প্ৰভু দেৱা: ভাৰতীয় অভিনেতা

প্ৰভু দেৱা (কন্নড়: ಪ್ರಭುದೇವ, তামিল: பிரபுதேவா, তেলেগু: ప్రభుదేవా; জন্ম: ৩ এপ্ৰিল ১৯৭৩) হৈছে তামিল, তেলুগু, বলিউড, মালায়ালাম আৰু কানাড়া চলচ্চিত্ৰ জগতৰ এজন প্ৰভাৱশালী কথাছবি পৰিচালক, নৃত্য ব্যৱস্থাপক আৰু অভিনেতা। তেওঁ প্ৰায় ২৫ বছৰ কাল কথাছবিৰ লগত জড়িত আৰু এই সময়ছোৱাত তেখেতে নৃত্যৰ বহু নতুন শৈলী উদ্ভাৱন কৰিছে। তেখেতে বৰ্তমানলৈকে শ্ৰেষ্ট কৰিঅ'গ্ৰাফৰ বাবে দুটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে; অনুৰাগীৰ মাজত তেওঁ 'ভাৰতীয় মাইকেল জেকচন' নামেৰে প্ৰসিদ্ধ। ১৯৯০ আৰু ২০০০ চনৰ প্ৰথম ভাগত তেখেতে বহুকেইখন ছবিত অভিনয়েৰে ছবি জগতত প্ৰৱেশ কৰিছিল, পিছত ২০০৫ চনত তেখেতে তেলুগু ছবি 'Nuvvostanante Nenoddantana' পৰিচালনা কৰে। তেতিয়াৰ পৰাই তেওঁ তেলুগু, হিন্দী, আৰু তামিল ছবি পৰিচালনা কৰিবলৈ ধৰে। 'শংকৰদাদা জিন্দাবাদ' (২০০৭), 'ৱানটেড' (২০০৯), 'ৰাউড়ি ৰাথোৰ' (২০১২) আৰু 'আৰ... ৰাজকুমাৰ' (২০১৩) আদি হৈছে তেখেতে পৰিচালনা কৰা কিছুমান জনপ্ৰিয় ছবি।

প্ৰভু দেৱা
প্ৰভু দেৱা: ভাৰতীয় অভিনেতা
জন্ম প্ৰভু দেৱা সুন্দৰম
৩ এপ্ৰিল, ১৯৭৩ (৫১ বছৰ)
মহীশূৰ, কৰ্ণাটক, ভাৰত
পেচা অভিনেতা, পৰিচালক, নৃত্য কৰিঅ'গ্ৰাফাৰ
সক্ৰিয় হৈ থকা সময় ১৯৮৮—বৰ্তমান
দাম্পত্যসঙ্গী ৰামলাঠ (১৯৯৫–২০১০)
আত্মীয়-স্বজন ৰাজু সুন্দৰম (ভাতৃ)
নগেন্দ্ৰ প্ৰসাদ (ভাতৃ)

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

অসম চাহবিপৰীতাৰ্থক শব্দনাৰী সবলীকৰণলোক-নৃত্যঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাকালিকা পুৰাণটাই সংস্কৃতিৰ ৰূপৰেখাঅম্বিকাগিৰি ৰায়চৌধুৰীৰাজিয়া চুলতানাপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰবৃক্ষনৱকান্ত বৰুৱামণিৰাম দেৱানৰাষ্ট্ৰসংঘ দিৱসকৰম পূজাবুলু ফিল্মগুৱাহাটী (লোকসভা সমষ্টি)পতঞ্জলিৰ যোগসূত্ৰমুগা (ৰেচম)স্বামী বিবেকানন্দইছলামব্ৰিটিছ ৰাজহিন্দু পদ্ধতিত সময়ৰ এককপ্ৰাকৃতিক দুৰ্যোগতিৱা জনগোষ্ঠীলাক-নিঅৰুণোদইআত্মসহায়ক গোটনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯অষ্ট্ৰেলিয়াবহুভাষাবাদৰামমোহন ৰায়তৰল পদাৰ্থ২৫ এপ্ৰিলসাধুকথাক্ৰিষ্টোফাৰ কলম্বাছবলবুৰঞ্জী সাহিত্যভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যভাৰতৰ নিৰ্বাচন আয়োগদৰং জিলাঅৰুণাচল প্ৰদেশৰ উৎসৱসমূহভাৰতৰ ৰাষ্ট্ৰপতিপুথিভঁৰালহোৱাৎছএপপ্ৰাকৃতিক পৰিৱেশঅসমৰ ৰাজ্যিক প্ৰতীকসমূহডিম্বেশ্বৰ নেওগসতী সাধনীকামাখ্যা দেৱীঅসমীয়া ভাষাৰ শব্দসম্ভাৰভূমি প্ৰদূষণবিয়া নামজল প্ৰদূষণদক্ষিণ আমেৰিকাবিল গেট্‌ছতগৰবড়ো চুক্তি ২০২০শ্ৰীমন্ত শংকৰদেৱ বঁটাএচিদ বৰষুণকিতাপকামৰূপ ৰাজ্যপদ (ব্যাকৰণ)সত্যনাথ বৰাসম্পাদনাআৱাহন (আলোচনী)শদিয়াপাঠ পৰিকল্পনানাগৰিকত্বঅসমৰ চাহ জনগোষ্ঠীফাকুৱাকমলাবাৰী সত্ৰ🡆 More