শক্তিহয়গ্ৰীৱ মাধৱ মন্দিৰযাদৱ পায়েংবেটুপাতনেপালী জনগোষ্ঠীপঞ্চায়তী ৰাজউদসাত বিহুসৰ্পগন্ধা২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনচৰ্যাপদপাৰিজাত হৰণ নাটতেজমানুহবিল্বেশ্বৰ দেৱালয়ফুলগুৰি ধেৱামুঠিখাৰুভূগোলকাছহোমেন বৰগোহাঞিদানৱ ৰাজবংশৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান, অসমপৰিমেয় সংখ্যাগুগলঘৰজৈৱ বৈচিত্ৰ্যগজেন্দ্ৰ মোক্ষঋকবেদআহোম জনগোষ্ঠী🡆 More