ছিউল: দক্ষিণ কোৰিয়াৰ ৰাজধানী

ছিউল (ইংৰাজী: Seoul; কোৰিয়ান:서울; চৰকাৰী নাম: ছিউল বিশেষ নগৰ;) দক্ষিণ কোৰিয়াৰ ৰাজধানী তথা বৃহত্তম মহানগৰ। ইয়াৰ জনসংখ্যা প্ৰায় ২৫.৬ নিযুত। ৬,৭৮,১০২ গৰাকী আন্তঃৰাষ্ট্ৰীয় বাসীন্দাৰ সৈতে প্ৰায় অৰ্ধাংশতকৈও অধিক দক্ষিণ কোৰিয়ানৰ গৃহচহৰ।

ছিউল
서울시
—  বিশেষ নগৰ  —
ছিউল বিশেষ নগৰ
서울특별시
  transcription(s)
 • হাংগুল 서울
 • হানজা 서울
 • Revised Romanization ছিউল টেউকবায়েঅ'লছি
 • মেককিউন–ৰেইছাউৱেৰ ছ'ৱেল ট'কপায়'লছি
ছিউল: নাম, ভূগোল, প্ৰশাসনিক জিলাসমূহ
পতাকা
ছিউল: নাম, ভূগোল, প্ৰশাসনিক জিলাসমূহ
মোহৰ
ছিউল: নাম, ভূগোল, প্ৰশাসনিক জিলাসমূহ
Coat of arms
ছিউল: নাম, ভূগোল, প্ৰশাসনিক জিলাসমূহ
ছিউলক প্ৰকাশিত কৰি দক্ষিণ কোৰিয়াৰ মানচিত্ৰ
ছিউলক প্ৰকাশিত কৰি দক্ষিণ কোৰিয়াৰ মানচিত্ৰ
ভৌগোলিক স্থানাংক: 37°34′N 126°58′E / 37.567°N 126.967°E / 37.567; 126.967 126°58′E / 37.567°N 126.967°E / 37.567; 126.967
ৰাষ্ট্ৰ ছিউল: নাম, ভূগোল, প্ৰশাসনিক জিলাসমূহ দক্ষিণ কোৰিয়া
অঞ্চল ছিউল ৰাষ্ট্ৰীয় ৰাজধানী এলেকা
জিলাসমূহ
২৫
  • Dobong District
  • Dongdaemun District
  • Dongjak District
  • Eunpyeong District
  • Gangbuk District
  • Gangdong District
  • Gangnam District
  • Gangseo District
  • Geumcheon District
  • Guro District
  • Gwanak District
  • Gwangjin District
  • Jongno District
  • Jung District
  • Jungnang District
  • Mapo District
  • Nowon District
  • Seocho District
  • Seodaemun District
  • Seongbuk District
  • Seongdong District
  • Songpa District
  • Yangcheon District
  • Yeongdeungpo District
  • য়ুনচাং জিলা
চৰকাৰ
 - প্ৰকাৰ ছিউল মহানগৰীয় প্ৰশাসন
মেয়ৰ–সংসদ
 - মেয়ৰ পাৰ্ক ৱ'ন-ছোন (সাঁচ:Polparty)
 - সংসদ ছিউল মহানগৰ সংসদ
 - ৰাষ্ট্ৰীয় প্ৰতিনিধি
 - নেচনেল এছেম্বলি
৪৮ / ৩০০
১৬.০% (মুঠ আসন)
৪৮ / ২৪৬
১৯.৫% (বিধানসভাৰ আসন)
তালিকা
মাটিকালি
 - বিশেষ নগৰ ৬০৫.২১ কি.মি. 
(২৩৩.৭ বৰ্গ মাইল)
উচ্চতা ৩৮ মিটাৰ (১২৪.৬৭ ফুট)
জনসংখ্যা (৩১ অক্টোবৰ, ২০১৪'"`UNIQ--ref-০০০০০০০০-QINU`"')
 - বিশেষ নগৰ ১,০১,১৭,৯০৯ জন
 - জনঘনত্ব ১৬,৭১৮ প্ৰতি বৰ্গ কি.মি. 
(৪৩,২৯৯.৫ প্ৰতি বৰ্গ মাইল)
 - মহানগৰ ২,৫৬,২০,০০০ জন
 - Demonym 서울 사람 (ছিউল ছাৰাম) 서울시민 (ছিউল-ছিমিন) ছিউলাইট জন
 - Dialect জে'অংগী জন
সময় অঞ্চল গ্ৰী. মা. স. +৯ (কোৰিয়ান সময়)
চৰাই কোৰিয়ান মেগপাই
ৰং ছিউল ৰঙা
ফুল ফ'ৰ্ষ্ঠিয়া
Font Seoul fonts (হান নদী আৰু নামছান)
মেছকট হায়েচি
ধ্যেয়বাণী “함께 만드는 서울, 함께 누리는 서울” (অৰ্থ "ছিউল আমি সমন্বয়ে গঠন কৰোঁ, ছিউল আমি সমন্বয়ে উপভোগ কৰোঁ")
গীত "서울의 빛" ("ছিউলৰ জ্যোতি")
বৃক্ষ জিংকৌ
GDP(মহানগৰ) ইউএছ$ ৮৪,৫৯০ কোটি
GDP per capita(মহানগৰ) ইউএছ$ ৩৪,৩৫৫
ৱেবছাইট seoul.go.kr

ছিউলত ১৯৮৬ এছিয়ান গেইম, গীষ্মকালীন অলিম্পিক ১৯৮৮, ফিফা বিশ্বকাপ ফুটবল ২০০২ আৰু জি-টুৱেণ্টি ছিউল ছামিট ২০১০ অনুষ্ঠিত কৰা হৈছিল।

নাম

অতীজত ছিউলৰ নাম আছিল ৱাইৰি-ছিয়ং (위례성), হানজু (한주), নামজেয়ং (남경), হানছেয়ং (한성), হানয়াং (한양), জেয়ংছেয়ং (경성) আদি। ইয়াৰ বৰ্তমান নামটো কোৰিয়ান ভাষাত "ৰাজধানী চহৰ" অৰ্থ প্ৰকাশ কৰা ছিউৰাবিয়ল (서라벌) শব্দৰ পৰা আহৰণ কৰা হৈছে, যি প্ৰকৃততে ছিলাৰ ৰাজধানী জেয়ংজুকহে বুজাইছিল। ছিউলৰ ইমান অধিক সংখ্যক নাম থকাৰ আঁৰত বহু কাৰণ আছে। হানছেয়ং (한성) শব্দই হান চাইনিজকো বুজায় বাবে হানজা '漢'ৰ দ্বাৰ্থতা দূৰ কৰিবলৈ, কোৰিয়াত জাপানীসকলৰ আধিপত্যৰ সময়ত হানছেয়ং নামটো সলাই "জেয়ংছেয়ং" (경성, বা কেইজ) কৰা হৈছিল। প্ৰকৃততে ছিউলৰ পুৰণি নাম আছিল হানছেয়ং (한성), ঠাৰ অৰ্থ হৈছে "ডাঙৰ" বা "বৃহৎ"।

অন্য যিকোনো কোৰিয়ান নামৰ দৰে, কোৰিয়াণ ভাষাত ব্যৱহাৰ হোৱা হানজা (চীনা আখৰ)ৰ সৈতে ছিউলৰ কোনো সম্পৰ্ক নাই। ২০০৫ চনৰ ১৮ জানুৱাৰীত, ছিউল চৰকাৰে ঐতিহাসিক হানছেয়ং নামটো চৰকাৰীভাৱে চীনা ভাষাৰ Shou'er (চীনা: {{{c}}})লৈ সলনি কৰে।

ভূগোল

ছিউল: নাম, ভূগোল, প্ৰশাসনিক জিলাসমূহ 
হান নদী

ছিউল দক্ষিণ কোৰিয়াৰ দক্ষিণপশ্চিমত আছে। ইয়াৰ মাটিকালি প্ৰায় ৬০৫.২৫ কিমি, প্ৰায় 15 km (9 মাইল) ব্যাসাৰ্ধত, হান নদীয়ে নগৰখনক উত্তৰ আৰু দক্ষিণ তীৰ হিচীপে দুভাগ কৰিছে। নদীখন অতীজৰে পৰা ব্যৱসায়ৰ প্ৰধান পথ ৰূপে ব্যৱহাৰ হৈ আহিছে।

জলবায়ু

ছিউল
জলবায়ু তালিকা (ব্যাখ্যা)
জাফেমামেজুনজুছেডি
 
 
২১
 
−৬
 
 
২৫
 
−৩
 
 
৪৭
 
১০
 
 
৬৫
 
১৮
 
 
১০৬
 
২৩
১৩
 
 
১৩৩
 
২৭
১৮
 
 
৩৯৫
 
২৯
২২
 
 
৩৬৪
 
৩০
২২
 
 
১৬৯
 
২৬
১৭
 
 
৫২
 
২০
১০
 
 
৫৩
 
১২
 
 
২২
 
−৩
গড় সৰ্বাধিক আৰু সৰ্বনিম্ন তাপমান °ছেলছিয়াছ
মিলিমিটাৰ হিচাপে মুঠ বৃষ্টিপাত

ছিউলৰ গ্ৰীষ্মকাল সাধাৰণতে গৰম আৰু আৰ্দতাযুক্ত, জুনৰ পৰা ছেপ্টেম্বৰলৈকে পূৱ এছীয় মৌচুমী বতৰ গেখা যায়। আগষ্ট, আটাইতকৈ গৰম মাহ, গড় তাপমান 22.4 ৰ পৰা 29.6 °C (72 to 85 °F)। শীতকালত অতি ঠাণ্ডা হয়, বৰফো পৰে, জানুৱাৰী মাহৰ গড় তাপমান হৈছে −5.9 ৰ পৰা 1.5 °C (21.4 to 34.7 °F) আৰু গীষ্মকালতকৈ বতৰ শুকান হয় লগতে বছৰি গড়ে প্ৰায় ২৮ দিন মান বৰফ পৰে। কেতিয়াবা তাপমান নাটকীয়ভাৱে সাঁচ:Convert/−1 °C (14 °F)লৈ নামি আহে, জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ মাজভাগত কেতিয়াবা সৰ্বনিম্ন তাপমান সাঁচ:Convert/−1 °C (5 °F) পৰ্যন্ত হোৱা দেখা যায়।


প্ৰশাসনিক জিলাসমূহ

ছিউল: নাম, ভূগোল, প্ৰশাসনিক জিলাসমূহ 
ছিউলৰ পুৰণা পতাকা (১৯৪৭–১৯৯৬)
ছিউল: নাম, ভূগোল, প্ৰশাসনিক জিলাসমূহ 
ছিউলৰ জিলাসমূহ

ধৰ্ম

ক্ৰীড়া

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা

ঘৰুৱা ক্ৰীড়া সংঘসমূহ

ফুটবল

Seoul's most popular football club is the FC Seoul. Recently, FC Seoul finished as a runner-up in 2013 AFC Champions League.

  • পুৰুষৰ ফুটবল
Tier League Club Home stadium Notes
শীৰ্য K League Classic FC Seoul Seoul World Cup Stadium (North Seoul)
২য় K League Challenge Seoul E-Land FC Seoul Olympic Stadium (South Seoul)
৪ৰ্থ K3 League Seoul United Madeul Stadium
Seoul FC Martyrs Gangbuk Public Stadium
Jungnang Chorus Mustang Jungnang Public Ground
  • মহিলাৰ ফুটবল
Tier League Club Home stadium Notes
শীৰ্ষ WK League Seoul WFC Hyochang Stadium, Seoul Olympic Auxiliary Stadium

বেছবল

Seoul has three professional baseball clubs under the KBO League: One of oldest clubs, Doosan Bears, LG Twins and Nexen Heroes.

বাস্কেতবল

  • Seoul SK Knights and Seoul Samsung Thunders.

ভলীবল

  • Seoul Woori Card Hansae and GS Caltex Seoul KIXX

হেণ্ডবল

  • Doosan Handball Club, SK Sugar Gliders and Seoul city

শিক্ষা

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

চৰকাৰী ৱেবছাইট

ছিউল: নাম, ভূগোল, প্ৰশাসনিক জিলাসমূহ  ছিউল ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা

পৰ্যটন

মানচিত্ৰ

চিত্ৰসমূহ

Tags:

ছিউল নামছিউল ভূগোলছিউল প্ৰশাসনিক জিলাসমূহছিউল ধৰ্মছিউল ক্ৰীড়াছিউল শিক্ষাছিউল তথ্য সংগ্ৰহছিউল বাহ্যিক সংযোগছিউলইংৰাজী ভাষাদক্ষিণ কোৰিয়া

🔥 Trending searches on Wiki অসমীয়া:

ৰামমহাভাৰতগৰুছক্ৰেটিছদক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থাপাইথেগাৰাছবৰহমথুৰিবিত্তীয় ব্যৱস্থাঅনুৰাধা শৰ্মা পূজাৰীএডাম স্মিথ২৩ এপ্ৰিলহয়গ্ৰীৱ মাধৱ মন্দিৰকৃষিসংস্কৃতিএকচেটীয়া বজাৰঅসমৰ ৰাজ্যপালসকলৰ তালিকাআত্মামহেন্দ্ৰ বৰাগান্ধীবাদএডল্ফ হিটলাৰনিৰ্ম্মল ভকতঅসমীয়া খাদ্যাভ্যাসজিকিৰঅপাৰেটিং চিষ্টেমসমাজতত্ত্বগীতি-ৰামায়ণযাদৱ পায়েংকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাবুধ গ্ৰহউইলিয়াম শ্বেইকছপীয়েৰমুদ্ৰামাৰ্চসালোক সংশ্লেষণম’বাইল ফোনপাটকাইৰ ইপাৰে মোৰ দেশআৰ্যভট্ট২৭ এপ্ৰিলআৱাহন (আলোচনী)গোৱালপাৰীয়া উপভাষামাটিলক্ষ্মীধৰ শৰ্মাবহুভাষাবাদকুমাৰ ভাস্কৰ বৰ্মাকৰ্কট ক্ৰান্তিআলি আঃয়ে লৃগাংঅসমৰ চিত্ৰকলাৰ ইতিহাসদাণ্ডী যাত্ৰাসত্যজিৎ ৰায়বনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তননাট্য শাস্ত্ৰসাহিত্য অকাডেমি বঁটাভগদত্তঅসমৰ মুখা শিল্পফুৰালুং ধৰ্মপানীভাৰতভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাহেমচন্দ্ৰ গোস্বামীৰফিকুল হুছেইনহীৰেন গোহাঁইমৌখিক লোকসাহিত্যশৰৎচন্দ্ৰ চট্টোপাধ্যায়হীৰেন ভট্টাচাৰ্যচামগুৰি সত্ৰসংক্ৰমণঅসমৰ পৰম্পৰাগত খেল-ধেমালিতাল (বাদ্যযন্ত্ৰ)চৰিত পুথিআনন্দ চন্দ্ৰ আগৰৱালা🡆 More