ৱিকিপত্ৰিকা

এই আলোচনীৰ মূল উদ্দেশ্য হৈছে অসমীয়া ৱিকিপিডিয়াৰ প্ৰচাৰ আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা। এই পত্ৰিকাখন ফেচবুকৰ গোটত হোৱা আলোচনা অনুসৰি ৱিকিপিডিয়াৰ প্ৰচাৰৰ বাবে লোৱা পদক্ষেপসমূহৰ এটা। অসমীয়া ৱিকিপিডিয়াৰ এইখন মাহেকীয়া প্ৰতিবেদন হিচাপে চলাই নিবলৈ সক্ৰিয় ৱিকিপিডিয়ানসকলক বিনম্ৰ অনুৰোধ জনাইছোঁ। এই পৃষ্ঠাৰ উন্নতিৰ বাবে প্ৰয়োজনীয় দিহা পৰামৰ্শ আলোচনা পৃষ্ঠাত দিও আপুনি এই কাৰ্যত সহায় কৰিব পাৰে। এই পত্ৰিকাত সন্নিবিষ্ট বিষয়সমূহ হ’ব অসমীয়া ৱিকিপিডিয়াৰ বিগত মাহৰ ভাল কামসমূহ, সন্মিলন, কৰ্মশালা, যিকোনো মিডিয়াত প্ৰকাশিত অসমীয়া ৱিকিপিডিয়া সম্পৰ্কীয় প্ৰকাশিত বা-বাতৰি, সক্ৰিয় সদস্যসকলৰ তালিকা, উল্লেখযোগ্য বঁটা প্ৰাপ্ত সদস্যসকল, শেহতীয়াভাৱে লিখা একোটা ভাল প্ৰবন্ধ আদি। এই পৃষ্ঠাৰ পৰা পুনৰ বাৰ্ষিকভাৱে প্ৰকাশিত ৱিকিপত্ৰিকালৈ শ্ৰেষ্ঠতম সমলবোৰ বাচি উলিয়াই প্ৰকাশ কৰা হ'ব। ৱিকিপত্ৰিকাৰ শেহতীয়া কিছু শিতানৰ ভিতৰত আছে সদ্যপ্ৰয়াত ব্যক্তি, উল্লেখনীয় ৱিকিমিডিয়ান আৰু নিৰ্বাচিত উদ্ধৃতি।



ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
১৯ এপ্ৰিল ২০২৪, ১১:০৯ (ভা মা স)
এই মাহৰ সংখ্যা


ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক। ৱিকিপিডিয়াৰ লগত জড়িত হ'বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ'ল।

    প্ৰকাশিত ৱিকিপত্ৰিকাসমূহ




ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক


Tags:

ৱিকিপিডিয়া বাৰ্তা:ৱিকিপত্ৰিকা

🔥 Trending searches on Wiki অসমীয়া:

ইংলেণ্ডঅৰ্জুন ভঞ্জনতথ্য জনাৰ অধিকাৰ আইন, ২০০৫ভাৰত ত্যাগ আন্দোলনসাপঅণুবীক্ষণ যন্ত্ৰমামণি ৰয়ছম গোস্বামীৰ উপন্যাসনৱবিধা ভক্তিঅসমীয়া প্ৰতিদিনফলৰ তালিকাকলিমাভাস্কৰাব্দনলিনীবালা দেৱীউদ্ভিদমহেশ্বৰ নেওগঅৰুণোদইহেমকোষআল্লাহগোলকীয় উষ্ণতা বৃদ্ধিঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাগণতন্ত্ৰযোৰহাটসৌৰ শক্তিবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যনৱ-বৈষ্ণৱ ধৰ্মতলাতল ঘৰঅসমৰ ৰাজ্যিক প্ৰতীকসমূহচিলাৰায়অসমৰ বয়ন শিল্পঅসম লোকসেৱা আয়োগভাৰতৰ ৰাষ্ট্ৰপতিঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাবিহুৰ খাদ্যঅখণ্ড সংখ্যাস্বামী বিবেকানন্দনগাঁও (লোকসভা সমষ্টি)শীতল যুদ্ধমহাভাৰতমুখমৈথুনইজৰাইলগোলকীকৰণল'ৰাআলি আঃয়ে লৃগাংছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)ৰুক্মিণী হৰণ নাটজোনবিৰি (অলংকাৰ)মৃত্যুঞ্জয়ব্ৰহ্মপুত্ৰ উপত্যকাকণী যুঁজকছাৰী ৰাজ্যদৰং জিলাভাওনাঅসমীয়া লিপিৰ বুৰঞ্জীসৌৰভ কুমাৰ চলিহাআঙঠি পিন্ধোৱানতুন দিল্লীমোৱামৰীয়া বিদ্ৰোহশব্দৰাম মন্দিৰ, অযোধ্যাৰাজিয়া চুলতানাঅসমীয়া লোকসাহিত্যসমাজতত্ত্বয়গোৱালপাৰাকুটিল লিপিশালস্তম্ভ ৰাজবংশবিষুৱ ৰেখাকুশল কোঁৱৰহুঁচৰি🡆 More