তাৰকামণ্ডলী কালপুৰুষ

কালপুৰুষ বা অৰিয়ন (ইংৰাজী: Orion) হৈছে মহাকাশীয় বিষুৱৰেখাত অৱস্থিত আৰু সমগ্ৰ বিশ্বতে দৃশ্যমান এক নক্ষত্ৰপুঞ্জ বা তাৰকামণ্ডলী। ই নিশাৰ আকাশৰ আটাইতকৈ সুস্পষ্ট আৰু চিনাক্ত কৰিব পৰা তাৰকামণ্ডলীসমূহৰ অন্যতম। ইয়াক গ্ৰীক কিংবদন্তিৰ চিকাৰী অৰিয়নৰ নামেৰে নামকৰণ কৰা হৈছে। ইয়াৰ উজ্জ্বলতম তাৰকাসমূহ হৈছে নীলা-বগা ৰিগেল (বিটা অৰিয়নিছ) আৰু ৰঙা বেটেলজিউজ (আলফা অৰিয়নিছ)।

কালপুৰুষ
Orion
তাৰকামণ্ডলী
চমু নাম Ori
উচ্চাৰণ /ɒˈr.ən/
প্ৰতীকী অৰিয়ন, চিকাৰী
বিষুৱাংশ 5
বিষুৱলম্ব +৫
কোৱাড্ৰেণ্ট NQ1
বিস্তৃতি ৫৯৪ বৰ্গ ডি. (২৬তম)
মুখ্য তাৰকাসমূহ
বেয়াৰ/ফ্লেছমিড নামকৰণ
তাৰকা
৮১
গ্ৰহযুক্ত তাৰকা ১০
৩.০০ম'ল-তকৈ উজ্বল তাৰকা
১০.০০ পাৰছেক পৰিসৰৰ তাৰকা
(৩২.৬২ আলোকবৰ্ষ)
উজ্বলতম তাৰকা ৰিগেল (β Ori) (০.১২)
গ্ৰহাণুপুঞ্জ
উল্কাবৃষ্টি অৰিয়নিডছ
চ্চি অৰিয়নিডছ
সীমামূৰীয়া
তাৰকামণ্ডলী
মিথুন
বৃষ
স্ৰোতস্বিনী
শশক
মন'চেৰছ
+৮৫° আৰু −৭৫°. অক্ষৰ ভিতৰত দৃশ্যমান
২১:০০ ঘণ্টাত সৰ্বোত্তমভাৱে দেখা পোৱা মাহ: জানুৱাৰী

ইতিহাস

তাৰকামণ্ডলী কালপুৰুষ 
কালপুৰুষ তাৰকামণ্ডল

কালপুৰুষ তাৰকামণ্ডলীৰ সৈতে সম্পৰ্কিত আটাইতকৈ প্ৰাচীন চিত্ৰণ বা কাৰুকাৰ্য হৈছে ১৯৭৯ চনত পশ্চিম জাৰ্মানীৰ আচ উপত্যকাৰ এটা গুহাত পোৱা এক প্ৰাগৈতিহাসিক (অৰিগ্নাচিয়ান) বিশাল হাতীদাঁতৰ সমল। প্ৰত্নতাত্ত্বিকসকলে অনুমান কৰিছে যে ই ৩২,০০০ ৰ পৰা ৩৮,০০০ বছৰ পুৰণি। কালপুৰুষৰ স্বকীয় আৰ্হি বিশ্বজুৰি বিভিন্ন সংস্কৃতিসমূহত স্বীকৃত, আৰু ইয়াৰ সৈতে বহুতো পৌৰাণিক কাহিনী জড়িত। আধুনিক যুগৰ পৃথিৱীত কালপুৰুষক এক প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়।

ঋকবেদত কালপুৰুষ তাৰকামণ্ডলীক মৃগ (হৰিণ) বুলি উল্লেখ কৰা হৈছে। কোৱা হয় যে সন্মুখৰ আৰু পিছফালৰ দুটাকৈ উজ্জ্বল তৰা হৈছে চিকাৰী কুকুৰ। মাজৰ তুলনামূলকভাৱে কম উজ্জ্বল তৰাটো হৈছে চিকাৰী। চাৰিওটা চিকাৰ কুকুৰৰ মাজত থকা তিনিটা সংৰেখিত উজ্জ্বল তৰা হৈছে হৰিণ (মৃগ) আৰু তিনিটা সৰু সংৰেখিত কিন্তু কম উজ্জ্বল তৰা হৈছে হৰিণৰ পোৱালি।

ভাৰতত নটৰাজক কালপুৰুষ নক্ষত্ৰমণ্ডলত দেখা যায়।

খ্ৰীষ্টপূৰ্ব একবিংশ শতিকাত ভাৰতৰ উদয়গিৰি আৰু খান্দাগিৰি গুহাত খোদিত জৈন চিহ্নৰ কালপুৰুষৰ সৈতে চকুতলগা সাদৃশ্য আছে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

নৱ-বৈষ্ণৱ ধৰ্মআবুল কালাম আজাদপৃথিৱীপৰিৱেশ তন্ত্ৰবুঢ়ী আইৰ সাধুজাপিভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাচৈয়দ আব্দুল মালিকপাঠ্যক্ৰমঅসমৰ ভূগোলঅসমৰ পুৰণি স্থাপত্যতৎসমকাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানহয়গ্ৰীৱ মাধৱ মন্দিৰবেদঅশোকৰ অনুশাসনচৰিত পুথিশকুন্তলাভাৰতীয় ৰেলজিকিৰভাষাবিজ্ঞানঅসম বিধানসভাতাজমহলকামৰূপী লিপিশ্ৰী শ্ৰী বটদ্ৰৱা থানবৃক্কটকা (বাদ্য)অসম চিকিৎসা মহাবিদ্যালয়ভৰবেগঢোলভাৰত ৰত্ননাগাৰা নামঅৰুণ শৰ্মাঁ (চন্দ্ৰবিন্দু)খোলৰাজিয়া চুলতানাকথা-ভাগৱতঅসমৰ কাঁহ শিল্পঅসমৰ নগৰ-মহানগৰসমূহৰ তালিকাপ্ৰাক-ইতিহাসফেইচবুকমুদ্ৰা বজাৰবৰদৈচিলাভাৰতৰ প্ৰধানমন্ত্ৰীপাৰ্ৱতি প্ৰসাদ বৰুৱাচুতীয়া ৰাজ্যকপৌ ফুলধ্বনিবিজ্ঞানঅসমীয়া প্ৰতিদিনঅসমীয়া উপন্যাসপৰিমেয় সংখ্যাআনন্দৰাম বৰুৱাপাইথাগোৰাছৰ উপপাদ্যযতি-চিনচ'জুনৰামায়ণব'হাগ বিহুদ্বিতীয় বিশ্বযুদ্ধসংস্কৃত ভাষাকামৰূপ জিলাশব্দ প্ৰদূষণঅমলেন্দু গুহভ্ৰাম্যমাণ থিয়েটাৰগগনাব্ৰিটিছ ৰাজগদ্যমানৱ উন্নয়ন সূচকভাৰতৰ ৰাষ্ট্ৰপতিবিৰিঞ্চি কুমাৰ বৰুৱাজোনাকী (আলোচনী)ড'পলাৰ প্ৰভাৱৰাম বিজয়পুৰাণকুলিলখিমী সবাহবাঁহী (আলোচনী)🡆 More