তিল

তিল (pron.: /ˈsɛsəmiː/; বৈজ্ঞানিক নাম Sesamum indicum) এবিধ Sesamum গোত্ৰৰ ফুলৰ গছ। ইয়াৰ ওচৰ সম্বন্ধীয় উদ্ভিদ আফ্ৰিকাত যথেষ্ট পোৱা যায়। ভাৰততো ইয়াৰ কিছু জাতিত দেখা যায়। খোৱা বীজ হিচাপে ব্যৱহাৰ হোৱা তিল বিষুৱ অঞ্চলত যথেষ্ট পৰিমাণে খেতি হয়। সাধাৰণেত ইয়াৰ ফুল ৰং হালধীয়া হয় যদিও কিছু কিছু জাতৰ নীলা অথবা বেঙুনীয়াও দেখা যায়।

তিল
Sesame
তিল
তিল
Sesame plants
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Lamiales
পৰিয়াল: Pedaliaceae
গণ: Sesamum
প্ৰজাতি: S. indicum
বৈজ্ঞানিক নাম
Sesamum indicum
L.

ইয়াৰ গছৰ উচ্চতা ৫০ ছে.মি. ৰ পৰা ১০০ ছে.মি.ৰ ভিতৰত হয়। পাত বিলাক গছডালৰ পৰস্পৰৰ বিপৰীত দিশত থাকে আৰু প্ৰায় ৪ ৰ পৰা ১৪ ছে.মি. দীঘল হয়। গছ জোপা গুৰি অংশই প্ৰায় ৫ ছে.মি. অঞ্চল অধিকাৰ কিৰ থাকে। ওপৰ দিশত ই ক্ৰমান্বেয় পাতল হৈ গৈ থাকে আৰু ফুল ফুলা অঞ্চলটো প্ৰায় ১ ছে.মি. বহল হয়ৈগ। ফুলবোৰ বগাৰ পৰা বেঙুনীয়া বৰণৰ হয়। ই টিলিঙা আকাৰৰ, প্ৰায় ৩ ৰ পৰা ৫ ছে.মি. দীঘল আৰু মুখত চাৰিটা ধেনুভিৰীয়া অংশ থাকে।


তথ্য সংগ্ৰহ

  • Bedigian, Dorothea (2010). Sesame: The Genus Sesamum. প্ৰকাশক St. Louis: Missouri Botanical Garden. ISBN 978-0-8493-3538-9. 

বাহ্যিক সংযোগ

Tags:

en:Help:IPA for Englishভাৰতৱিকিপিডিয়া:IPA for English

🔥 Trending searches on Wiki অসমীয়া:

ৰোমাণ্টিক কবিতাআমেৰিকা যুক্তৰাষ্ট্ৰবুৰঞ্জীশিৱ পুৰাণউমাচল শিলালিপিজ্বৰঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকালোকসভাৰ অধ্যক্ষভটিমাভাৰতৰ নিৰ্বাচন আয়োগকমলাকান্ত ভট্টাচাৰ্য্যচন্দ্ৰযান-৩অসমীয়া পুৰণি সাহিত্যজেং বিহুএ পি জে আব্দুল কালামধানমৃত্যুঞ্জয়অসমত দেখা পোৱা মাছৰ তালিকাচলচ্চিত্ৰছি জিনপিংভাৰতীয় শিল্পকলাশোণিত কুঁৱৰীডি এন এঅসমত দেখা চৰাইবোৰইজৰাইলতলাতল ঘৰসাপডেণ্ড্ৰ'বিয়ামঅসমীয়া জাতিপাঠ পৰিকল্পনামায়া সীতাভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাপোহৰঅসম বিধানসভাঅসমীয়া ভাষামহাকাব্যলুৰিন জ্যোতি গগৈআঙুলি সঞ্চালনঅভিধানকলিতা জনগোষ্ঠীমানস ৰাষ্ট্ৰীয় উদ্যানবিত্তীয় ব্যৱস্থাগাঁও পঞ্চায়তহনুমান জয়ন্তীঅসমীয়া ভাষা আন্দোলনগুৱাহাটীফুটবলঅসমৰ পৰম্পৰাগত সাজ-পাৰঅনুৰাধা শৰ্মা পূজাৰীঊৰুমৈথুননগাঁওশ্ৰী শ্ৰী বটদ্ৰৱা থানঅসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীইয়াত এখন অৰণ্য আছিলকমলাবাৰী সত্ৰঅসমৰ পৰম্পৰাগত খেল-ধেমালিমিজানুৰ ৰহমান আজহাৰীভেঁকুৰকামৰূপ জিলাহিউৱেন-চাংএশিঙীয়া গঁড়স্বদেশী আন্দোলনদৌল গোবিন্দ মন্দিৰমহাদেশকৌটিল্যৰ অৰ্থশাস্ত্ৰগুৱাহাটী তেল শোধনাগাৰভাৰতৰ উচ্চতম ন্যায়ালয়ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যপানীকামাখ্যা মন্দিৰঅসমীয়া ভাষাৰ শব্দসম্ভাৰবৃত্তদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাফলৰ তালিকাপ্লাষ্টিক🡆 More