কুকুৰা

কুকুৰা (ইংৰাজী: Chicken) এক প্ৰকাৰৰ পোহনীয়া চৰাই, বনকুকুৰাৰ এক উপ-প্ৰজাতি। এবিধ সাধাৰণ আৰু বিশ্বব্যাপি পোহনীয়া প্ৰাণী হিচাপে ২০০৩ চনত কুকুৰাৰ জনসংখ্যা আছিল প্ৰায় ২৪০ কোটি, পৃথিৱীৰ অন্য যিকোনো প্ৰজাতিৰ চৰাইতকৈ কুকুৰাৰ সংখ্যা সৰ্বাধিক। মানুহে খাদ্য হিচাপে কুকুৰাৰ মাংস আৰু কণী দুয়োটাই ভক্ষণ কৰে।

কুকুৰা
কুকুৰা
এটা ডাকুৱা (বাওঁফালে) আৰু এজনী মাইকী কুকুৰা (সোঁফালে)
সংৰক্ষণ স্থিতি
পোহনীয়া
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Galliformes
পৰিয়াল: Phasianidae
উপপৰিয়াল: Phasianinae
গণ: Gallus
প্ৰজাতি: G. gallus
উপপ্ৰজাতি: G. g. domesticus
ত্ৰিপদ নাম
Gallus gallus domesticus
(লিনিয়াছ, ১৭৫৮)

এডাল পত্নতাত্বিক হাড়ৰ পৰা অনুমান কৰা হয় যে, খ্ৰীষ্টপূৰ্ব প্ৰায় ৮,০০০ বছৰ আগতে চীন দেশত প্ৰথম কুকুৰা পালন কৰা হৈছিল। পৰৱৰ্তী সময়ৰ জিনীয় অধ্যয়নত দক্ষিণ-পূব, পূব, আৰু দক্ষিণ এছিয়াতো বহু সমল উদ্ধাৰ হৈছিল, কিন্তু আমেৰিকা, ইউৰোপ, মধ্যপ্ৰাচ্য আৰু আফ্ৰিকাৰ পূৰ্ৱজবোৰ ভাৰতীয় উপমহাদেশীয় উদ্ভৱ আছিল। খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাত পোহনীয়া কুকুৰা ভাৰতৰ পৰা পশ্চিম ক্ষুদ্ৰ এছিয়াৰ লাইডিয়া আৰু গ্ৰীচলৈ আমদানী কৰা হৈছিল। খ্ৰীষ্টপূৰ্ব পঞ্চদশ শতিকাৰ মধ্যভাগৰ পৰা কুকুৰা, "প্ৰতিদিনে জন্ম দিয়া চৰাই" (ইংৰাজী: bird that gives birth every day) হিচাপে ইজিপ্তত জনাজাত হৈছিল।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাঘৰুৱাকৰণবনকুকুৰা

🔥 Trending searches on Wiki অসমীয়া:

আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰজৱাহৰলাল নেহৰুতগৰকাৰেংঘৰৰমন্যাসবাদবড়ো জনগোষ্ঠীআকবৰউইলিয়াম শ্বেইকছপীয়েৰসাঁথৰআহোম জনগোষ্ঠীবিপৰীতাৰ্থক শব্দসাম্যবাদএচিদ বৰষুণঅসম আৰক্ষীভূপেন হাজৰিকাআঙুলি সঞ্চালনবৰদৈচিলাইন্দিৰা গান্ধীনাগৰিকত্বওৰাং ৰাষ্ট্ৰীয় উদ্যানখেৰাইলোআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডমানৱ শৰীৰএকচেটীয়া বজাৰঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাআহোম-মোগলৰ সংঘৰ্ষশামুকশদিয়াভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহবেক্টেৰিয়াকামৰূপ ৰাজ্যমৌৰ্য সাম্ৰাজ্যশৰৎচন্দ্ৰ চট্টোপাধ্যায়প্লেটোসাঁচিপাতআউনীআটী সত্ৰচন্দ্ৰযান-৩ভট্টদেৱবৰষুণঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিমহেঞ্জোদাৰোৰাজহুৱা ক্ষেত্ৰকলগাৰো জনগোষ্ঠীহিন্দী ভাষাঅসমৰ পৰম্পৰাগত সাজ- পাৰকমলাকান্ত ভট্টাচাৰ্য্যদশাৱতাৰপাচন তন্ত্ৰবামুণী পাহাৰমুদ্ৰাস্ফীতিশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাফাকুৱাজ্যোতি সংগীতশিশুআলি আঃয়ে লৃগাংকলাখাৰসংস্কৃত ভাষাযোৰহাট (লোকসভা সমষ্টি)হেমচন্দ্ৰ বৰুৱাআহোম ৰাজ্যজৈৱিক কৃষিভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যভাস্কৰাব্দজ্ঞানপীঠ বঁটাকানাই বৰশী বোৱা শিলালিপিআত্মসহায়ক গোটভাৰতৰ প্ৰধানমন্ত্ৰীজুৰী বৰা বৰগোহাঞিদুৰ্গা পূজাঅসম আন্দোলনঅসমীয়া খবৰকালিদাসপ্লাষ্টিক🡆 More