ঘোঁৰা

ঘোঁৰা (ইংৰাজী: Horse; Equus ferus caballus) হৈছে এক প্ৰকাৰৰ তৃণভোজী প্ৰাণী। প্ৰায় ৪৫ৰ পৰা ৫৫ নিযুত বছৰ আগতেই ঘোঁৰাৰ বিৱৰ্তন আজিৰ ৰূপ পাইছে বুলি বিজ্ঞানীসকলে কয়। প্ৰায় ৪০০০ খ্ৰীষ্ট পূৰ্ৱতেই মানুহে ঘোঁৰাক পোহনীয়া কৰিছিল। উপ-প্ৰজাতি caballusৰ অন্তৰগত সদস্যবোৰ পোহনীয়া, যদিও কিছুমান পোহনীয়া ঘোঁৰা অৰণ্যত feral horse হিচাপে বাস কৰে। এই ঘোঁৰাবোৰ প্ৰকৃততে বন্য ঘোঁৰা নহয়, কিয়নো বন্য ঘোঁৰাক কেতিয়াও পোহনীয়া কৰিব নোৱাৰি। বৰ্তমানে জীৱিত একমাত্ৰ বন্য ঘোঁৰাৰ উপ-প্ৰজাতিটো হৈছে, বিপন্ন Przewalski's horse।

পোহনীয়া ঘোঁৰা
দুটা পোহনীয়া ঘোঁৰা
সংৰক্ষণ স্থিতি
পোহনীয়া
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Perissodactyla
পৰিয়াল: Equidae
গণ: Equus
প্ৰজাতি: E. ferus
উপপ্ৰজাতি: E. f. caballus
ত্ৰিপদ নাম
Equus ferus caballus
Linnaeus, 1758
সমাৰ্থক

at least 48 published

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাবিপন্ন প্ৰজাতিস্তন্যপায়ী প্ৰাণী

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতৰ স্বাধীনতা আন্দোলনভাৰতীয় সাহিত্যচুটিগল্পচ্যু-কা-ফাডিব্ৰুগড় (বিধানসভা সমষ্টি)ইণ্টাৰনেটএৰিষ্ট'টলআন্তৰ্জাতিক শ্ৰমিক দিৱসজেং বিহুতেজীমলাচিপাহী বিদ্ৰোহ ১৮৫৭যোগাসনদেউৰী জনগোষ্ঠীগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাঅসমৰ পৰম্পৰাগত সাজ- পাৰমিঠু বৰুৱাঊৰুমৈথুনসম্ৰাট অশোকভাৰতৰ ৰাষ্ট্ৰপতিবিনন্দ চন্দ্ৰ বৰুৱাএইচ টি এম এলকৃষ্ণউত্তৰ-পূব ভাৰতঅসমৰ শাক-পাচলিৰ তালিকাবাঁহীজৈন ধৰ্মঅসমৰ জাতীয় গীতসাত বিহুশৰ্কৰাহিন্দু পদ্ধতিত সময়ৰ এককৱিকিসাঁথৰমাৰ্চচ'মাংকানজুৰি দত্তহৰিদেৱনেপোলিয়ন বোনাপাৰ্টমই আৰু নেফাবন্দে মাতৰম্‌পূৰ্ণ স্বৰাজযোগাত্মক বিপৰীত সংখ্যাডি এন এবসন্ত ঋতুযতীন্দ্ৰ নাথ দুৱৰাৰুক্মিণী হৰণ নাটপানীপ্ৰেমচন্দশিখ ধৰ্মনাটকআজান পীৰকাঠৰ জোখ মাপপ্ৰথম বিশ্বযুদ্ধপিঠাতক্ষশীলাব্ৰহ্মপুত্ৰ উপত্যকাবিবাহঅৰ্থনীতিসাহিত্য অকাডেমি বঁটাবহল ব্যাকৰণমাৰ্কাছ ৰাছফৰ্ডলোকচিকিৎসাঅসম চাহদ্বি জাতি তত্ত্বযোগ দৰ্শনপৰ্যাবৃত্ত তালিকাএছিয়াৰমন্যাসবাদহুঁচৰিসাম্যবাদকামৰূপ জিলাঅগ্নিগড়চৰিত পুথি🡆 More