বৃহৎ প্ৰবাল প্ৰাচীৰ

বৃহৎ প্ৰবাল প্ৰাচীৰ (ইংৰাজী: Great Barrier Reef) হৈছে ২,৯০০ গাইগুটিয়া প্ৰবাল প্ৰাচীৰ আৰু ৯০০ দ্বীপেৰে গঠিত বিশ্বৰ সৰ্ববৃহৎ প্ৰবাল প্ৰাচীৰৰ শৃংখল। এই শৃংখলটোৰ কালি প্ৰায় ৩,৪৪,৪০০ বৰ্গ কি.মি.

(3.444×1011 বৰ্গ মিটাৰ)। এই সাগৰ অষ্ট্ৰেলিয়াৰ কুইনছলেণ্ডৰ প্ৰবাল সাগৰ (Coral Sea)-ত অৱস্থিত।

ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান
বৃহৎ প্ৰবাল প্ৰাচীৰ
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম
The Great Barrier Reef lies off the coast of Queensland
The Great Barrier Reef lies off the coast of Queensland
দেশ অষ্ট্ৰেলিয়া
ধৰণ প্ৰকৃতিক
মাপকাঠি vii, viii, ix, x
উদ্ধৃতি 154
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল এছিয়া-পেচিফিক
অভিলিখনৰ ইতিহাস
অভিলিখন ১৯৮১ (পঞ্চম অধিবেশন)

বৃহৎ প্ৰবাল প্ৰাচীৰ মহাকাশৰ পৰাও দেখা পোৱা যায়। জীৱৰ দ্বাৰা নিৰ্মিত ইয়েই বিশ্বৰ সৰ্ববৃহৎ আকাৰ। এই প্ৰবাল প্ৰাচীৰসমূহ লাখ লাখ প্ৰবাল পলিপ (coral polyps) নামৰ ক্ষুদ্ৰাকৃতিৰ জীৱই গঠন কৰিছে। এই প্ৰাচীৰসমূহ জৈববৈচিত্ৰ্যৰ দিশৰ পৰা অতি চহকী। ১৯৮১ চনত এই প্ৰাচীৰসমুহক ৱৰ্ল্ড হেৰিটেজ ছাইটৰ মৰ্য্যদা প্ৰদান কৰা হয়। বিশ্বৰ প্ৰাকৃতিক আশ্চৰ্য্যসমূহৰ ভিতৰত ইয়ো অন্যতম।

এই প্ৰবাল প্ৰাচীৰৰ এক বৃহৎ অংশ Great Barrier Reef Marine Park-ৰ অন্তৰ্ভুক্ত আৰু সংৰক্ষিত।

বৃহৎ প্ৰবাল প্ৰাচীৰসমুহে সন্মুখীন হোৱা ভাবুকি সমূহৰ ভিতৰত অত্যধিক মাছ ধৰা, পৰ্য্যটন, জলবায়ু পৰিবৰ্তন আদিয়ে প্ৰধান। ২০১২ চনত প্ৰকাশিত এক গৱেষণাৰ তথ্য অনুসৰি ১৯৮৫ চনৰ পৰা সেইসময়লৈ এই প্ৰাচীৰৰ কালি আধালৈ হ্ৰাস পাইছে।

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

বৃহৎ প্ৰবাল প্ৰাচীৰ  ৱিকিমিডিয়া কমন্সত Great Barrier Reef সম্পৰ্কীয় মিডিয়া ফাইল।

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

উদ্যোগসংযুক্ত মুক্তি বাহিনী, অসমদুষ্যন্ত২৩ এপ্ৰিলমালতীঘৰচিৰিকাভাৰতৰ ৰাষ্ট্ৰপতিনেপোলিয়ন বোনাপাৰ্টবৰাক নদীজুবিন গাৰ্গঅন্নপ্ৰাশননৱকান্ত বৰুৱামৌলিক সংখ্যাদুৰ্গা পূজাঅসমীয়া ভাষা উন্নতি সাধিনী সভাউইলিয়াম শ্বেইকছপীয়েৰভাৰতৰ উপৰাষ্ট্ৰপতিভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাকলিতা জনগোষ্ঠীউৎসৱগৱেষণাবাল্য বিবাহআনন্দৰাম বৰুৱাপাচনঅসমীয়া সাহিত্যইতিহাসভাৰতৰ জাতীয় পতাকাঅশোক স্তম্ভমোহনদাস কৰমচান্দ গান্ধীজীৱনৰ বাটতহেমচন্দ্ৰ গোস্বামীগোলকীকৰণকৃষ্ণচূড়াআয়ুৰ্বেদডাকৰ বচনভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাদোৰোণকাৰ্ল মাৰ্ক্সএশিঙীয়া গঁড়ছক্ৰেটিছঅশোক চক্ৰকাৰেংঘৰজ্যোতি সংগীতব্ৰাহ্মী লিপিইয়াত এখন অৰণ্য আছিলভগ্নাংশ (গণিত)অসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাআজান পীৰশৰাইঘাটৰ যুদ্ধভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকানেতাই ধুবুনী ঘাটচৰ্যাপদঅৰূপা পটংগীয়া কলিতাঅপৰিমেয় সংখ্যাজাপিমিচিং জনগোষ্ঠীৰ সাজপাৰইণ্টাৰনেটনৰকাসুৰভূমি প্ৰদূষণৰামমোহন ৰায়ভাৰতীয় ভাষাবাণীকান্ত ৰচনাৱলীদীপলিনা ডেকাদীৰ্ঘেশ্বৰী দেৱালয়বৰাক উপত্যকাকৃষ্ণকান্ত সন্দিকৈঅসমৰ পৰম্পৰাগত সাজ-পাৰঅসমৰ মাছ ধৰা সঁজুলিগোপাল কৃষ্ণ গোখলেকেশৱ মহন্তঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহকলিকতাপৰিমেয় সংখ্যামৰমৰ দেউতাডিব্ৰু-শদিয়া ৰেলৱে🡆 More